61. হিন্দীৰ পৰা অসমীয়ালৈ প্ৰছমবাৰৰ বাবে কিমান চনত অসমীয়া ছবিৰ ভাষান্তৰ (ডাবিং) হৈছিল?
- (a) ১৯৫০ চনত
- (b) ১৯৫৬ চনত
- (c) ১৯৬৮ চনত
- (d) ১৯৭০ চনত
62. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?
- (a) এৰা বাটৰ সুৰ
- (b) পিয়লী ফুকন
- (c) ডাক্তৰ বেজবৰুৱা
- (d) ৰঙা পুলিচ
63. অনা অসমীয়া শিল্পীয়ে অভিনয় কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?
- (a) এৰা বাটৰ সুৰ
- (b) অদাহ্য
- (c) ভাগ্য
- (d) পূবেৰুণ
64. বিদেশত প্রদর্শিত প্রথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?
- (a) অদাহ্য
- (b) পূবেৰুণ
- (c) পিয়লি ফুকন
- (d) অগ্নিস্নান
65. প্রথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি?
- (a) ৰামধেনু
- (b) কোলাহল
- (c) 'শকুন্তলা
- (d) নয়ণমণি
66. প্রথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি?
- (a) পানেই জংকী
- (b) সতী বেউলা
- (c) নয়ণমণি
- (d) চিহ্নিক্ বিজুলী
67. বড়ো ভাষাৰ প্ৰথমখন ছবি কি?
- (a) ছোংগালি
- (b) গদান মুগা
- (c) আলয়াৰণ
- (d) জিউনি চিমাং
68. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি?
- (a) ৰামধেনু
- (b) বৃষ্টি
- (c) শকুন্তলা
- (d) জয়মতী
69. অষ্কাৰৰ মনোণয়ণৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমখন অসমীয়া ছবি কি?
- (a) ভিলেজ ৰকষ্টাৰ্ছ
- (b) আমিষ
- (c) অদাহ্য
- (b) ৰামধেনু
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি