41. ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্রথম বঙালী কথাছবিখনৰ নাম কি?
- (a) মাহুদ বন্ধুৰে
- (b) দেবদাস
- (c) বনানী
- (d) কদম তলে কৃষ্ণ নাচে
42. 'ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড' লাভ কৰা প্ৰথমগৰাকী অসমীয়া কঠাশিল্পী কোন?
- (a) অংগৰাগ পাপন মহন্ত
- (b) জয় বৰৱা
- (c) ড° ভূপেন হাজৰিকা
- (d) জুবিন গাৰ্গ
43. ড° ভবেন্দ্র নাথ শইকীয়াৰ 'অন্তৰীপ' উপন্যাসৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখনৰ নাম কি?
- (a) কালসন্ধা
- (b) অগ্নিস্নান
- (c) কোলাহল
- (d) বেদুইন
44. ১৯৫৫ চনত 'ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব মেৰিট' সম্মান লাভ কৰা অসমীয়া ছবিখনৰ নাম কি?
- (a) জাংফাই জোনাক
- (b) বকুৰ মাজত জ্বলে
- (c) পিয়লি ফুকন
- (d) অগ্নিস্নান
45. অসমীয়া চলচিত্রলৈ প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰ কঢ়িয়াই অনা অসমীয়া পৰিচালকগৰাকী কোন?
- (a) ড° ভূপেন হাজৰিকা
- (b) জাহ্নু বৰুৱা
- (c) ড° ভবেন্দ্রনাথ শইকীয়া
- (d) বীমা দাস
46. ২০০৬ চনৰ মালয়েছিয়াৰ কোৱালামপুৰত অনুষ্ঠিত 'গ্লরেল ইণ্ডিয়ান ফিল্ম এবার্ড' অনুষ্ঠানত শ্রেষ্ঠ কণ্ঠশ্লিপীৰ সন্মান পোৱ অসমীয়া শিল্পীগৰাকী কোন?
- (a) জয় বৰুৱা
- (b) অনুৰাগ শইকীয়া
- (c) জুবিন গাৰ্গ
- (d) অংগৰাগ পাপন মহন্ত
47. ড° ভবেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্র হিন্দী ছবিখনব নাম কি?
- (a) অনির্বাণ
- (b) কালসন্ধ্যা
- (c) ভাগ্য
- (d) হস্তৰী কন্যা
48. 'নিমিলা অংক' ছবিখনৰ পৰিচালক কোন আছিল?
- (a) নিপ বৰৱা
- (b) লক্ষ্যধৰ চৌধুৰী
- (c) ফণী শৰ্মা
- (d) ড° ভূপেন হাজৰিকা
49. পৰিচালক নিপ বৰুৱাই ১৯৫৭ চনত উৎকর্ষতাৰ মানপত্ৰ লাভ কৰা ছবিখন কি আছিল?
- (a) মাক আৰু মৰম
- (b) স্মৃতিৰ পৰশ
- (c) প্রতিধ্বনি
- (d) মন প্রজাপতি
50. সর্বাধিক অসমীয়া ছবি পৰিচালনা কৰা পৰিচালকগৰাকী কোন?
- (a) ড° ভূপেন হাজৰিকা
- (b) নিপ বৰুৱা
- (c) ড° ভবেন্দ্রনাথ শইকীয়া
- (d) ব্রজেন বৰুৱা
51. 'চিকমিক বিজুলী' ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৫৯ চনত
- (b) ১৯৬৭ চনত
- (c) ১৯৬৯ চনত
- (d) ১৯৮৯ চনত
52. প্রথমবাৰৰ বাবে শ্রেষ্ঠ আঞ্চলিক চলচ্চিত্র বঁটা লাভ কৰা ছবিখনৰ নাম কি?
- (a) শকুন্তলা
- (b) প্রতিধ্বনি
- (c) ৰঙা পুলিচ
- (d) ডাক্তৰ বেজবৰুৱা
53. প্রথম অসমীয়া হাস্য-ব্যংগ ৰসাত্মক ছবিখনৰ নাম কি আছিল?
- (a) ইটো সিটো বহুতো
- (b) ৰঙা পুলিচ
- (c) লটিঘটি
- (d) ভাক্তৰ বেজবৰৱা
54. প্রথম অসমীয়া হাস্য-ব্যংগ ৰসাত্মক ছবি পৰিচালকগৰাকী নাম কি?
- (a) ড° ভূপেন হাজৰিকা
- (b) ব্ৰজেন বৰুৱা
- (c) নিপ বৰুৱা
- (d) আব্দুল মজিদ
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Reasoning in Assamese
Indian Ministers 2024
Assam Education GK
Assamese Flim GK
55. অসমৰ প্ৰথমখন বাস্তবধর্মী চলচ্চিত্ৰৰ নাম কি?
- (a) অপৰাজয়
- (b) সন্ধ্যাৰাগ
- (c) কল্লোল
- (d) পুতলা ঘৰ
56. বিদেশৰ চলচ্চিত্র মহোৎসৱত প্রদর্শিত প্রথমখন অসমীয়া চলচ্চিত্র নাম কি?
- (a) অনির্বাণ
- (b) অগ্নিস্নান
- (c) সন্ধ্যাৰাগ
- (d) অপৰূপা
57. 'ককাদেউতা, নাতি আৰু হাতী' শীর্ষক ছবিখনৰ পৰিচালক কোন আছিল?
- (a) শিৱপ্ৰসাদ বৰুৱা
- (b) নিপ বৰুৱা
- (c) দ্বিবন বৰুৱা
- (d) ব্ৰজেন বৰুৱা
58. ইন্দিৰা গান্ধী বঁটা লাভ কৰা প্ৰথমখন অসনীয়া ছবি কি আছিল?
- (a) সাগৰকৈ বহুদূৰ
- (b) ইতিহাস
- (c) ৰাগ-বিবাগ
- (d) অদাহ্য
59. ইণ্ডিয়ান পেনোৰামাৰ উদ্ধোধনী ছবিৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?
- (a) ৰাগ-বিৰাগ
- (b) অদ্যহ্য
- (d) মহাৰথী
- (c) কুশনা
60. বাংলা ছবিত অভিনয় কৰা প্ৰথমগৰাকী অসমীয়া শিল্পী কোন?
- (a) ড° ভূপেন হাজৰিকা
- (b) প্রমথেশ বৰুৱা
- (c) আশা বৰদলৈ
- (d) আইমী বৰুৱা
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি