21. স্বর্ণকমল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন?
- (a) জাহ্ বৰুৱা
- (b) নীপ বৰুৱা
- (c) ড° ভূপেন হাজৰিকা
- (d) আব্দুল মজিদ
22. প্রথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি?
- (a) ৰঙা পুলিচ
- (b) অবুজ বেদনা
- (c) নযণমণি
- (d) পিয়লী ফুকন
23. প্রথমখন অসমীয়া শিশু চলচ্চিত্রই কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৬৮ চনত
- (b) ১৯৯৪ চনত
- (c) ১৯৯৩ চনত
- (d) ১৯৯১ চনত
24. 'সাগৰলৈ বহুদূৰ' ছবিখনৰ পৰিচালক কোন আছিল?
- (a) নীপ বৰুৱা
- (b) জয় বৰুৱা
- (c) সত্যপ্রসাদ বৰুাৱা
- (d) জাহ্নু বৰুৱা
25. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কি আছিল?
- (a) নয়ণমণি
- (b) বৃষ্টি
- (c) অবুজ বেদনা
- (d) ৰঙা পুলিচ
26. ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্রথমজন অসমীয়া পৰিচালকৰ নাম কি?
- (a) জাহ্নু বৰুৱা
- (b) ড° ভূপেন হাজৰিকা
- (c) ব্রজেন বৰুৱা
- (d) নিপ বৰুৱা
27. ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল?
- (a) ৰঙা পুলিচ
- (b) জয়মতী
- (c) চামেলি মেমচাব
- (d) অদাহ্য
28. শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্রথম অসমীয়া ছবিখনৰ নাম কি?
- (a) চামেলি মেমচাব
- (b) অগ্নিস্নান
- (c) হৃদয়ৰ আঁৰে আঁৰে
- (d) ফিৰিঙতি
29. 'চামেলি মেমচাব'ৰ শ্ৰেষ্ঠ সংগীত পৰিচালক গৰাকী কোন আছিল?
- (a) জাহ্নু বৰুৱা
- (b) ড° ভূপেন হাজৰিকা
- (c) জয় বৰুৱা
- (d) আব্দুল মজিদ
30. সংগীত নাটক অকাডেমীৰ বাবে নির্বাচিত হোৱা প্রথমগৰাকী অসমীয়া কোন?
- (a) আব্দুল মজিদ
- (b) জাহ্নু বৰুৱা
- (c) ড° ভূপেন হাজৰিকা
- (d) মঞ্জু বকৰা
31. মামণি ৰয়ছম গোস্বামীৰ 'দঁতাল হাতীৰ উয়ে খোৱা হাওদা' উপন্যাসৰ আধাৰত ৰচিত অসমীয়া ছবিখনৰ নাম কি?
- (a) এৰাবাটৰ সুৰ
- (b) পখী
- (c) মৎস্যগন্ধা
- (d) আদাহ্য
32. জ্যোতি চিত্রবন কিমান চনত প্রতিষ্ঠা হৈছিল?
- (a) ১৯৬৮ চনত
- (b) ১৯৭৮ চনত
- (c) ১৯৮৮ চনত
- (d) ১৯৫৮ চনত
33. 'প্রতিধ্বনি' ছবিখনৰ মূল আধাৰ কি আছিল?
- (a) কার্বি লোককথা
- (b) খাচি লোককথা
- (c) ৰাভা লোককথা
- (d) মিচিং লোককথা
34. ব্যৱসায়িকভাবে প্রযোজিত হোৱা প্রথমখন অসমীয়া ছবিৰ নাম কি?
- (a) এৰাবাটৰ সুৰ
- (b) চামেলি মেমচাব
- (c) চিকমিক বিজুলী
- (d) ভাগ্য
35. প্রথমখন আৱেগ মিশ্রিত থ্রিলাৰ সদৃশ অসমীয়া ছবিৰ নাম কি?
- (a) গঙা চিলনীৰ পাখি
- (b) ডাঃ বেজবৰুৱা
- (c) ভাইটি
- (d) যোগ বিয়োগ
36. হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নির্মাণ হোৱা প্রথমখন অসমীয়া ছবি কি?
- (a) ডাঃ বেজবৰুৱা
- (b) জাংফাই জোনাক
- (c) অপৰাজেয়
- (d) মুকুতা
37. অসমীয়া ছবিলৈ হাই ডেফিনেচন ডিজিটেল পদ্ধতি কাঢ়িয়াই অনা প্রথমগৰাকী পৰিচালক কোন?
- (a) ড° ভূপেন হাজৰিকা
- (b) জাহ্নু বৰুৱা
- (c) নীপ বৰুৱা
- (d) সঞ্জীৱ সভাপণ্ডিত
38. জাহ্নু বৰুৱাই কোনখন ছবিৰ বাবে শ্রেষ্ঠ পৰিবেশ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল?
- (a) হালধীয়া চৰায়ে বাওধান খায়
- (b) বনানী
- (c) অনির্বাণ
- (d) মুকুতা
39. অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি?
- (a) মনিষা হাজৰিকা
- (b) মঞ্জু বৰা
- (c) বীমা দাস
- (d) তৰালি শৰ্মা
40. বাংলা কথাছবিৰ পৰিচালক হিচাপে খ্যাতি লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন?
- (a) সীমা বিশ্বাস
- (b) ড° ভূপেন হাজৰিকা
- (c) প্রমথেশ বৰুৱা
- (d) সুমন হৰিপ্রিয়া
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি