Assamese films GK
Assamese films বলীউড নামেৰেও পৰিচিত অসমৰ চলচ্চিত্ৰ উদ্যোগ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত প্ৰথমখন অসমীয়া ছবি 'জয়মতী' মুক্তিৰ পৰাই আৰম্ভ হয়। বছৰ বছৰ ধৰি ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা, ৰীমা দাসৰ দৰে উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতাই ইয়াৰ বৃদ্ধিত অৰিহণা যোগাইছে।
অসমীয়া চলচ্চিত্ৰসমূহে প্ৰায়ে সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহৰ সন্ধান কৰে, অসমীয়া সাহিত্যৰ পৰা বহু অভিযোজনেৰে। নতুন চলচ্চিত্ৰ নিৰ্মাতাই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ লগে লগে আধুনিক অসমীয়া চিনেমাৰ পুনৰ উত্থান ঘটিছে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া আৰু আন্তঃৰাষ্ট্ৰীয় চিনেমাক উদযাপন আৰু প্ৰদৰ্শন কৰা হয়।
Assamese films GK
Assamese films GK
এই অসমৰ চলচ্চিত্ৰ বা অসমীয়া চলচ্চিত্ৰ বিষয়ক পোষ্টটোত অন্তৰ্ভুক্ত শিতানসমূহ হ'ল -
0.1 অসমৰ চলচ্চিত্ৰ
0.2 অসমৰ তথ্যচিত্ৰ
0.3 কাৰ্টুন ছবি বা এনিমেশ্বন ছবি
Assamese films GK
1. অসমত চলচ্চিত্ৰৰ ভেটি প্রতিস্থা কৰা প্রথমখন অসমীয়া চলচ্চিত্রৰ নাম কি?
- (a) ইন্দ্ৰমালতী
- (b) জয়মতী
- (c) মনোমতী
- (d) ৰূপহী
2. 'জয়মতী' চলচ্চিত্র পৰি চালক কোন আছিল
- (a) জ্যোতিপ্রসাদ আগবালা
- (b) ভুপেন হাজৰিকা
- (c) দীপেন করা
- (d) ৰোহিণী বৰুৱা
3. 'জয়মতী' চলচ্চিত্রই কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৩১ চনত
- (b) ১৯৩২ চনত
- (c) ১৯৩৪ চনত
- (d) ১৯৩৫ চনত
4. অসমত প্রতিষ্ঠিত প্রথমটো স্টুডিঅ'ৰ নাম কি?
- (a) চিত্রবন
- (b) এন. কে. প্রডাকচন
- (c) জ্যোতি চিত্রবন
- (d) এটাও নহয়
5. 'ইন্দ্রমালতী' ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৩৫ চনত
- (b) ১৯৩৯ চনত
- (c) ১৯৪১ চনত
- (d) ১৯৩৪ চনত
6. 'মনোমতী' ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৩৫ চনত
- (b) ১৯৩৯ চন৩
- (c) ১৯৪১ চনত
- (d) ১৯৪০ চনত
7. মনোমতী ছবিখনৰ পৰিচালক কোন আছিল?
- (a) কমল নাৰায়ণ চৌধুৰী
- (b) ৰোহিণী বৰুৱা
- (c) পার্বতিপ্ৰসাদ বৰুৱা
- (d) ভূপেন হাজৰিকা
৪. 'চিৰাজ' ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৪৫ চনত
- (b) ১৯৪২ চনত
- (c) ১৯৪৮ চনত
- (d) ১৯৫০ চনত
10. 'সতী বেউলা' ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৪৮ চনত
- (b) ১৯৫৪ চনত
- (c) ১৯৫০ চনত
- (d) ১৯৪৪ চনত
11. 'নিমিলা অংক' ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৫৫ চনত
- (b) ১৯৬০ চনত
- (c) ১৯৫০ চনত
- (d) ১৯৭২ চনত
12. 'এৰা বাটৰ সুৰ' ছবিখনৰ পৰিচালক কোন আছিল?
- (a) ফণী শৰ্মা
- (b) ড° ভূপেন হাজৰিকা
- (c) লক্ষ্যধৰ চৌধুৰী
- (d) সুনীল গাংগুলী
13. প্রথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি?
- (a) ভাইটি
- (b) শকুন্তলা
- (c) জয়মতী
- (d) ভাগ্য
14. হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি?
- (a) মৰিচিকা
- (b) বৃষ্টি
- (c) ভাগ্য
- (d) অগ্নিস্নান
15. বিদেশত প্রদর্শিত প্রথমখন অসমীয়া ছবিৰ নাম কি?
- (a) অগ্নিস্নান
- (b) ভাগ্য
- (c) অবুজ বেদনা
- (d) পূবেৰুণ
16. 'এৰা বাটৰ সুৰ' ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল?
- (a) ১৯৫৬ চনত
- (b) ১৮৯৯ চনত
- (c) ১৯৫০ চনত
- (d) ১৯৬২ চনত
17. ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ চিত্রনাট্যৰ সন্মান পোৱা প্রথম অসমীয়া ছবিখনৰ নাম কি?
- (a) সতী বেউলা
- (b) ভাগ্য
- (c) অগ্নিস্নান
- (d) শকুন্তলা
18. অসমীয়া ছবিয়ে কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল?
- (a) ১৯৫৫ চনত
- (b) ১৯৭৫ চনত
- (c) ১৯৯৫ চনত
- (d) ১৯৮৫ চনত
19. 'ইন্দিয়ান পেনোৰাম'ত প্রদর্শিত প্রথমখন অসমীয়া ছবিৰ নাম কি?
- (a) অগ্নিস্নান
- (b) ইতিহাস
- (d) এৰা বাটৰ সুৰ
- (c) শকুন্তলা
20. স্বর্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?
- (a) অগ্নিস্নান
- (b) হালধীয়া চৰায়ে বাও ধান খায়
- (c) জীৱন সুৰভি
- (d) ৰঙা পুলিচ
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি