121. অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান?
- (a) ১৪
- (b) ১৬
- (c) ১৫
- (d) ১২
122. অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্রী কোন?
- (a) ৰাজবালা দাস
- (b) আনোৱাৰা টাইমূৰ
- (c) ইন্দিৰা মিৰি
- (d) ৰেণুকা বৰকটকী
123. অসমৰ বৰ্তমান ৰাজ্যপাল কোন?
- (a) গোলাব চান্দ কাটাবিয়া
- (b) বানোৱাৰী লাল
- (c) জগদীশ মুখী
- (d) প্রণব মুখার্জী
124. অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন?
- (a) বিশ্বজ্যিত দৈমাৰী
- (b হিতেন্দ্ৰ কুমাৰ গোস্বামী
- (c) ৰঞ্জিত দাস
- (d) ভুবনেশ্বৰ কলিতা
125. পঞ্চায়ত ব্যৱস্থা ক'ত প্রযোজ্য কৰা হয়?
- (a) জিলাত
- (b) নগৰত
- (c) গাঁৱত
- (d) পৌৰ এলেকাত
126. ৭৩ তম সংশোধনী আইন মতে সকলো পঞ্চায়তৰ কার্যকাল কিমান কৰা হৈছে?
- (a) চাৰিবছৰ
- (b) তিনিবছৰ
- (c) পাঁচবছৰ
- (d) ছয়বছৰ
127. অসমত পঞ্চায়তী ৰাজ আইন কেতিয়া বলবৎ কৰা হয়?
- (a) ১৯৯৫ চনত
- (b) ১৯৯৪ চনত
- (c) ১৯৯৯ চনত
- (d) ১৯৯০ চনত
128. আঞ্চলিক পঞ্চায়তৰ ভিত্তি কি?
- (a) গাঁও পঞ্চায়ত
- (b) উন্নয়ন খণ্ড
- (c) জিলা সমিতি
- (d) পৌৰ নিগম
129. জিলা পৰিষদৰ মূল ভিত্তি কি?
- (a) জিলা
- (b) গাঁও
- (c) পঞ্চায়ত
- (d) নগৰ কমিটী
130. স্থানীয় স্বায়ত্তশাসনৰ গোটসমূহৰ কাৰ্যৰ ভিত্তি কি?
- (a) নগৰ সমিতি
- (b) জিলা
- (c) পৌৰ সভা
- (d) এটাও নহয়
131. গাঁও পঞ্চায়ত এলেকাত কিমান জনসংখ্যা থকাটো বাধ্যতামূলক?
- (a) 8000
- (b) ৩০০০
- (c) ৬০০০
- (d) ৫০০০
132. গাঁও পঞ্চায়ত এলেকাক কেইটা সমষ্টিত ভাগ কৰা হয়?
- (a) দহটা
- (b) সাতটা
- (c) পাঁচটা
- (d) ছয়টা
133. গাঁও পঞ্চায়তৰ ১৯৯১ চনৰ সংশোধনী আইনমতে কিমান আসন অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত থাকে?
- (a) ৩০ শতাংশ
- (b) ৪০ শতাংশ
- (c) ৩৫ শতাংশ
- (d) ৫০ শতাংশ
134. কিমান চনৰ সংবিধান সংশোধনী আইনৰ যোগেদি জিলা ভিত্তিত জিলা ভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছিল?
- (a) ১৯৭৩ চনৰ
- (b) ১৯৭৫ চনৰ
- (c) ১৯৮০ চনৰ
- (d) ১৯৭৬ চনৰ
135. ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰামতে আঞ্চলিক পঞ্চায়ত সমিতিৰ ব্যৱস্থা আছে?
- (a) ৫৪ নং
- (b) ৫২ নং
- (c) ৫৫ নং
- (d) ৫৮ নং
Assam Politics MCQ in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি