101. স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন?
- (a) বিষ্ণুৰাম মেধি
- (b) হেম বৰুৱা
- (c) পি ভি আচার্য
- (d) আকবৰ হাইদৰ
102. অসমৰ বাহিৰত ৰাজ্যপাল আসন শুৱনি কৰা প্রথমগৰাকী অসমীয়া কোন?
- (a) বিষ্ণুৰাম মেধি
- (b) দেৱকান্ত বৰুৱা
- (c) আকবৰ হাইদৰ
- (d) এটাও নহয়
103. অসমৰ উচ্চ ন্যায়ালয়ৰ নাম কি? প্রথমগৰাকী ন্যায়ধিকৰণ নাম কি?
- (a) ৰঞ্জন গগৈ
- (b) অৰূপ বৰবৰা
- (c) হলিৰাম ডেকা
- (d) হলিৰাম বৰুৱা
104. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্রথমগৰাকী অসমীয়া ন্যায়াধীশৰ নাম কি?
- (a) হলিৰাম ডেকা
- (b) বঞ্জন গগৈ
- (c) আলি হাইদৰ
- (d) পার্বতী কুমাৰ গোস্বামী
105. অসমৰ পৰা প্ৰথম কেন্দ্রীয় মন্ত্রীসভাৰ সদস্য লাভ কৰা ব্যক্তিগৰাকী কোন?
- (a) সুৰেন বৰগোহাঞি
- (b) দেৱকান্ত বৰুৱা
- (c) বিষ্ণুভ্ৰাম মেধো
- (d) তপন গগৈ
106. ৰাজ্যৰ চালিকা শক্তি বুলি কাক কোৱা হয়?
- (a) মুখ্যমন্ত্রীক
- (b) ৰাজ্যপালক
- (c) বিধানমণ্ডলক
- (d) মন্ত্ৰী পৰিষদক
107. কাৰ পৰামৰ্শ মতে ৰাজ্যপালে মন্ত্রীসকলক নিযুক্তি দিয়ে?
- (a) গৃহমন্ত্ৰীৰ
- (b) মুখ্যমন্ত্ৰীৰ
- (c) মন্ত্রীসভাৰ
- (d) ৰাজ্যপালৰ
108. এখন ৰাজ্যৰ প্রশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায়?
- (a) বিধানসভাক
- (b) বিধানমণ্ডলক
- (c) মন্ত্রীসভাক
- (d) সচিবালয়ক
109. অসমৰ বিধানমণ্ডল বুলি কাক কোৱা হয়?
- (a) বিধানসভাক
- (b) ৰাজ্যসভাক
- (c) সচিবালয়ক
- (d) মন্ত্রীসভাক
110. কিমান চনত অসমৰ দ্বিপক্ষীয় বিধানমণ্ডল গঠিত হৈছিল?
- (a) ১৯৪৫ চনত
- (b) ১৯৬৫ চনত
- (c) ১৯৩৭ চনত
- (d) ১৯৫৪ চনত
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
111. বিধান পৰিষদৰ সর্বোচ্চ সদস্য সংখ্যা কিমান?
- (a) ২২
- (b) ২৩
- (c) ৩৪
- (d) ২১
112. বিধান পৰিষদৰ সর্বনিম্ন সদস্য সংখ্যা কিমান?
- (a) ১৭
- (b) ২৩
- (c) ২১
- (d) ১৮
113. অসম বিধানসভাৰ প্ৰথমখন অধিবেশন ক'ত অবস্থিত হৈছিল?
- (a) ডিব্রুগড়ত
- (b) শ্বিলঙত
- (c) গুৱাহাটীত
- (d) দিল্লীত
114. অসম বিধানসভাৰ প্ৰথমখন অধিবেশন কিমান চনত অনুষ্ঠিত হৈছিল?
- (a) ৭ এপ্রিল, ১৯৩৭
- (b) ৭ এপ্রিল, ১৯৩৮
- (c) ৭ এপ্রিল, ১৯৪৫
- (d) ৭ এপ্রিল, ১৯৫০
115. অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি আছিল?
- (a) মহম্মদ আমিরুদ্দিন
- (b) হিতেন্দ্রনাথ গোস্বামী
- (c) বসন্ত কুমাৰ দাস
- (d) ৰেণুকা দেরী
116. অসম বিধানসভাৰ প্ৰথমগৰাকী উপাধ্যক্ষৰ নাম কি আছিল?
- (a) বসন্ত কুমাৰ দাস
- (b) মহম্মদ আমিরুদ্দিন
- (c) ৰেণুকা দেৱী
- (d) এটাও নহয়
117. অসম উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল?
- (a) ১৯৪৮ চনত
- (b) ১৯৪৭ চনত
- (c) ১৯৪৫ চনত
- (d) ১৯৪৯ চনত
118. কেন্দ্রীয় মন্ত্রীসভাত সর্বপ্রথম অসমীয়া মহিলা মন্ত্রী কোন আছিল?
- (a) অমলপ্রভা দেরী
- (b) শুচিব্রতা বায় চৌধুৰী
- (c) ৰেণুকা দেৱী বৰকটকী
- (d) ৰেণুকা দেৱী
119. প্রথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতিৰ নাম কি?
- (a) ফখৰুদ্দিন আলী আহমেদ
- (b) গোপীনাথ বৰদলৈ
- (c) দেৱকান্ত বৰুৱা
- (d) এটাও নহয়
120. অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান?
- (a) ১২৭
- (b) ১২৬
- (c) ১২৩
- (d) ১২৮
Assam Politics MCQ in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি