150+Assam Politics MCQ in Assamese (অসম ৰাজনীতি)|| Assam Politics GK || Free PDF

Popup Iframe Example

81. অসমৰ ৰাজ্যিক প্রশাসনক কেইটা ভাগত ভাগ কৰা হৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
  • (a) ৫ টা
  • (b) ৬টা
  • (c) ৮ টা
  • (d) ৩ টা

উত্তৰ: (d) ৩ টা

82. ৰাজ্যৰ সাংবিধানিক মূৰব্বী বুলি কাক কোৱা হয়?

  • (a) মুখ্যমন্ত্রীক
  • (b) গৃহমন্ত্রীক
  • (c) ৰাজ্যপালক
  • (d) মুখ্য ন্যায়পালিকা

উত্তৰ : (c) ৰাজ্যপালক

83. মুখ্যমন্ত্ৰীৰ নিযুক্তি কোনে কৰে?

  • (a) ৰাষ্ট্রপতিয়ে
  • (b) ৰাজ্যপালে
  • (c) প্রধানমন্ত্রীয়ে
  • (d) মুখ্য ন্যায়পালিকা

উত্তৰ: (b) ৰাজ্যপালে

84. অসমৰ মুঠ জিলাৰ সংখ্যা কিমান?

  • (a) ৩৫
  • (b) ৩৪
  • (c) ৩২
  • (d) ৩১

উত্তৰ: (a) ৩৫

85. অসমৰ মুঠ মহকুমাৰ সংখ্যা কিমান?

  • (a) ৫৪ টা
  • (b) ৭৮ টা
  • (c) ৬৫ টা
  • (d) ৭০ টা

উত্তৰ: (b) ৭৮ টা

86. অসমত থকা ৰাজহ চক্ৰৰ সংখ্যা কিমান?

  • (a) ১৮৪ টা
  • (b) ১৮৬ টা
  • (c) ১৬৯ টা
  • (d) ১৫০ টা

উত্তৰ: (a) ১৮৪ টা

87. অসমত কিমানখন চহৰ আছে?

  • (a) ২৩৪ খন
  • (b) ২৬৫ খন
  • (d) ২৫৬ খন
  • (c) ২১৪ খন

উত্তৰ: (c) ২১৪ খন

88. অসমত থকা মুঠ উন্নয়ন খণ্ডৰ সংখ্যা কিমান?

  • (a) ২১৯ টা
  • (b) ২২০ টা
  • (c) ২৩৪ টা
  • (d) ২৬০ টা

উত্তৰ: (a) ২১৯ টা

89. অসমত কিমানটা গাঁও পঞ্চায়ত আছে?

  • (a) ২২০০
  • (b) ২২১০
  • (c) ২২০২
  • (d) ২২০১

উত্তৰ: (c) ২২০২

90. অসমত থকা মুঠ গাঁৱৰ সংখ্যা কিমান?

  • (a) ২৬,৪৫০
  • (c) ২৬,৪০০
  • (b) ২৬,৫৪০
  • (d) ২৬,৩৯৫

উত্তৰঃ (d) ২৬,৩৯৫

91. বজালী মহকুমাক জিলা হিচাপে কোন চনত স্বীকৃতি দিয়া হয়?

  • (a) ২০১৮ চনত
  • (b) ২০১৭ চনত
  • (c) ২০২০ চনত
  • (d) ২০১৬ চনত

উত্তৰ: (c) ২০২০ চনত

92. ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ?

  • (a) পাঁচ বছৰ
  • (b) চাৰি বছৰ
  • (c) তিনি বছৰ
  • (d) ছয় বছৰ

উত্তৰ: (a) পাঁচ বছৰ

93. বিধানসভাত গৃহীত হোৱা বিল এখনক আইনত পৰিণত কৰাৰ অধিকাৰ কাৰ হাতত ন্যস্ত থাকে?

  • (a) অধ্যক্ষৰ
  • (b) ৰাজ্যপালৰ
  • (c) উপাধ্যক্ষৰ
  • (d) প্রধানমন্ত্রীৰ

উত্তৰ: (b) ৰাজ্যপালৰ

94. ৰাজ্যপালৰ সচিবালয় কেইটা শাখাত বিভক্ত?

  • (a) পাঁচটা
  • (b) ছয়টা
  • (c) দুটা
  • (d) চাৰিটা

উত্তৰ: (c) দুটা

95. এখন ৰাজ্যৰ সৰ্বোচ্চ কাৰ্যনিৰ্বাহক ক্ষমতাৰ অধিকাৰী কোন?

  • (a) ৰাজ্যপাল
  • (b) ৰাষ্ট্ৰপতি
  • (c) গৃহমন্ত্রী
  • (d) মুখ্যমন্ত্রী

উত্তৰ : (d) মুখ্যমন্ত্রী

96. মুখ্যমন্ত্ৰীৰ কার্যকাল কিমান?

  • (a) ছয় বছৰ
  • (b) চাৰি বছৰ
  • (c) পাঁচ বছৰ
  • (d) তিনি বছৰ

উত্তৰ:(c) পাঁচ বছৰ

97. এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হোৱাটো বাঞ্ছনীয়?

  • (a) ২৫ বছৰ
  • (b) ৩০ বছৰ
  • (c) ২৮ বছৰ
  • (d) ১৮ বছৰ

উত্তৰ: (a) ২৫ বছৰ

98. কিমান চনত শ্বিলঙত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল?

  • (a) ১৯৮৭ চনত
  • (b) ১৯৬৫ চনত
  • (c) ১৯৮৯ চনত
  • (d) ১৯৬৪ চনত

উত্তৰ: (d) ১৯৬৪ চনত

99. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হয়?

  • (a) ১৫ জুলাই, ১৯৮৫
  • (b) ১৫ জুলাই, ১৯৮৪
  • (c) ১৫ জুলাই, ১৯৮৭
  • (d) ১৫ জুলাই, ১৯৮৮

উত্তৰ: (a) ১৫ জুলাই, ১৯৮৫

100. স্বাধীন অসমৰ প্ৰথমগৰাকী প্রধানমন্ত্রী কোন আছিল?

  • (a) জৱাহৰলাল নেহেৰু
  • (b) গোপীনাথ বৰদলৈ
  • (c) বিমলা প্রসাদ চলিহা
  • (d) এটাও নহয়

উত্তৰ: (b) গোপীনাথ বৰদলৈ

Assam Politics MCQ in Assamese

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. English Grammar

Quiz:

  1. Test Your Knowledge
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese