41. 'দাণ্ডী যাত্রা'ত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি?
- (a) চন্দ্ৰধৰ বৰুৱা
- (b) লীলাধৰ বৰুৱা
- (c) কণকলাল বৰুৱা
- (d) কৰুণাকান্ত বৰুৱা
42. কিমান চনত অসমত প্রথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল?
- (a) ১৯৮০ চনত
- (b) ১৯৮৭ চনত
- (c) ১৯৭৮ চনত
- (d) ১৯৮২ চনত
43. অসমত চৰকাৰ কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি?
- (a) অৰূপ বৰবৰা
- (b) শৰৎ চন্দ্ৰ সিংহ
- (c) বিমলা প্রসাদ চলিহা
- (d) গোলাপ বৰবৰা
44. বিধানসভাৰ অধ্যক্ষক কোনে নির্বাচন কৰে?
- (a) মুখ্যমন্ত্রীয়ে
- (b) ৰাজ্যপালে
- (c) বিধানসভাৰ সদস্যসকলে
- (d) মুখ্য ন্যায়ধিশে
45. কিমান সংখ্যক সদস্য উপস্থিত থাকিলে বিধানসভা অধিবেশন অনুষ্ঠিত কৰিব পাৰি?
- (a) এক দশমাংশ
- (b) এক চতুর্থাংশ
- (c) এক পঞ্চমাংশ
- (d) এক তৃতীয়াংশ
46. কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্রথমবাৰৰ বাবে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল?
- (a) নৱকান্ত বৰুৱা
- (b) দেৱকান্ত বৰুৱা
- (c) ভূৱনেশ্বৰ কলিতা
- (d) হিমন্ত বিশ্ব শর্মা
47. অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্রপতি শাসন বলবৎ কৰা হৈছিল?
- (a) ১৯৭০ চনত
- (b) ১৯৮৯ চনত
- (c) ১৯৭৯ চনত
- (d) ১৯৯০ চনত
48. অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা উপাধক্ষ্য গৰাকীৰ নাম কি?
- (a) আনোৱাৰা টাইমূৰ
- (b) বনেলি খংমেন
- (c) শুচিব্রতা ৰায়চৌধুৰী
- (d) ৰেণুকা দেৱী
49. স্বাধীনতাৰ আগৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল?
- (a) গোপীনাথ বৰদলৈ
- (b) গোলাপ বৰবৰা
- (c) মহম্মদ ছাদুল্লা
- (d) বিমলা প্রসাদ চলিহা
50. অসমৰ স্বীকৃতিপ্রাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি?
- (a) জাতীয় কংগ্রেছ
- (b) অসম গণ পৰিষদ
- (c) অসম জাতীয় পৰিষদ
- (d) ৰাইজৰ দল
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
51. পৌৰনিগমৰ প্ৰধানজনক কি বুলি কোৱা হয়?
- (a) মেয়ৰ
- (b) উপায়ুক্ত
- (c) বিধায়ক
- (d) ওপৰৰ এটাও নহয়
52. এগৰাকী ৰাজ্যপাল হ'বলৈ হ'লে নিম্নতম বয়স কিমান হোৱাটো বাঞ্চনীয়?
- (a) ২৮ বছৰ
- (b) ১৮ বজ্ৰ
- (c) ৩৫ বছৰ
- (d) ৪০ বছৰ
53. ভাৰতীয় সংসদে আই. এম. ডি. টি. আইনৰ প্রতি কেতিয়া অনুমোদন জনাইছিল?
- (a) ১৯৮৩ চনৰ ১২ ডিচেম্বৰত
- (b) ১৯৮২ চনৰ ১৫ জুনত
- (c) ১৯৮৩ চনৰ ১৬ ডিচেম্বৰত
- (d) ১৯৯২ চনৰ ১০ জুনত
54. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
- (a) ১৫ আগষ্ট, ১৯৮৪
- (b) ১৫ আগষ্ট, ১৯৮৫
- (c) ১৫ আগষ্ট, ১৯৯২
- (d) ১৭ আগষ্ট, ১৯৮৫
55. অসম চুক্তি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল?
- (a) জৱাহৰলাল নেহৰু
- (b) ইন্দিৰা গান্ধী
- (c) ৰাজীৱ গান্ধী
- (d) মনমোহন সিং
56. অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমত কোনটো আঞ্চলিক দলৰ জন্ম হৈছিল?
- (a) অসম গণ পৰিষদ
- (b) জাতীয় কংগ্রেছ
- (c) অসম জাতীয় পৰিষদ
- (d) অসম গণ মর্চা
57. অসম গণ পৰিষদৰ জন্ম কেতিয়া হৈছিল?
- (a) ১৪ অক্টোবৰ, ১৯৮৬
- (b) ১৪ অক্টোবৰ, ১৯৮৫
- (c) ১৫ আগষ্ট, ১৯৮৫
- (d) ১৪ আগষ্ট, ১৯৮২
58. আই. এম. ডি. টি. আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্রী কোন আছিল?
- (a) প্রফুল্ল কুমাৰ মহন্ত
- (b) তৰুণ গগৈ
- (c) গোলাপ বৰবৰা
- (d) হিতেশ্বৰ শইকীয়া
59. অসম চুক্তিৰ নেতৃত্ব লোৱা অসমৰ ছাত্ৰ সংগঠনটোৰ নাম কি?
- (a) আমছু
- (b) আছু
- (c) যুৱ ছাত্ৰ পৰিষদ
- (d) এটাও নহয়।
60. অসম আন্দোলনৰ প্ৰথম ছহীদ কোন আছিল?
- (a) মোজামিল হক
- (b) খৰ্গেশ্বৰ তালুকদাৰ
- (c) মণিৰাম দেৱান
- (d) পিয়লী ফুকন
Assam Politics MCQ in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি