150+Assam Politics MCQ in Assamese (অসম ৰাজনীতি)|| Assam Politics GK || Free PDF

Popup Iframe Example

21. নগাঁও লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভুক্ত আছে?

WhatsApp Group Join Now
Telegram Group Join Now
  • (a) ৫ টা
  • (b) ১০ টা
  • (c) ৯ টা
  • (d) ১১ টা

উত্তৰ: (c) ৯ টা

22. কলিয়াবৰ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি আছে?

  • (a) ৮ টা
  • (b) ৯ টা
  • (c) ১১ টা
  • (d) ১০ টা

উত্তৰ: (d) ১০ টা

23. ডিব্রুগড় লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভুক্ত আছে?

  • (a) ৫ টা
  • (b) ৯ টা
  • (c) ৮ টা
  • (d) ১০ টা

উত্তৰ: (b) ৯ টা

24. যোৰহাট লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভুক্ত আছে?

  • (a) ৭ টা
  • (b) ৮ টা
  • (c) ১০ টা
  • (d) ১১ টা

উত্তৰ: (c) ১০ টা

25. লখিমপুৰ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তর্ভুক্ত আছে?

  • (a) ৯ টা
  • (b) ৫ টা
  • (c) ৭ টা
  • (d) ১০ টা

উত্তৰ: (a) ৯ টা

26. গুৱাহাটী পৌৰনিগম কোন চনত স্থাপন হৈছিল?

  • (a) ১৯৮৫ চনত
  • (b) ১৯৭০ চনত
  • (c) ১৯৯০ চনত
  • (d) ১৯৮৮ চনত

উত্তৰ: (b) ১৯৭০ চনত

27. পৌৰনিগম আইন কেতিয়া অনুমোদন জনোৱা হয়?

  • (a) ১৯৬৯ চনত
  • (b) ১৯৭৯ চনত
  • (c) ১৯৮৯ চনত
  • (d) ১৯৯৯ চনত

উত্তৰ: (a) ১৯৬৯ চনত

28. পৌৰনিগমৰ সর্ব্বোচ্চ সংখ্যা কিমান?

  • (a) ৫০
  • (b) ৬০
  • (c) ১০
  • (d) ৭০

উত্তৰ: (b) ৬০

29. পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আখন সংৰক্ষণ থাকে?

  • (a) ৩০ খন
  • (b) ১৫ খন
  • (c) ২০ খন
  • (d) ১০ খন

উত্তৰ: (c) ২০ খন

30. পৌৰ নিগম এলেকাত কিমানখন স্থায়ী সমিতি থাকে?

  • (a) ৫ খন
  • (b) ২ খন
  • (c) ৩ খন
  • (d) ১ খন

উত্তৰ: (a) ৫ খন

31. কিমান চনত পৌৰ আইন পাছ কৰা হয়?

  • (a) ১৯৫৭ চনত
  • (b) ১৯৫৬ চনত
  • (c) ১৯৮৫ চনত
  • (d) ১৯৮৯ চনত

উত্তৰ: (b) ১৯৫৬ চনত

32. পৌৰ সভাৰ সৰ্বনিম্ন সদস্যৰ সংখ্যা কিমান?

  • (a) ১২ জন
  • (b) ১৪ জন
  • (c) ১৭ জন
  • (d) ১৫ জন

উত্তৰ: (d) ১৫ জন

33. পৌৰ সভাৰ সৰ্ব্বোচ্চ সদস্য সংখ্যা কিমান?

  • (a) ৩০ জন
  •  (b) ২৫ জন
  • (c) ২০ জন
  • (d) ১০ জন

উত্তৰ: (a) ৩০ জন

34. এখন নগৰ সমিতিলৈ চৰকাৰে কিমান সদস্য মনোনিত কৰিব পাৰে?

  • (a) ৩ জন
  • (b) ২ জন
  • (c) ৫ জন
  • (d) ৪ জন

উত্তৰ: (b) ২ জন

35. গুৱাহাটী উচ্চ ন্যায়লত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল?

  • (a) ১৯৫৬ চনত
  • (b) ১৯৮০ চনত
  • (c) ১৯৬৩ চনত
  • (d) ১৯৭২ চনত

উত্তৰ: (c) ১৯৬৩ চনত

36. অসমত পঞ্চায়তীৰাজ আঁচনি কিমান চনত প্ৰৱৰ্তন কৰা হয়?

  • (a) ১৯৫৯ চনত
  • (b) ১৯৯৪ চনত
  • (c) ১৯৫০ চনত
  • (d) ১৯৮৯ চনত

উত্তৰ: (b) ১৯৯৪ চনত

37. অসমৰ স্থানীয় স্বায়ত্ব শাসনক কেইটা ভাগত ভাগ কৰা হৈছে।

  • (a) চাৰিটা
  • (b) তিনিটা
  • (c) দুটা
  • (d) পাঁচটা

উত্তৰ: (b) তিনিটা

38. ১৯৯৪ চনত অসম পঞ্চায়ত আইনত অধীনত অসমৰ গাঁও অঞ্চলৰ স্বায়ত্ব শাসনত কেইটা ভাগত ভাগ কৰা হৈছে?

  • (a) দুটা
  • (b) চাৰিটা
  • (c) তিনিটা
  • (d) পাঁচটা

উত্তৰ: (c) তিনিটা

39. গুৱাহাটী পৌৰনিগম আইন কিমান চনত স্থাপন কৰা হয়?

  • (a) ১৯৮৪ চনত
  • (b) ১৯৭৪ চনত
  • (c) ১৯৮৪ চনত
  • (d) ১৯৭৫ চনত

উত্তৰ: (b) ১৯৭৪ চনত

40. অসমৰ স্বায়ত্ব শাসিত জিলা পৰিষদৰ সদস্য সংখ্যা কিমান?

  • (a) ২৪ গৰাকী
  • (b) ২৫ গৰাকী
  • (c) ২০ গৰাকী
  • (d) ৩০ গৰাকী

উত্তৰ: (a) ২৪ গৰাকী

Assam Politics MCQ in Assamese

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. English Grammar

Quiz:

  1. Test Your Knowledge
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese