101. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন?
- (a) হলিৰাম ডেকা
- (b) আকবৰ হায়দৰী
- (c) হেম বৰুৱা
- (d) তৰুণৰাম ফুকন
102. ভাৰতৰ সংবিধানত বর্তমান কিমানটা অনুচ্ছেদ আছে?
- (a) 395
- (b) 399
- (c) 448
- (d) 420
103. ভাৰতৰ সংবিধানখন দীর্ঘতম লিখিত সংবিধান হিচাপত পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ মাজত কিমানতম স্থানত আছে?
- (a) প্রথম
- (b) দ্বিতীয়
- (c) তৃতীয়
- (d) চতুর্থ
104. ভাৰতীয় সংবিধনত মৌলিক অধিকাৰসমূহ কোনটো অধ্যায়ত আছে?
- (a) তৃতীয়
- (b) চতুর্থ
- (c) প্রথম
- (d) দশম
105. ভাৰতীয় সংবিধানৰ ব্যাখ্যাকৰ্তা আৰু ৰক্ষক কোন?
- (a) সংসদ
- (b) অধিবক্তা
- (c) বাৰ কাউন্সিল
- (d) উচ্চতম ন্যায়ালয়
Assam Police GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি