81. ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনটো?
- (a) কলিকতা উচ্চ ন্যায়ালয়
- (b) বোম্বে উচ্চ ন্যায়ালয়
- (c) এলাহাদ উচ্চ ন্যায়ালয়
- (d) দিল্লী উচ্চ ন্যায়ালয়
82. ভাৰতৰ উচ্চতম ন্যায়ালয় কেতিয়া গঠন হৈছিল?
- (a) 15 আগষ্ট 1947
- (b) 28 জানুৱাৰী 1950
- (c) 1 জানুৱাৰী 1951
- (d) 26 জানুৱাৰী 1950
83. জিলা আদালতৰ মুখ্য বিচাৰপতিজন কোন?
- (a) উপায়ুক্ত
- (b) জিলা ন্যায়াধীশ
- (c) মুখ্য ন্যায়িক দণ্ডাধীশ
- (d) এটাও নহয়।
84. উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হ’বলৈ কিমান বছৰৰ উকালতি কৰাৰ অভিজ্ঞতাৰ দৰকাৰ?
- (a) 12 বছৰ
- (b) 10 বছৰ
- (c) 5 বছৰ
- (d) 3 বছৰ
85. উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলৰ বাছনি কি ব্যৱস্থাৰ দ্বাৰা কৰা হয়?
- (a) কলেজিয়াম
- (b) কাচকেদ্
- (c) লিখিত পৰীক্ষা
- (d) সাক্ষাৎকাৰ
86. আমাৰ দেশৰ সৰ্বপ্ৰথম আইন মন্ত্ৰী কোন আছিল?
- (a) মহাত্মা গান্ধী
- (b) বি. আৰ. আম্বেকাৰ
- (c) জৱাহৰলাল নেহৰু
- (d) লাল বাহাদুৰ শাস্ত্রী
87. IPC ৰ সম্পূর্ণ অর্থ কি?
- (a) Indian Penal Code
- (b) Indian Polie Code
- (c) Indian Public Court
- (d) Indian Power Corporation
88. CrPC কেতিয়া বলৱৎ কৰা হৈছিল?
- (a) 1974
- (b) 1947
- (c) 1950
- (d) 1971
89. IPC-302 ধাৰাৰ অধীনত কি কাৰ্যৰ বিচাৰ হয়?
- (a) হত্যা
- (b) ধর্ষণ
- (c) চুৰি
- (d) জালিয়াতি
Assam Police GK in Assamese
90. IPC-420 ধাৰাৰ অধীনত কি অপৰাধৰ বিচাৰ হয়?
- (a) যুদ্ধ
- (b) হত্যা
- (c) দুর্ঘটনা
- (d) ঠগ-প্ৰৱঞ্চনা
91. IPC-121 ধাৰাৰ অধীনত কি অপৰাধৰ বিচাৰ হয়?
- (a) ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ
- (b) হত্যাৰ ষড়যন্ত্ৰ
- (c) ৰাজহুৱা সম্পতি ধ্বংস
- (d) সাম্প্রদায়িক হিংসা
92. ভাৰতৰ কোনখন উচ্চ ন্যায়ালয়ে 2013 চনত CBI-ক অসাংবিধানিক বুলি ঘোষণা কৰিছিল?
- (a) গুৱাহাটী উচ্চ ন্যায়ালয়
- (b) দিল্লী উচ্চ ন্যায়ালয়
- (c) বোম্বে উচ্চ ন্যায়ালয়
- (d) এলাহাবাদ উচ্চ ন্যায়ালয়
93. ভাৰতৰ সংবিধানৰ জনক বুলি কাক জনা যায়?
- (a) ৰাজেন্দ্ৰ প্ৰসাদ
- (b) বি. আৰ. আম্বেদকাৰ
- (c) মহাত্মা গান্ধী
- (d) জৱাহৰলাল নেহৰু
94. ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল?
- (a) 26 জানুৱাৰী, 1950
- (b) 26 জানুৱাৰী, 1947
- (c) 16 আগষ্ট, 1947
- (d) 1 জানুৱাৰী, 1951
95. ভাৰতীয় সংবিধান জনসাধাৰণক কিমান প্ৰকাৰৰ মৌলিক অধিকাৰ আছে?
- (a) 10
- (b) 6
- (c) 8
- (d) 12
96. ভাৰতীয় সংবিধান নাগৰিকৰ বাবে কিমান প্ৰকাৰৰ মৌলিক কৰ্তব্য নিধাৰণ কৰি দিছে?
- (a) 5
- (b) 6
- (c) 8
- (d) 10
97. তলৰ কোনটো মৌলিক অধিকাৰ নহয়?
- (a) শিক্ষাৰ অধিকাৰ
- (b) সমতাৰ অধিকাৰ
- (c) সম্পত্তিৰ অধিকাৰ
- (d) স্বাধীনতাৰ অধিকাৰ
98. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন?
- (a) ৰঞ্জন গগৈ
- (b) তৰুণ গগৈ
- (c) তৰুণৰাম ফুকন
- (d) আনন্দৰাম বৰুৱা
99. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নাম ব্ৰিটিছ শাসন কালত কি আছিল?
- (a) ভাইৰয় কোর্ট
- (b) ফেদাৰেল কোর্ট অৱ ইণ্ডিয়া
- (c) এপিলেট কোর্ট অৱ ব্ৰিটিছ ইণ্ডিয়া
- (d) ওপৰৰ এটাও নহয়
100. ভাৰতৰ কোনজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সর্বাধিক সময় কার্যনিবাহ কৰিছে?
- (a) কে. জি. বালাকৃষ্ণন
- (b) ওৱাই. বি. চন্দ্ৰচূড়
- (c) এইচ. এল. দাষ্টু
- (d) এ. এন. ৰয়
Assam Police GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি