41. ভাৰতীয় বায়ু সেনাৰ কমাণ্ডো গোটটোৰ নাম কি?
- (a) কোব্রা
- (b) গাৰুড
- (c) ঘাটক
- (d) মাৰ্কছ
42. ভাৰতীয় নৌ-সেনাৰ কমাণ্ডো গোটটোৰ নাম কি?
- (a) মাৰ্কছ
- (b) কোৱা
- (c) পোৰাকমাণ্ডো
- (d) ঘাটক
43. ভাৰতৰ প্ৰধানন্ত্ৰীৰ নিৰাপত্তা দিয়া বাহিনীটো কোনটো?
- (a) এচ. পি. জি.
- (b) দিল্লী পুলিচ
- (c) এন. এচ. জি
- (d) চি. আৰ. পি. এফ.
43. ভাৰতত নক্সাল বিৰোধী অভিযানত প্ৰধান ভূমিকা লোৱা বাহিনীটো নাম কি?
- (a) এন. এচ. জি.
- (b) বি. এছ. এফ.
- (c) ভাৰতীয় সেনা
- (d) চি. আৰ. পি. এফ.
44. 'ৰাফেল' যুজাৰু বিমান কোনখন দেশৰ পৰা ভাৰতে ক্ৰয় কৰিছিল?
- (a) ফ্রান্স
- (b) ইংলেণ্ড
- (c) ৰাছিয়া
- (d) আমেৰিকা
45. ভাৰতৰ নৌ-সেনাৰ বৰ্তমান সময়ত ব্যৱহাৰ হৈ থকা একমাত্র বিমান বাহক যুদ্ধ জাহাজখনৰ নাম কি?
- (a) আই. এন. এচ. বিৰাট
- (b) আই. এন. এচ. বিশাল
- (c) আই. এন. এচ. বিক্রমাদিত্য
- (d) আই, এন. এচ. বিক্রান্ত
46. ভাৰতীয় নৌ-সেনাৰ ভাৰতত নির্মিত প্রথম নিউক্লীয় শক্তিচালিত চাবমেৰিখনৰ নাম কি?
- (a) আই. এন. এচ. অৰিহন্ত
- (b) আই এন. এচ. চক্র
- (c) আই এন এচ. বিৰাট
- (d) আই এন. এচ. অৰিঘাট
47. ভাৰতীয় সেনাৰ প্ৰধান যুদ্ধ টেংকটোৰ নাম হৈছে?
- (a) কৃষ্ণ
- (b) ভীষ্ম
- (c) ভীম
- (d) অর্জু
48. ৰাইফল ফেক্টৰী ক’ত অৱস্থিত?
- (a) ইছাপুৰ
- (b) জব্বলপুৰ
- (c) অৱধি
- (d) বাংগালোৰ
49. 2018 চনত সম্পন্ন হোৱা ভাৰতীয় বায়ু সেনাৰ সৰ্ববৃহৎ যুদ্ধ আখৰাখনৰ নাম কি?
- (a) গগণ শক্তি
- (b) আইৰণ ফিষ্ট
- (c) ডেজার্ট ষ্টোর্ম
- (d) ইন্দ্ৰ অভ্যাস
50. ভাৰত আৰু আমেৰিকাৰ সৈন্যবাহিনীৰ যুটীয়া অনুশীলনীৰ নাম হৈছে?
- (a) মেত্রী
- (b) সূর্য কিৰণ
- (c) যুদ্ধ অভ্যাস
- (d) মিত্র শক্তি
Assam Police GK in Assamese
51. ভাৰত আৰু ৰাছিয়াৰ সৈন্যবাহিনীৰ যুটীয়া অনুশীলনীৰ নামটো হৈছে?
- (a) ইন্দ্ৰ
- (b) মিত্র শক্তি
- (c) মালাকাৰ
- (d) মৈত্রী
52. কোনখন বিদেশীৰ ৰাষ্ট্ৰত ভাৰতৰ সৈন্যৰ স্থায়ী ঘাটি আছে?
- (a) ভূটান
- (b) টাজিকিস্তান
- (c) চিচিলীচ
- (d) ৰাছিয়া
53. ব্রাক্ষ্মজ (Brahmos) এবিধ কি?
- (a) এবিধ টেংক
- (b) ক্রুইজ মিছাইল
- (c) যুদ্ধ বিমান
- (d) বেলিষ্টিক মিছাইল
54. ভাৰতৰ সকলো সশস্ত্র বাহিনীৰ মূল মুৰব্বী কোন?
- (a) ৰাষ্ট্ৰপতি
- (b) প্রধানমন্ত্রী
- (c) প্ৰতিৰক্ষা মন্ত্ৰী
- (d) মুখ্য সেনাধ্যক্ষ
55. ‘চেতক আৰু চিতা” কাৰ নাম?
- (a) হেলিকপ্তাৰ
- (b) টেংক
- (c) যুদ্ধ বিমান
- (d) মিছাইল
56. ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন?
- (a) নিৰ্মলা সীতাৰমন
- (b) সুষমা স্বৰাজ
- (c) বসুন্ধৰা ৰাজে
- (d) প্রতিভা পাটিল
57. H.A.L. ৰ সম্পূর্ণ অর্থ কি?
- (a) Hindustan Airforce Law
- (b) Hindi Aircraft Limited
- (c) Hindustan Aeronautrics Limited
- (d) Hindu Asian Limited
58. 'DRDO' ৰ সম্পূৰ্ণ ৰূপটো কি?
- (a) Defence Revenue and Dealing Office
- (b) Defence Rescue and Disaster Organization
- (c) Defence Research and Development Organization
- (d) Defence Recruitment and Development Organization
59. বর্তমান গুৱাহাটী উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ কোন?.
- (a) ৰঞ্জন গগৈ
- (b) দীপক মিশ্র
- (c) সুধাংশু ধুলীয়া
- (d) ফালি এচ. নৰিমান
60. গুৱাহাটী উচ্চ ন্যায়ালয়ে কিমান খন ৰাজ্যৰ উচ্চ ন্যায়ালয়?
- (a) চাৰি
- (b) তিনি
- (c) দুই
- (d) এক
Assam Police GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি