21. Which of the following is not a branch of Assam Police?
তলৰ কোনটো অসম পুলিচৰ এটা শাখা নহয়?
- (a) ৰাজ্যিক অগ্নিনির্বাপক সেৱা
- (b) চি আই ডি
- (c) বিশেষ শাখা
- (d) প্ৰদূষণ নিয়ন্ত্রণ বিভাগ
22. When was the Assam Police Commando Battalion formed?
অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন হৈছিল?
- (a) 1996
- (b) 1997
- (c) 1978
- (d) 1999
23. Where is the headquarters of the Assam Police Commando Battalion?
অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত আছে?
- (a) উলুবাৰী
- (b) দিছপুৰ
- (c) হাফলং
- (d) মান্দাকাটা
24. How many police training institutes are there in Assam?
অসমত কিমান আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে?
- (a) 3
- (b) 4
- (c) 2
- (d) 1
25. Where is the 'Police Training College, Assam' located?
‘আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, অসম’ ক’ত অৱস্থিত?
- (a) গুৱাহাটী
- (b) হাফলং
- (c) দেৰগাঁও
- (d) ধুবুৰী
26. When was the Armed Police Training Center (APTC) established?
সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
- (a) 1999
- (b) 1948
- (c) 1974
- (d) 1976
27. Where is the North East Police Academy located?
'নৰ্থ-ইষ্ট আৰক্ষী একাডেমী’ ক’ত অৱস্থিত?
- (a) শ্বিলং
- (b) গুৱাহাটী
- (c) ডিমাপুৰ
- (d) ইটানগৰ
28. When was "Police Training College' Assam established ?
‘আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়' অসম কেতিয়া প্ৰতিষ্ঠা হৈছিল?
- (b) 1973
- (a) 1948
- (d) 1980
- (c) 1996
29. How many task force battalions are there in the Assam Police?
অসম পুলিচত কিমান টাস্ক ফৰ্চ বেটেলিয়ন আছে?
- (a) 4
- (b) 5
- (c) 6
- (d) 9
30. How many divisions of the Assam Police were there under the Police Act, 1861?
১৮৬১ চনৰ আৰক্ষী আইন অনুসৰি অসম আৰক্ষীৰ কিমানটা বিভাগ আছিল?
- (a) 5
- (b) 6
- (c) 11
- (d) 4
Assam Police GK in Assamese
31. What is the name of the oldest paramilitary force in our country?
আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি?
- (a) বি এছ এফ
- (b) ৰাষ্ট্ৰীয় ৰাইফলছ
- (c) চি আৰ পি এফ
- (d) আছাম ৰাইফলছ
32. Who is the paramilitary force of India under?
ভাৰতৰ অৰ্ধসামৰিক বাহিনী কাৰ অধীনত আছে?
- (a) গৃহ মন্ত্রালয়
- (b) প্ৰতিৰক্ষা মন্ত্ৰালয়
- (c) প্রধানমন্ত্রী কার্যালয়
- (d) ৰাজ্য চৰকাৰ
33. Which paramilitary force in India has its own air wing?
ভাৰতৰ কোনটো অৰ্ধসামৰিক বাহিনীৰ নিজা বায়ু বিভাগ আছে?
- (a) চি. আৰ. পি. এফ.
- (b) বি. এছ. এফ.
- (c) এচ. এচ. বি.
- (d) আই. টি. বি. পি.
34. Which of the following forces guards the Indo-Bhutan and Indo-Nepal borders?
তলৰ কোনটো বাহিনীয়ে ভাৰত-ভূটান আৰু ভাৰত-নেপাল সীমান্তত পহৰা দিয়ে?
- (a) চি. আৰ. পি. এফ.
- (b) বি. এছ. এফ.
- (c) এচ. এচ. বি.
- (d) আই. টি. বি. পি.
35. Which is the force that protects India's airports?
ভাৰতৰ বিমান বন্দৰসমূহ সুৰক্ষা দিয়া বাহিনীটো কোনটো?
- (a) চি. আই. এচ. এফ.
- (b) বি. এছ. এফ.
- (c) ভাৰতীয় সেনা
- (d) ৰাজ্যৰ পুলিচ
36. The command force 'Creek Crocodile' belongs to which paramilitary force?
‘ক্ৰীক ক্ৰক’ডাইল’ নামৰ কমাণ্ড বাহিনীটো কোনটো অৰ্ধসামৰিক বাহিনীৰ অন্তৰ্ভুক্ত?
- (a) বি. এচ. এফ.
- (b) চি. আৰ. পি. এফ.
- (c) এচ. এচ. বি.
- (d) এন. এচ. জি.
37. What is the name of the first Indian soldier to be awarded the Param Vir Chakra?
পৰম বীৰ চক্ৰৰে সন্মানিত হোৱা প্ৰথমজন ভাৰতীয় জোৱানৰ নাম কি?
- (a) বানা সিং
- (b) আব্দুল হামিদ
- (c) মনোজ কুমাৰ পাণ্ডে
- (d) মেজৰ সোমনাথ শৰ্মা
38. Which date is Indian Army Day celebrated?
কোন তাৰিখে ভাৰতীয় সেনা দিৱস পালন কৰা হয়?
- (a) 15 জানুৱাৰী
- (b) 15 জুন
- (c) 7 আগষ্ট
- (d) 16 ডিচেম্বৰ
39. Heavy vehicle factory is located in which of the following places?
তলৰ কোনটো ঠাইত গধুৰ বাহনৰ কাৰখানা (Heavy Vehicle Factory) অৱস্থিত?
- (a) অৱধি
- (b) কানপুৰ
- (c) ইছাপুৰ
- (d) হায়দৰাবাদ
40. Who builds the India Fire missile?
অগ্নি মিছাইল কোনে নিৰ্মাণ কৰে?
- (a) ভাৰত ডাইনেমিকচ্ লিমিটেড
- (b) অদাল ফেক্টৰী, ইছাপুৰ
- (c) হেভী ভেহিকল ফেক্টৰী
- (d) ওপৰৰ এটাও নহয়
Assam Police GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি