Assam General (All in One: Set-2)

Popup Iframe Example
/50

All in One (Set-2)

This quiz is about the Ayodhya Ram Temple. We will discuss all the important events, important dates etc. here.

1 / 50

Q. তলৰ কাক অসমৰ খাজুৰাহো বুলি কোৱা হয়?

2 / 50

Q. কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল?

3 / 50

Q. অসম চৰকাৰে প্লাইউড ফেক্টৰীৰ পৰা বছৰি ৰয়েলিটী হিচাপে কিমান টকা লাভ কৰে?

4 / 50

Q. তামেশ্বৰী মন্দিৰ অসমৰ কোন জিলাত অৱস্থিত?

5 / 50

Q. “আসাম ষ্টেট ফার্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড” নামৰ সাৰ কাৰখানাটো ক’ত অবস্থিত?

6 / 50

Q. প্রাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়?

7 / 50

Q. অসমৰ প্ৰথমটো চেকিল ক’ত প্রতিষ্ঠিত হৈছিল?

8 / 50

Q. অসমত গেছক্ৰেকাৰ প্ৰকল্পটো কিমান চনত উদ্বোধন কৰা হৈছিল?

9 / 50

Q. অসমৰ কোনখন জিলাত কমলাবাৰী সত্র অৱস্থিত?

10 / 50

Q. তলৰ অসমৰ ক'ত ফৰেনছিক লেবৰেটৰী অৱস্থিত?

11 / 50

Q. গুৱাহাটী চাহ নিলাম কেন্দ্র কেতিয়া স্থাপন হৈছিল?

12 / 50

Q. অসমৰ প্ৰথমটো চেনিকল কিমান চনত প্রতিষ্ঠিত হৈছিল?

13 / 50

Q. নুনমাটি তেল শোধানগৰ কিমান চনত স্থাপিত হৈছিল?

14 / 50

Q. অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্র ক’ত স্থাপন কৰা হৈছিল?

15 / 50

Q. অসমৰ সৰ্বমুঠ কিমানটা প্লাইউড ফেক্টৰী আছে?

16 / 50

Q. সমগ্র বিশ্বৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমে বহন কৰে?

17 / 50

Q. অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল?

18 / 50

Q. কিমান চনত লাকুৱাত তেলৰ সন্ধান পোৱা যায়?

19 / 50

Q. পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল?

20 / 50

Q. কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

21 / 50

Q. নুমলীগড় তেল শোধানগৰ কিমান চনত স্থাপিত হৈছিল?

22 / 50

Q. অসমৰ কোনখন জিলাক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়?

23 / 50

Q. পুৰুষোত্তম বিদ্যাবাগিশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি?

24 / 50

Q. স্ৰৰ সংবেদন প্রায়োগিক কেন্দ্র ক'ত অৱস্থিত?

25 / 50

Q. প্রাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?

26 / 50

Q. আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত?

27 / 50

Q. তলৰ ক'ত আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো অৱস্থিত?

28 / 50

Q. হেম সৰস্বতীয়ে তলৰ কোনখন গ্রন্থ ৰচনা কৰিছিল?

29 / 50

Q. “Instant Tea Project” কেতিয়া গঠন হৈছিল?

30 / 50

Q. বর্তমান আটাইতকৈ কাৰ্য্যক্ষম পুৰণি তেল শোধানগৰ কোনটো?

31 / 50

Q. বঙাইগাঁও তেল শোধানগৰ কিমান চনত স্থাপিত হৈছিল?

32 / 50

Q. প্রাচীন কামৰূপৰ ৰাজধানী ক’ত আছিল?

33 / 50

Q. অসমৰ ভিতৰত সৰ্ববৃহৎ চিমেন্ট ফেক্টৰীটোৰ নাম কি?

34 / 50

Q. অসমৰ ক'ত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

35 / 50

Q. অসম চুক্তিৰ ফলত সৃষ্টি হোৱা শোধানগৰোটৰ নাম কি?

36 / 50

Q. অশ্বক্লান্ত মন্দিৰ অসমৰ ক'ত অৱস্থিত?

37 / 50

Q. অসমৰ ক'ত গাৰ্হস্হ্য বিজ্ঞান মহাবিদ্যালয় অৱস্থিত?

38 / 50

Q. তলৰ ক'ত অসমৰ বন গবেষণা কেন্দ্ৰ অৱস্থিত?

39 / 50

Q. অসমৰ কোন জিলাত কেন্দ্রীয় মুগা-এৰী গৱেষণা কেন্দ্ৰ অৱস্থিত?

40 / 50

Q. অসমৰ আটাইতকৈ পুৰণি তেল শোধানগৰটোৰ নাম কি?

41 / 50

Q. অসমৰ দ্বিতীয়টো তেলৰ খাদ কিমান চনত আৱিষ্কাৰ হৈছিল?

42 / 50

Q. প্রাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়?

43 / 50

Q. “আসাম ষ্টেট ফার্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড” নামৰ সাৰ কাৰখানাটো কিমান চনত প্রতিষ্ঠিত হৈছিল?

44 / 50

Q. অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কিমান চনত গঠন হৈছিল?

45 / 50

Q. বোকাজান চিমেন্ট ফেক্টনীটোৰ কিমান চনত প্রতিষ্ঠা হৈছিল-

46 / 50

Q. অসমৰ বিলেবশ্বৰ দেৱালয় ক'ত অৱস্থিত?

47 / 50

Q. অসমৰ প্ৰথমটো প্লাইউড ফেক্টৰী কিমান চনত প্রতিষ্ঠা হৈছিল?

48 / 50

Q. প্রতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত?

49 / 50

Q. শিৱ দল ক'ত অৱস্থিত?

50 / 50

Q. অসমৰ কোনটো তেল শোধানগৰ “Accord Refinery’ হিচাপে জনা যায়?

Your score is

The average score is 54%

0%

Related Topics:

Assam Gk:

Indian GK 1000+

Quiz:

  1. Test Your Knowledge

Some upcoming quiz topic

  1. History: Covering different eras, civilizations, and significant events from around the world.
  2. Science and Nature: Including topics such as biology, chemistry, physics, astronomy, and environmental science.
  3. Geography: Questions about countries, capitals, landmarks, physical features, and world geography.
  4. Literature: Covering classic and contemporary literature, authors, literary movements, and famous literary works.
  5. Art and Music: Questions about artists, art movements, musical genres, composers, famous artworks, and iconic songs.
  6. Current Affairs: Trivia related to recent news events, politics, sports, entertainment, and global issues.
  7. Sports: Covering various sports, athletes, famous matches, sports history, and Olympic Games.
  8. Pop Culture: Questions about movies, television shows, celebrities, memes, internet culture, and social media trends.
  9. Technology: Including topics such as computers, internet, gadgets, software, programming languages, and tech companies.
  10. Food and Cuisine: Trivia about different cuisines, cooking techniques, famous dishes, and culinary traditions from around the world.
  11. Mythology and Folklore: Questions about Greek, Roman, Norse, Egyptian, or other mythologies, as well as folktales and legends from various cultures.
  12. Language and Linguistics: Trivia about languages, dialects, grammar rules, word origins, etymology, and linguistic phenomena.
  13. Social Sciences: Including topics such as psychology, sociology, anthropology, economics, and political science.
  14. Health and Wellness: Questions about human anatomy, common medical conditions, healthy living, nutrition, and fitness.
  15. Business and Finance: Trivia related to companies, entrepreneurs, stock markets, economics, business strategies, and financial concepts.
  16. Inventions and Discoveries: Covering notable inventions, inventors, scientific discoveries, technological breakthroughs, and innovations throughout history.
  17. Travel and Tourism: Questions about famous landmarks, tourist attractions, UNESCO World Heritage Sites, and travel destinations worldwide.
  18. Religion and Spirituality: Including trivia about different religions, religious texts, religious figures, rituals, and spiritual beliefs.
  19. Film Directors and Actors: Questions about renowned directors, actors, filmography, movie genres, and iconic film quotes.
  20. Literary Characters and Quotes: Trivia about memorable characters from literature, famous quotes, and literary themes.

Assamese GK Quiz || Assamese Quiz  || General Knowledge Assam Quiz ||  Assam History  Quiz ||  Assam Culture Quiz  ||  Assam Geography Quiz || Assamese Literature Quiz ||  Assam Festivals Quiz || Assam Wildlife  || Famous Assamese Personalities  || Assam Tourism  ||  Assam Economy ||  Assam Art And Craft Quiz ||  Assam Language Quiz  || Assam Politics Quiz  || Assamese Trivia Quiz  || Assam Knowledge Test Quiz ||  Assamese Culture Quiz  || Explore Assam  Quiz ||  Assamese Heritage Quiz  ||  Assam State Facts  Quiz  ||  Assam Education Quiz ||  Assam History Quiz Quiz || Assam Arts And Culture Quiz  ||  Assam Current Affairs  Quiz ||  Assam Famous Places  Quiz  || Assam Traditional Festivals  Quiz || Assam Rivers And Mountains  Quiz ||  Assam Wildlife Sanctuaries Quiz ||  Learn About Assam Quiz

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese