21. অসমত প্রথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
ANSWER= ১৯৪৮ চনত (গুৱাহাটী)
22. অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি?
ANSWER= অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯১২), দেবেন্দ্রনাথ বেজবৰুৱা।
23. সংস্কৃতৰ পৰা অসমীয়ালৈ অনূদিত হোৱা প্ৰথম নাটকখনৰ নাম কি?
ANSWER= শকুন্তলা (লম্বোদৰ বৰা)
24. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
ANSWER= ‘ভানুমতী’, পদ্মনাথ গোহাঞিবৰুৱা।
25. বিহগী কবি, বুলিলে কোন অসমীয়া কবিক জনা যায়?
ANSWER= ৰঘুনাথ চৌধীৰীক।
26. অসম সাহিত্য সভাৰ প্রথম অধিবেশনৰ ক’ত অনুষ্ঠিত হৈছিল?
ANSWER= ১৯১৭ খ্ৰীষ্টাব্দত, শিৱসাগৰত।
27. অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি?
ANSWER= পদ্মনাথ গোহাঞি বৰুৱা।
28. অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি?
ANSWER= চন্দ্ৰকান্ত অভিধান (১৯৩৩ চন)।
29. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা ব্যক্তি কোন?
ANSWER= হেমচন্দ্ৰ বৰুৱা।
30. বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
ANSWER= ১৯৫৫ চনৰ ১৬ নৱেম্বৰত।
31. বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি?
ANSWER= জয়ভদ্র হাগজেৰ।
32. অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি?
ANSWER= তিনিটা- (১) প্রাথমিক (২) মাধ্যমিক আৰু (৩) উচ্চ শিক্ষা।
33. সাহিত্য অকাডেমী বঁটা লাভ কৰা “ককাদেউতাৰ হাড়” পুথিখনৰ লেখক কোন?
ANSWER= নৱকান্ত বৰুৱা।
34. অসমীয়া ৰোমাণ্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন?
ANSWER= চন্দ্ৰকুমাৰ আগৰৱালা।
35. অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয়?
ANSWER= খ্ৰীষ্টীয় নৱম-দশম শতিকাৰ।
36. বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি-সাহিত্য কোন আছিল?
ANSWER= মহাপুৰুষ শংকৰদেৱ।
37. শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?
ANSWER= মাধৱদেৱ।
38. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্রধান পুথিখনৰ নাম কি?
ANSWER= কীৰ্ত্তন ঘোষা।
39. প্ৰাক্ বৈষ্ণৱ যুগৰ শ্রেষ্ঠ কবি কোন আছিল?
ANSWER= মাধৱ কন্দলি আৰু হেম সৰস্বতী।
40. সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি?
ANSWER= সুগন্ধি পখিলা।
Assam Art and Culture MCQ
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian History GK
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।