Short Question Answer:
1. প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন?
ANSWER= লক্ষ্মীনাথ বেজবৰুৱা।
2. প্রথম কথা-কবিতাৰ ৰচক কোন?
ANSWER= যতীন্দ্ৰনাথ দুৱৰা।
3. অসমৰ পুৰণি নাম কি?
ANSWER= কামৰূপ (প্ৰাগজ্যোতিষপুৰ)।
3. প্রাচীন কামৰূপৰ চাৰিটা ভাগ কি কি?
ANSWER= (১) ৰত্নপীঠ (২) কামপীঠ (৩) স্বর্ণপীঠ আৰু (৪) সৌমাৰ পীঠ।
4. প্ৰথম অসমীয়া অনাতাঁৰ নাটৰ লেখক কোন?
ANSWER= বীণ বৰাগী।
5. প্রথম অসমীয়া গল্প সংকলনখনৰ নাম কি?
ANSWER= লক্ষ্মীনাথ বেজবৰুৱাৰ “সুৰভি” (১৯০৯)
6. প্ৰথম অসমীয়া ভ্রমণ কাহিনী টোৰ নাম কি?
ANSWER= বিলাতৰ চিঠি (১৯৩৯) লেখক, জ্ঞানদাভিৰাম বৰুৱা।
7. জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া পুথিখনৰ নাম আৰু লেখক নাম কি?
ANSWER= মৃত্যুঞ্জয় (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।
8. সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি?
ANSWER= “বনফুল” (১৯৫২), যতীন্দ্ৰনাথ দুৱৰা।
9. সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
ANSWER= ঈয়াৰুইঙ্গম; বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৮১)
10. জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি?
ANSWER= ড° মামণি ৰয়ছম গোস্বামী।
11. অসমৰ “সাহিত্যৰথী” কোন?
ANSWER= লক্ষ্মীনাথ বেজবৰুৱা।
12. অসমৰ “উপন্যাস সম্রাট” কোন?
ANSWER= ৰজনীকান্ত বৰদলৈ।
13. ২০০৩ চনত অসম সাহিত্য বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন?
ANSWER= নিৰুপমা বৰগোহাঞি।
14. অসমৰ জাতীয় উৎসৱ কি?
ANSWER= বিহু অসমৰ জাতীয় উৎসৱ।
15. অসমৰ এটি প্রাচীন কৃষি উৎসৱৰ নাম কি?
ANSWER= মিচিংসকলৰ “আলি-আই-লৃগাং” উৎসৱ।
16. প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
ANSWER= ধর্ম পুস্তক (১৮১৩), আত্মাৰাম শৰ্মা।
17. অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?
ANSWER= ‘ল’ৰাবন্ধু' (১৮৮৮), সম্পাদক: কৰুণাভিৰাম বৰুৱা।
18. অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি?
ANSWER= আছাম ট্রিবিউন (১৯৪৬), প্রথম সম্পাদক লক্ষ্মীনাথ ফুকন।
19. অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰিকাকত খনৰ নাম কি?
ANSWER= “দৈনিক বাতৰি” (১৯৩৫-৩৬), সম্পাদক: নীলমণি ফুকন।
20. প্রথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম কি?
ANSWER= অৰুনোদই (১৯৪৬-১৮৮২) সম্পাদক ডঃ নাথান ব্রাউন।
Assam Art and Culture MCQ
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian History GK
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।