Assam Art and Culture MCQ in Assamese||300+ MCQ|| Free MCQ with PDF

Popup Iframe Example

121. বিহুগীতবোৰ কি ছন্দত ৰচিত?

WhatsApp Group Join Now
Telegram Group Join Now
  • (a) ছৱি ছন্দ
  • (b) ঝুনা ছন্দত
  • (c) দুলড়ী ছন্দত
  • (d) কুসুমালা ছন্দত

উত্তৰ: (c) দুলড়ী ছন্দত

122. ভোৰতাল নৃত্য হৈছে?

  • (a) এবিধ থলুৱা নৃত্য
  • (b) এবিধ লোকনৃত্য
  • (c) এবিধ আধুনীক নৃত্য
  • (d) ওপৰৰ এটাও নহয়

উত্তৰ: (a) এবিধ থলুৱা নৃত্য

123. ‘ঝুমুৰ’ তলৰ কোন জনজাতিৰ নৃত্য?

  • (a) বড়ো
  • (b) ৰাভা জনজাতি
  • (c) চাহ জনজাতি
  • (d) সোনোৱাল কছাৰী

উত্তৰ: (c) চাহ জনজাতি

124. জুনা কি?

  • (a) এবিধ নৃত্য
  • (b) এবিধ খাদ্য
  • (c) এবিধ অলংকাৰ
  • (d) হাস্যৰসাত্মক এবিধ লোকগীত

উত্তৰ: (d) হাস্যৰসাত্মক এবিধ লোকগীত

125. ‘চালি নাচ’ কি নৃত্যৰ লগজ জড়িত?

  • (a) সত্ৰীয়া নৃত্য
  • (b) দেওধনী নৃত্য
  • (c) ভাৰত নাট্যম
  • (d) অংকীয়া ভাওনা

উত্তৰ: (a) সত্ৰীয়া নৃত্য

126. আৰণ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে?

  • (a) আদি
  • (b) গাৰো
  • (c) কচাৰী
  • (d) ডিমাচা

উত্তৰ: (a) আদি

127. ‘ছগ্রামিছাৱা’ কোন জনগোষ্ঠীৰ উদযাপিত উৎসর?

  • (a) মিচিং
  • (b) গাৰো
  • (c) বড়ো
  • (d) তিৱা

উত্তৰ: (d) তিৱা

128. 'খেৰাই' উৎসৱ কোন জনগোষ্ঠীৰ উদ্যাপিত অনুষ্ঠান?

  • (a) তিৱা
  • (b) মিচিং
  • (c) বড়ো
  • (d) কাৰ্বি

উত্তৰ: (c) বড়ো

129. পয়চাংকেন এটা _____ উৎসৱ?

  • (a) জন্মৰ উৎস
  • (b) বিবাহ উৎসৱ
  • (c) বসন্ত উৎসৱ
  • (d) মৃতকৰ অনুষ্ঠান

উত্তৰ: (c) বসন্ত উৎসৱ

130. আহোমসকলে পালন কৰা ওমফা পূজাৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি?

  • (a) দুইখ্ৰাই
  • (b) লেংদন
  • (c) দঞিঃ পলঃ
  • (d) আৰনাম হেমফু

উত্তৰ: (b) লেংদন

👇👇Check it 👇👇

131. মাটি আখৰা কি নৃত্যৰ বাবে অপৰিহাৰ্য্য?

  • (a) বিহু নৃত্য
  • (b) পুতলা নাচ
  • (c) ওজাপালি
  • (d) সত্রীয়া নৃত্য

উত্তৰ: (d) সত্রীয়া নৃত্য

132. খাম কোন জনগোষ্ঠীৰ বাদ্যযন্ত্র?

  • (a) ৰাভা
  • (b) হাজং
  • (c) বড়ো
  • (d) কাৰ্বি

উত্তৰ: (c) বড়ো

133. মিচিং সমাজৰ ডেকাচাঙৰ নাম কি?

  • (a) তেৰাং
  • (b) চামাদি
  • (c) মুৰং ঘৰ
  • (d) এলেং হাই

উত্তৰ: (c) মুৰং ঘৰ

134. তিৱা সমাজৰ ডেকাচাঙৰ নাম কি?

  • (a) এলেং হাই
  • (b) লোকযানথে
  • (c) তেৰাং
  • (d) চামদি

উত্তৰ: (c) তেৰাং

135. 'আপং' কোন জনগোষ্ঠীৰ মদৰ নাম?

  • (a) তিৱা
  • (b) মিচিং
  • (c) ৰাভা
  • (d) দেউৰী

উত্তৰ: (c) মিচিং

136. ওৱানগালা উৎসৰ কিহৰ ভিত্তিত কৰা হয়?

  • (a) বিবাহ উৎসৱ
  • (b) মৃতকক উদ্দেশ্যি
  • (c) কৃষিভিত্তিক উৎসৱ
  • (d) জন্মসম্পকীয় উৎসৱ

উত্তৰ: (c) কৃষিভিত্তিক উৎসৱ

137. কেতিয়া 'আই সবাহ' অনুষ্ঠিত কৰা হয়?

  • (a) বসন্ত ওলালে
  • (b) প'লিঅ' হ'লে
  • (c) জ্বৰ হ'লে
  • (d) ওপৰৰ এটাও নহয়

উত্তৰ: (a) বসন্ত ওলালে

138. 'বাথৌ পূজা' তলৰ কোন জনগোষ্ঠীৰ ধর্মীয় উৎসৱ?

  • (a) তিৱা
  • (b) মিচিং
  • (c) বড়ো
  • (d) কাৰ্বি

উত্তৰ: (c) বড়ো

139. তলৰ কোন জনগোষ্ঠীয়ে ‘চমাংকান’ পালন কৰে?

  • (a) কাৰ্বি
  • (b) ৰাভা
  • (c) গাৰো
  • (d) খাচী

উত্তৰ: (a) কাৰ্বি

140. চ'মাংকানৰ প্ৰকৃত অর্থ কি?

  • (a) জন্মানুষ্ঠান
  • (b) শ্ৰাদ্ধানুষ্ঠান
  • (c) বিবাহ উৎসৱ
  • (d) বিহু উৎসৱ

উত্তৰ: (b) শ্ৰাদ্ধানুষ্ঠান

Assam Art and Culture MCQ

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Indian History GK

Quiz:

  1. Test Your Knowledge
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese