101. ‘বাঁশ পূজা’ তলৰ কোন জনগোষ্ঠীৰ লোকানুষ্ঠান?
- (a) হাজং
- (b) গাৰো
- (c) কাৰ্বি
- (d) ৰাভা
102. তলৰ ক'ত মণিমঞ্জিৰ পিন্ধা হয়?
- (a) মূৰত
- (b) কাণত
- (c) ভৰিত
- (d) ডিঙিত
103. অসমৰ স্থাপত্য শিল্পৰ প্ৰাচীনতম নিদর্শন ক'ত পোৱা যায়?
- (a) কামৰূপৰ নীলাচল পাহাৰত
- (b) গোৱালপাৰাৰ সূৰ্য্য পাহাৰত
- (c) কামৰূপৰ জিলাৰ মঙ্গলকামদেৱত
- (d) শোণিতপুৰ জিলাৰ দ-পৰ্বতীয়াত
104. কহুদী কি?
- (a) এবিধ ব্যঞ্জণ
- (b) এবিধ মূৰত পিন্ধা সাজ
- (c) খুন্দা সৰিয়হেৰে তৈয়াৰী এবিধ অসমীয়া মুখৰোচক টেঙা খাদ্য
- (d) এবিধ জনজাতী খাদ্য
105. তলৰ কি সাজৰ প্ৰচলন আহোমসকলৰ এটা উল্লেখযোগ্য প্রথা?
- (a) চোলা
- (b) ধোতি
- (c) গামোচা
- (d) শাৰী
106. তলৰ কোনবিধ গহণা পুৰুষে পৰিধান নকৰে?
- (a) বিৰি
- (b) কুণ্ডল
- (c) থুৰীয়া
- (d) মগৰদানা
107. বিহুৱান সকলে বিহু মাৰোটে ব্যৱহাৰ কৰা চোলাটোৰ নাম কি?
- (a) মোঘলাই চোলা
- (b) মিৰ্জাই চোলা
- (c) এঙাচোলা
- (d) চাপকণ
108. তলৰ ক'ত চিটিপটি পিন্দা হয়?
- (a) মূৰত
- (b) কাণত
- (c) ডিঙিত
- (d) ভৰিত
109. কেতিয়া 'টুচু পূজা' পালন কৰা হয়?
- (a) পুহ আৰু মাঘৰ সংক্ৰান্তিত
- (b) বহাগ আৰু জেঠৰ সংক্ৰান্তিত
- (c) আহাৰ আৰু শাওণৰ সংক্ৰান্তিত
- (d) ওপৰৰ এটাও নহয়
110. কোন জিলাত 'ফাট বিহু' উদ্যাপন কৰা হয়?
- (a) ধেমাজী জিলাত
- (b) গোলাঘাট জিলাত
- (c) লখিমপুৰ জিলাত
- (d) তিনিচুকীয়া জিলাত
111. কেতিয়া ‘চড়ক পূজা’ পালন কৰা হয়?
- (a) বহাগ মহত
- (b) পূহ মাহত
- (c) আহিন মাহত
- (d) চ'ত মাহত
112. মটৰ মণি ক'ত পিন্ধা হয়?
- (a) কাণত
- (b) হাতত
- (c) মূৰত
- (d) গলত
113. কেয়ূৰ ক'ত পিন্ধা হয়?
- (a) হাতত
- (b) বাহুত
- (c) গলত
- (d) ভৰিত
114. কেতিয়া মহহো উৎসৱ উদ্যাপন কৰা হয়?
- (a) মাঘ মহত
- (b) পূহ মাহত
- (c) আঘোণ মাহত
- (d) আহিন মাহত
115. তলৰ কিহৰ লগত ‘চকলং’ জড়িত?
- (a) জন্ম সংক্রান্তীয়
- (b) মৃত্যু সংক্রান্তীয়
- (c) ধৰ্মীয় সংক্রান্তীয়
- (d) বিবাহ সংক্রান্তীয়
100+ Assam Politics MCQ in Assamese
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
400+ অসম অৰ্থনীতি GK
👇👇Check it 👇👇
116. ‘বাগৰুম্ব’ তলৰ কোন জনগোষ্ঠীৰ বসন্তকালীন লোক নৃত্য?
- (a) ৰাভা
- (b) খাচি
- (c) বড়ো
- (d) সোনোৱাল কছাৰী
117. তলৰ কোনবিধ বাদ্য আনদ্ধ বাদ্য?
- (a) ঢোল
- (b) বাঁহী
- (c) খোল
- (d) ওপৰৰ আটাইকেইটা
118. তিৱাসকলৰ সমাজত প্রচলিত 'বৰঢোল'ক কি বুলি জনা যায়?
- (a) খোৰাং
- (b) থালন
- (c) পিচু খ্ৰাম
- (d) খ্ৰাম বাৰ
119. অসমত কিমান শ্ৰেণীৰ পুতলা নাচৰ প্ৰচলন আছে?
- (a) দুই শ্ৰেণীৰ
- (b) তিনি শ্ৰেণীৰ
- (c) চাৰি শ্ৰেণীৰ
- (d) পাঁচ শ্ৰেণীৰ
120. তলৰ কোন ৰাজ্যত ‘হর্ণবিল’ উৎসৱ পালন কৰা হয়?
- (a) অসম
- (b) মেঘালয়
- (c) মণিপুৰ
- (d) নাগালেণ্ড
Assam Art and Culture MCQ
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian History GK
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।