80. The traditional Assamese string instrument, resembling a small guitar, is called:
সৰু গীটাৰৰ দৰে পৰম্পৰাগত অসমীয়া তাঁৰ বাদ্যক কোৱা হয়:
- A) Dotara
- B) Bihu
- C) Gogona
- D) Taal
81. The traditional Assamese silk cloth, often worn as a shawl is called:
সততে চাদৰ হিচাপে পিন্ধা পৰম্পৰাগত অসমীয়া ৰেচম কাপোৰক কোৱা হয়:
- A) Mekhela Chador
- B) Riha
- C) Pat
- D) Gamosa
82. The famous Assamese poet known for his collection of poems "Bhalomanus" and his contributions to Assamese literature is:
"ভালোমানুছ" কবিতা সংকলন আৰু অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত অসমীয়া কবিজন হ'ল:
- A) Lakshminath Bezbaroa
- B) Hiren Bhattacharya
- C) Hem Barua
- D) Jyoti Prasad Agarwala
Assam Art and Culture MCQ in Assamese
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
400+ অসম অৰ্থনীতি GK
👇👇Check it 👇👇
83. তলৰ কিহৰ সৈতে সত্ৰীয়া নৃত্য পৰিৱেশন কৰা হয়?
- (a) ওজাপালি
- (b) পুতলা নাচ
- (c) দেওধনী নৃত্য
- (d) অংকীয়া ভাওনা
84. আইনামৰ মূল উপাচ্য দেৱীগৰাকী কোন?
- (a) দুৰ্গা
- (b) লক্ষ্মী
- (c) কামাখ্যা
- (d) ওপৰৰ এটাও নহয়
85. ‘অ'ৰি গীত’ তলৰ কোন জিলাত প্রচলিত?
- (a) কামৰূপ
- (b) গোলাঘাট
- (c) লখিমপুৰ
- (d) গোৱালপাৰা
86. চিকন ফৰিয়হ গীত তলৰ কোন শ্ৰেণীৰ লোকগীত?
- (a) ধৰ্মীয়
- (b) বুৰঞ্জীমূলক
- (c) আখ্যানমূলক
- (d) আনুষ্ঠানিকমূলক
87. ‘নাহৰৰ গীত’ তলৰ কোন শ্ৰেণীৰ লোকগীত?
- (a) বুৰঞ্জীমূলক
- (b) আখ্যানমূলক
- (c) আনুষ্ঠানিকমূলক
- (d) ওপৰৰ এটাও নহয়
88. অসমৰ কোনটো লোক-নাট্যানুষ্ঠানৰ মূল গায়কজন গীদাল বুলি কোৱা হয়?
- (a) ওজাপালি
- (b) পুতলা নৃত্য
- (c) কুশান গান
- (d) খুলীয়া ভাওৰীয়া
89. কোনকেইবিধ অলংকাৰ পুৰুষে ডিঙিত পৰিধান কৰে?
- (a) গলপতা, সাতসৰী
- (b) চন্দ্ৰহাৰ, চিপাতমণি
- (c) লোকাপাৰ, জোনবিৰি
- (d) লতামণি, বিবি
90. মিচিং সমাজত প্রচলিত প্রধান আৰু জনপ্রিয় লোকগীতবিধৰ নাম কি?
- (a) দিহা নাম
- (b) আইনাম
- (c) ওই-নিতাম
- (d) হাইদাং গীত
100+ Assam Politics MCQ in Assamese
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
400+ অসম অৰ্থনীতি GK
91. 'ভাৰীগান' অসমৰ কোন অঞ্চলত প্রচলিত লোক- নাট্যানুষ্ঠান?
- (a) বৰপেটা
- (b) কামৰূপ
- (c) পশ্চিম গোৱালাপাৰা
- (d) দক্ষিণ গোৱালাপাৰা
92. তলৰ কোনবিধ সামগ্রী তাঁত শালৰ লগত জড়িত নহয়?
- (a) দোৰ্পতি
- (b) নিগনি খুঁটা
- (c) ওখোন
- (d) চিৰি
93. পঁচতি কিহৰ লগত জড়িত উৎসৱ?
- (a) খেতিৰ লগত জড়িত
- (b) মৃত্যুৰ লগত জড়িত
- (c) জীৱন বৃত্তৰ লগত জড়িত
- (d) ধর্মীয় বৃত্তৰ লগত জড়িত
94. নৰা-ছিগা বিহুৰ অন্য নাম কি?
- (a) পঃৰাগ
- (b) পয়লেং
- (c) চমাংকান
- (d) আলি আই লৃগাং
95. ‘পঃৰাগ’ কিহৰ ভিত্তিত অনুষ্ঠিত উৎসৱ?
- (a) বিবাহ উৎসৱ
- (b) কৃষিভিত্তিক উৎসৱ
- (c) জন্ম সম্বন্ধীয় উৎসৱ
- (d) মৃতকৰ লগত জড়িত উৎসৱ
96. বড়োসকলৰ 'হাথাছুনি' কিহৰ উৎসৱ?
- (a) ধৰ্মীয় উৎসৱ
- (b) বিবাহ উৎসৱ
- (c) মৃতকৰ উৎসৱ
- (d) কৃষিভিত্তিক উৎসৱ
97. তলৰ ক'ত হুদুমদেও পূজা পালন কৰা হয়?
- (a) গোলাঘাট
- (b) নলবাৰী
- (c) কামৰূপ
- (d) পশ্চিম গোৱালাপাৰা
98. বিহুৰ শেষৰ দিনটোৰ কি নামেৰে জনা যায়?
- (a) মানুহ বিহু
- (b) আলহী বিহু
- (c) চেৰা বিহু
- (d) তাঁতৰ বিহু
99. তলৰ কোন জনগোষ্ঠীৰ লগত ‘নংক্রেম’ উৎসৱটি জড়িত?
- (a) গাৰো জনগোষ্ঠী
- (b) খাচী জনগোষ্ঠী
- (c) কাৰ্বি জনসংখ্যা
- (d) মিকিৰ জনগোষ্ঠী
100. অসমৰ কোনখন জিলাত ‘মথলী’ উৎসৱ পালন কৰা হয়?
- (a) দৰং
- (b) বৰপেটা
- (c) গোলাঘাট
- (d) গোৱালপাৰা
Assam Art and Culture MCQ
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian History GK
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।