81. আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল?
ANSWER= “অৰুণোদয়” যুগৰ এজন বিখ্যাত লিখক।
82. দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ?
ANSWER= ‘সাগৰ দেখিছা’।
83. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
ANSWER= লুইতৰ পাৰৰ অগ্নিসুৰ।
84. কেৱল মহিলাৰ বাবে প্রকাশিত অসমীয়া বাতৰিকাকত?
ANSWER= ‘উৰুলি’
85. বিষ্ণু ৰাভাৰ গল্প পুথিখনৰ নাম কি?
ANSWER= সোণপাহি।
Assam Art and Culture MCQ
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian History GK
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।