61. ‘অনুৰাধাৰ দেশ' উপন্যাসখন কোনে ৰচনা কৰিছিল?
ANSWER= ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।
62. অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল ?
ANSWER= কৃষ্ণকান্ত সন্দিকৈ (৩৯ বছৰ বয়সত)।
63. ভবেন্দ্ৰ নাথ শইকীয়াই সাহিত্য অকাডেমী বঁটা পোৱা পুথিখনৰ নাম কি ?
ANSWER= শৃংখল (১৯৭৬)।
64. অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?
ANSWER= যুগল দাসে।
65. ২০০৮ চনৰ সাহিত্য অকাডেমী পুৰষ্কাৰ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?
ANSWER= ৰীতা চৌধুৰী (গ্রন্থ : দেও লাংখুই)
66. ‘সোণৰ খাৰু নালাগে মোক' নামৰ উপন্যাসৰ লেখক কোন?
ANSWER= ধীৰেণ বৰুৱা।
67. ৰাষ্ট্ৰপতিৰ ‘পদ্মশ্ৰী’ উপাধি পোৱা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
ANSWER= নলিনী দেৱী।
68. ‘পৃথিৱীৰ অসুখ’ নামৰ গল্প পুথিখন কোনে লিখিছিল
ANSWER= যোগেশ দাসে (সাহিত্য অকাডেমী বঁটাৰে পুৰস্কৃত)।
69. প্রথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি?
ANSWER= সংগীত কোষ।
70. প্রথম অসমীয়া চুটি গল্পটোৰ নাম কি?
ANSWER= লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা'।
👇👇Check it 👇👇
71. লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
ANSWER= ‘মানুহ বিচাৰি' নামৰ পুথিৰ বাবে।
72. অসমীয়া নাট্য সাহিত্যৰ জনক কোন?
ANSWER= শ্ৰীমন্ত শংকৰদেৱ।
73. অসমীয়া নাট্য সাহিত্যৰ জনক প্রথম নাটক খনৰ নাম কি?
ANSWER= নাটকখনৰ নাম ‘চিহ্নযাত্রা”।
74. ‘সাহিত্য অকাডেমী’ পুৰষ্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?
ANSWER= সৌৰভ কুমাৰ চলিহাৰ ‘গোলাম'।
75. অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি?
ANSWER= বিন্দু।
76. অসমীয়া ভাষাত প্রথম ব্যঙ্গ আলোচনীখনৰ নাম কি?
ANSWER= ‘কার্টুন’।
77. কোনে প্রথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল?
ANSWER= যাদুৰাম ডেকা বৰুৱাই।
78. অসম সাহিত্য সভাৰ প্রথম মহিলা সভানেত্রী কোন?
ANSWER= নলিনীবালা দেৱী।
79. প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
ANSWER= বাইবেল। (১৮১৩ চনত ছপা হয়)
80. ৰঘুনাথ চৌধাৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি?
ANSWER= নৱমল্লিকা।
Assam Art and Culture MCQ
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian History GK
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।