Assam Art and Culture MCQ in Assamese||300+ MCQ|| Free MCQ with PDF

Popup Iframe Example

41. অসমীয়া ভাষাত প্রথম ব্যাকৰণ ৰচোঁতা কোন আছিল ?

ANSWER= ৰবিন্সন (১৮৩৯ খ্রীঃ)

WhatsApp Group Join Now
Telegram Group Join Now

42. ইংৰাজৰ পৰা “ছাৰ” উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন?

ANSWER= ছাৰ চৈয়দ চাদুল্লা।

43.  অসমৰ প্ৰথম চনেট কবি কোন আছিল?

ANSWER= হেমচন্দ্ৰ গোস্বামী।

44. অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

ANSWER= হেম সৰস্বতীৰ “প্ৰহ্লাদ চৰিত”।

45. অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়?

ANSWER= ‘জোনাকী’ কাকত ওলোৱাৰ পৰা।

46. অসমত স্থাপিত প্রথম কলেজ খনৰ নাম, প্ৰতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি?

ANSWER= কটন কলেজ (১৯০১ চন) প্রতিষ্ঠাপক হেনৰি কটন; প্রথম অধ্যক্ষ মিঃ চুডমাৰ্চন।

47. ২০০২ চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?

ANSWER= ড° ভবেন্দ্ৰ নাথ শইকীয়া।

48.  ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল?

ANSWER= ৰঞ্জিত বৰপূজাৰী (১৯৬০ চনৰ ৪ জুলাই)।

49. অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?

ANSWER= শ্ৰীমন্ত শংকৰদেৱ

50. অসমীয়া ব্যাস বুলি কাক কোৱা হয়?

ANSWER= ৰাম সৰস্বতী।

Assam Art and Culture MCQ in Assamese

👇👇Check it 👇👇

51. ‘ৰামধেনু’ আলোচনীৰ সম্পাদক কোন আছিল?

ANSWER= মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমার ভট্টাচার্য, ৰাধিকা মোহন ভাগৱতী

52. “আৱাহন” ৰ প্ৰথম সম্পাদক কোন আছিল?

ANSWER= দীননাথ শৰ্মা।

53. “অসমীয়া ভাষা-উন্নতি সাধিনী সভা”ৰ জন্ম কেতিয়া হৈছিল?

ANSWER= ১৮৮৮ চনৰ ২৫ আগষ্টত, কলিকতাত।

54.  চৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?

ANSWER= ধন্য নৰতনু ভাল।

55.  অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক আলোচনীখনৰ নাম কি?

ANSWER= বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য সম্পাদিত— 'নৱযুগ'

56. ‘জোনাকী'ৰ প্ৰথম সম্পাদক কোন আছিল?

ANSWER= চন্দ্ৰকুমাৰ আগৰৱালা।

57. ‘বাঁহী’ ৰ প্ৰথম সম্পাদক কোন আছিল?

ANSWER= লক্ষ্মীনাথ বেজবৰুৱা।

56. ড° মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি?

ANSWER= মামৰে ধৰা তৰোৱাল (১৯৮২ চন)।

57. চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি ?

ANSWER= প্ৰেম অমৃতৰ নদী।

58. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?

ANSWER= শৰৎ চন্দ্ৰ গোস্বামী।

59. সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা ‘ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন?

ANSWER= ৰংবং ভেৰাং।

60. ‘চিৰ চেনেহী মোৰ ভাষা জননী’ -এই গীতটো কোনে ৰচনা কৰিছিল?

ANSWER=  সাহিত্যাচার্য মিত্ৰদেৱ মহন্তই।

Assam Art and Culture MCQ

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Indian History GK

Quiz:

  1. Test Your Knowledge
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese