Seating Arrangement

Popup Iframe Example

আসন সম্পর্কীয় প্রশ্ন (Seating Arrangement)

WhatsApp Group Join Now
Telegram Group Join Now

1. APRXS আৰু Z য়ে এটা শাৰীত বহিছে। S আৰু Z সোমাজত আছে। A আৰু Pয়ে দুই মূৰে আছে। R য়ে Aৰ বাওঁফালে বহিছে। Pৰ সোঁফালে কোন আছে?

  • (a) Z
  • (b) S
  • (c) A
  • (d) X

উত্তৰ: (d) X

5. A, B, C, D, E, F আৰু G য়ে এটা শাৰীত উত্তৰমুৱা হৈ বহি আছে

→ F, E ৰ একেবাৰে কাষত সোঁফালে আছে।

→ E, য়ে G ৰ সোঁফালৰ পৰা চতুৰ্থ স্থানত আছে।

→ C হৈছে B আৰু D ৰ প্ৰতিবেশী অৰ্থাৎ দুয়োৰে মাজত।

→ Dৰ বাওঁফালে তৃতীয় স্থানত থকা জন শাৰীটোৰ একেবাৰে শেষত আছে।

(A) C ৰ বাওঁফালে কোন কোন আছে?

  • (a) কেৱল B
  • (b) G আৰু B
  • (c) G, B আৰু D
  • (d) D, E, F আৰু A

উত্তৰ : (b) G আৰু B

(B) তলৰ কোনটো কথা সত্য নহয়?

  • (a) A য়ে কোনোবা এটা মূৰত আছে।
  • (b) G য়ে B ৰ একেবাৰে কাষত সোঁফালে আছে।
  • (c) E য়ে Dৰ একেবাৰে কাষত বাওঁফালে আছে।
  • (d) F য়ে Dৰ সোঁফালৰ পৰা দ্বিতীয় স্থানত আছে।

উত্তৰ : (c) E য়ে Dৰ একেবাৰে কাষত বাওঁফালে আছে।

(C) B ৰ দুয়োকাষে কোন কোন আছে?

  • (a) C আৰু G
  • (b) C আৰু D
  • (c) G আৰু F
  • (d) C আৰু E

উত্তৰ : (a) C আৰু G

(D) A ৰ স্থান ক'ত?

  • (a) সো মাজত
  • (b) E আৰু Dৰ মাজত
  • (c) একেবাৰে শেষত বাওঁফালে
  • (d) একেবাৰে শেষত সোঁফালে

উত্তৰ : (d) একেবাৰে শেষত সোঁফালে

(E) Gৰ স্থান ক'ত?

  • (a) সোঁ মাজত
  • (b) একেবাৰে শেষত বাওঁফালে
  • (c) A আৰু Fৰ মাজত
  • (d) B আৰু Dৰ মাজত

উত্তৰ : (b) একেবাৰে শেষত বাওঁফালে

3. পাঁচজনী ছোৱালীয়ে এখন বেঞ্চত বহি আছে। সীমাই ৰাণীৰ বাওঁফালে আৰু বিন্দুৰ সোঁফালে বহিছে। মেৰীয়ে ৰাণীৰ সোঁফালে বহিছে। ৰীতাই বাণী আৰু মেৰীৰ মাজত বহিছে।

(A) ৰীতাৰ একেবাৰে কাষত সোঁফালে কোন আছে?

  • (a) সীমা
  • (b) বিন্দু
  • (c) মেৰী
  • (d) ৰাণী

উত্তৰ: (c) মেৰী

(B) গোটেইকেইজনীৰ ভিতৰত সো মাজত কোন আছে?

  • (a) সীমা
  • (b) মেৰী
  • (c) ৰীতা
  • (d) ৰাণী

উত্তৰ: (d) ৰাণী

(C) সোঁফালৰ পৰা দ্বিতীয় স্থানত কোন আছে?

  • (a) সীমা
  • (b) মেৰী
  • (c) ৰীতা
  • (d) ৰাণী

উত্তৰ: (c) ৰীতা

(D) বাওঁফালৰ পৰা দ্বিতীয় স্থানত কোন আছে?

  • (a) সীমা
  • (b) মেৰী
  • (c) ৰীতা
  • (d) ৰাণী

উত্তৰ: (a) সীমা

[বিন্দু, সীমা ৰাণী ৰীতা মেৰী]

2. P Q R S T U V আৰু W য়ে এখন ঘূৰণীয়া টেবুলত মুখা-মুখিকৈ বহিছে।

→ Pয়ে Tৰ সোঁফালৰ পৰা দ্বিতীয় স্থানত আছে আৰু T য়ে R আৰু Vৰ মাজত আছে।

→ S, P ৰ ওচৰত নাই।

→ V আৰু U ওচৰা-উচৰিকৈ আছে।

→ Qই S আৰু W ৰ মাজত নাই। W ইU আৰু S ৰ মাজত নাই।

(A) তলৰ কোনবোৰ ওচৰা-উচৰিকৈ নাই-

  • (a) QW
  • (b) RP
  • (c) UV
  • (d) RV

উত্তৰ: (d) RV

(B) V ৰ একেবাৰে সোঁফালে কোন আছে?

  • (a) P
  • (b) U
  • (c) R
  • (d) R

উত্তৰ: (d) R

(C) S ৰ স্থান ক'ত?

  • (a) U আৰু Vৰ মাজত
  • (b) W ৰ সোঁফালে
  • (c) Q আৰু Rৰ মাজত
  • (d) Pৰ সোঁফালে দ্বিতীয় স্থান

উত্তৰ: (b)  W ৰ সোঁফালে

(D) তলৰ কোনটো শুদ্ধ:

  • (a) Q য়ে Wৰ বাওঁফালে
  • (b) Pয়ে Qৰ সোফালে
  • (c) Uয়ে W আৰু S ৰ মাজত
  • (d) R য়ে U আৰু V ৰ মাজত

উত্তৰ: (a) Q য়ে Wৰ বাওঁফালে

4. ছয়গৰাকী বন্ধু-বান্ধৱীয়ে এখন টেবুলত মুখামুখিকৈ বহি আছে। দীপাই প্রকাশ আৰু পংকজৰ মাজত আছে। প্রীতিয়ে মুকেশ আৰু ললিতৰ মাজত আছে। প্রকাশ আৰু সুৰেশ ইজনে আনজনৰ বিপৰীত দিশত আছে।

(A) প্ৰকাশৰ সোঁফালে কোন আছে?

  • (a) মুকেশ
  • (b) দীপা
  • (c) পংকজ
  • (d) ললিত

উত্তৰ: (d) ললিত

(B) পংকজৰ সোঁফালে কোন আছে?

  • (a) মুকেশ
  • (b) দীপা
  • (c) পংকজ
  • (d) ললিত

উত্তৰ: (b) দীপা

(C) মুকেশৰ দুই কাষত কোন কোন আছে?

  • (a) দীপা-প্রীতি
  • (b) প্রীতি-পংকজ
  • (c) ললিত-প্রীতি
  • (d) প্রকাশ-দীপা

উত্তৰ: (b) প্রীতি-পংকজ

(D) প্ৰীতিৰ বিপৰীত দিশত কোন বহিছে?

  • (a) মুকেশ
  • (b) দীপা
  • (c) পংকজ
  • (d) ললিত

উত্তৰ : (b) দীপা

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese