400+MCQ_Assam Economy GK in Assamese all in one page//অসম অৰ্থনীতি GK সকলো এটা পেজত//A to Z MCQ
Assam Economy GK in Assamese
অসম হৈছে উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, বৈচিত্ৰময় বন্যপ্ৰাণী, চাহ উৎপাদনৰ বাবে জনাজাত এখন ৰাজ্য। অসমৰ অৰ্থনীতি প্ৰধানকৈ কৃষিভিত্তিক, কৃষি আৰু সংশ্লিষ্ট কাৰ্যকলাপে ৰাজ্যখনৰ জিডিপিত যথেষ্ট অৰিহণা যোগাইছে। অসম ভাৰতৰ ভিতৰতে চাহ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত অন্যতম, ৰাজ্যখনৰ অৰ্থনীতিৰ ক্ষেত্ৰত চাহ উদ্যোগৰ প্ৰধান অৰিহণা। আন আন গুৰুত্বপূৰ্ণ শস্যৰ ভিতৰত ধান, চুপাৰি, পাট আদি।
অসমত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছকে ধৰি উল্লেখযোগ্য খনিজ সম্পদো আছে, যিবোৰে ৰাজ্যৰ উদ্যোগ খণ্ডত অৰিহণা যোগায়। ৰাজ্যখনত কেইবাটাও তেল শোধনাগাৰ আৰু পেট্ৰ’কেমিকেল প্লাণ্ট আছে।
Assam Economy GK in Assamese
শেহতীয়া বছৰবোৰত ৰাজ্য চৰকাৰে পৰ্যটনক প্ৰসাৰিত কৰা আৰু বিনিয়োগ আকৰ্ষণ কৰিবলৈ আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি আহিছে। অসম হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ বাবেও পৰিচিত, যিয়ে ৰাজ্যৰ অৰ্থনীতিত অৰিহণা যোগায়।
মুঠৰ ওপৰত অসমৰ অৰ্থনীতি বৈচিত্ৰময় হ’লেও আন্তঃগাঁথনি উন্নয়ন, নিবনুৱা সমস্যা, আঞ্চলিক বৈষম্য আদি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে ৰাজ্যখনত সৰ্বাংগীন বৃদ্ধিৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।
Assam Economy GK in Assamese
অসম অৰ্থনীতি বিষয়ত অন্তৰ্গত শিতানসমূহ হ'ল-
1.অসমৰ কৃষি
2. অসমৰ উদ্যোগ
3. অসমৰ পযৰ্টন
4. অসমৰ কুটীৰ শিল্পী
5. অসমৰ পশু আৰু মীন পালন
6. অসমৰ ৰাজ্যিক আয়
7. অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনা
8. অসমৰ জলসিঞ্চন
9. অসমৰ শক্তি উৎপাদন
10. অসমৰ নিয়োগ আৰু স্ব-নিয়োজন
11. অসমৰ পৰিবহণ আৰু যাতায়ত
12. অসমৰ যোগাযোগ ব্যৱস্থা
ওপৰৰ এই শিতানসমূহ লগত জড়িত থকা সকলো প্ৰশ্ন উত্তৰ ইয়াত যুগুত কৰা হৈছে। আৰু কিছু প্ৰশ্ন উত্তৰ কিছু সময়ত যোগ কৰা হ'ব।
এই সকলো MCQ আমি অসম ইয়েৰ বুক,২০২৪ (Assam Year book, 2024) কিতাপ খনৰ অসম অৰ্থনীতি শিতানৰ পৰা যুগুত কৰা হৈছে। www.examsupportGK.com
Assam Economy GK in Assamese
1. অসমত প্ৰথমবাৰৰ বাবে কিমান চনত খাৰুৱা তেলৰ সন্ধান পোৱা যায়?
- (a) ২৬ মার্চ, ১৮৬৭
- (b) ১৫ মার্চ, ১৮৬৭
- (c) ২৬ মার্চ, ১৯৬৭
- (d) ১৫ মার্চ, ১৯৬৮
2. অসমত প্রথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈ খনৰ নাম কি?
- (a) ব্রহ্মপুত্র
- (b) কলং
- (c) বুঢ়ীদিহিং
- (d) কপিলী
3. ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে বহন কৰে?
- (a) ৩৫ শতাংশ
- (b) ৭৫ শতাংশ
- (c) ৫০ শতাংশ
- (d) ৪০ শতাংশ
4. অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছৰ পৰিমাণ কিমান?
- (a) ২৪০০০ নিযুত টন
- (b) ২৩০০০ নিযুত টন
- (c) ২৫০০০ নিযুত টন
- (d) ২৪০০০ লাখ টন
5. অসমত পোন প্রথমে কিমান চনত কয়লাৰ সন্ধান ওলাই?
- (a) ১৮৩৮ চনত
- (b) ১৯২৮ চনত
- (c) ১৮২৮ চনত
- (d) ১৯২৮ চনত
6. সমগ্ৰ ভাৰতত উৎপাদিত কয়লাৰ কিমান শতাংশ অসমে বহন কৰে?
- (a) ০.৫০ শতাংশ
- (b) ০.৪৯ শতাংশ
- (c) ১.৮৯ শতাংশ
- (d) ১.০৯ শতাংশ
7. অসমৰ তলৰ ক'ত চূণশিল পোৱা যায়?
- (a) মাৰ্ঘেৰিটা
- (b) ডিব্ৰুচৈখোৱা
- (c) কাৰ্বিপাহাৰ
- (d) কোনোটোৱেই নহয়
৪. অসমৰ কোনখন জিলাত "ভাৰতীয় চাহ বৰ্ড'ৰ পঞ্জীয়ণভুক্ত সর্বাধিক ক্ষুদ্র চাহ উৎপাদনকাৰী উদ্যোগ আছে?
- (a) তিনিচুকিয়া
- (b) গোলাঘাট
- (c) ডিব্রুগড়
- (d) নগাঁও
9. লেপেটকটাত অৱস্থিত অসমৰ গেছক্ৰেকাৰ প্রকল্পত হোৱা মুঠ বিনিয়োগৰ পৰিমাণ কিমান?
- (a) ৫৪৫৪
- (b) ৪৫৫৪
- (c) ৩৫৫৪
- (d) ৬৫৫৪
10. অসমৰ ডিগবৈ শোধানগৰ কিমান চনত স্থাপন হৈছিল?
- (a) ১৯১০ চনত
- (b) ১৯৩৯ চনত
- (c) ১৯০১ চনত
- (d) ১৮৯২ চনত
Assam Economy GK in Assamese
11. 'অসম শস্য নিগম লিমিটেড' কিমান চনত গঠন হৈছিল?
- (a) ১৯৬৭ চনত
- (b) ১৯৭৬ চনত
- (c) ১৯৯২ চনত
- (d) ১৯৬৬ চনত
12. অসমৰ কোন ঠাইত প্রথম কয়লা খনি স্থাপন হৈছিল"
- (a) ডিব্রুগড়ত
- (b) নেঘেৰিঘাট
- (c) মাকুম
- (d) নুনমাটি
13. কিমান চনত অসমৰ প্ৰথমটো কলয়া খনি প্রতিষ্ঠা হৈছিল?
- (a) ১৮৭১ চনত
- (b) ১৯০১ চনত
- (c) ১৮৩২ চনত
- (d) ১৮৩১ চনত
14. অসমৰ সর্ববৃহৎ বাণিজ্যিক চাহ উদ্যোগ কিমান চনত প্রতিষ্ঠা হৈছিল?
- (a) ১৮৪০ চনত
- (b) ১৮৪৩ চনত
- (c) ১৮৪১ চনত
- (d) ১৮৪৪ চনত
15. অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল?
- (a) অসম কোম্পানী
- (b) চাহ কোম্পানী
- (c) অসম চাহ কোম্পানী
- (d) অসম চাহ কোম্পানী লিমিটিড
16. বৰ্তমান অমসৰ মুঠ চাহ বাগিচাৰ সংখ্যা কিমান?
- (a) ৯০০ খন
- (b) ১২০০ খন
- (c) ৮০০ খন
- (d) ১০০০ খন
17. অসমত প্ৰথমবাৰৰ বাবে কিমান চনত চাহ বাগিচা আৰম্ভ কৰা হয়?
- (a) ১৮৩৩ চনত
- (b) ১৮৩৫ চনত
- (c) ১৯৩১ চনত
- (d) ১৯৩৩ চনত
18. অসমৰ কোনখন জিলাত প্রতি হেক্টৰ মাটিত চাহ উৎপাদনৰ পৰিমাণ সর্বাধিক?
- (a) তেজপুৰ
- (b) ডিব্রুগড়
- (c) তিনিচুকীয়া
- (d) নগাঁও
19. অসমৰ কোনটো তেল শোধানগৰ "Accord Refinery' হিচাপে জনা যায়?
- (a) নুনমাটি শোধানগৰ
- (b) কঁঠালগুৰি শোধানগৰ
- (c) বঙাইগাঁও শোধানগৰ
- (d) নুমলিগড় শোধানগৰ
20. অসম বাজ্যিক বিদ্যুৎ পৰিষদ কিমান চনত গঠন হৈছিল?
- (a) ১৯৫৮ চনত
- (b) ১৯৫২ চনত
- (c) ১৮৫৮ চনত
- (d) ১৯৩৫ চনত
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
21. "Instant Tea Project" কেতিয়া গঠন হৈছিল?
- (a) ১৯৭৪ চনত
- (b) ১৯৮৫ চনত
- (c) ১৯৯১ চনত
- (d) ১৮৭৫ চনত
22. গুৱাহাটী চাহ নিলাম কেন্দ্র কেতিয়া স্থাপন হৈছিল?
- (a) ১৯৮০ চনত
- (b) ১৯৭০ চনত
- (c) ১৯৯১ চনত
- (d) ১৮৯৯ চনত
23. অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্র ক'ত স্থাপন কৰা হৈছিল?
- (a) ডিব্রুগড়ত
- (b) তেজপুৰত
- (c) গুৱাহাটীত
- (d) নগাঁওত
24. অসমৰ মুঠ শ্ৰমিকৰ কিমান শতাংশ শ্রমিক চাহ উদ্যোগৰ লগত জড়িত?
- (a) ১৫ শতাংশ
- (b) ১৭ শতাংশ
- (c) ১৮ শতাংশ
- (d) ৩৫ শতাংশ
25. সমগ্র বিশ্বৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমে বহন কৰে?
- (a) এক-ষষ্ঠমাংশ
- (b) দুই-তৃতীয়াংশ
- (c) এক-চতুর্থাংশ
- (d) এক-তৃতীয়াংশ
26. ২০১৮ চনত গণনা অনুসৰি অসমত হোৱা মুঠ চাহ উৎপাদনৰ পৰিমাণ কিমান আছিল?
- (a) ৬,৯১,৯৫০ মেট্রিক টন
- (b) ৬,৯১,৫০০ মেট্রিক টন
- (c) ৬,৯১,৯১০ মেট্রিক টন
- (d) ৬,৯১,৮০০ মেট্রিক টন
27. ২০১৭ চনৰ গণনা অনুসৰি অসমত হোৱা মুঠ চাহ উৎপাদনৰ পৰিমাণ কিমান আছিল?
- (a) ৬,৭৫,১৭০ মেট্রিক টন
- (b) ৬,৭৫,২০০ মেট্রিক টন
- (c) ৬,৭৫,৫০০ মেট্রিক টন
- (d) ৬,৭৫,৩০০ মেট্রিক টন
28. ২০১৫ চনৰ গণনা অনুসৰি অসমত হোৱা মুঠ চাহ উৎপাদনৰ পৰিমাণ কিমান আছিল?
- (a) ৬,৪২,১৮০ মেট্রিক টন
- (b) ৬,৭৫,১৭০ মেট্রিক টন
- (c) ৫,১৬,১৮৫ মেট্রিক টন
- (d) ৬,৯১,৯১০ মেট্রিক টন
29. ২০১৯ চনহ গণনা অনসৰি অসমত হোৱা ৰবৰৰ মুঠ উৎপাদন কিমান?
- (a) ২৫,২৪৫.৫৭ মেট্রিক টন
- (b) ২৫,৭৪৫.৫৭ মেট্রিক টন
- (c) ২৫,২৪৬.৫৭ মেট্রিক টন
- (d) ২৫,৭৪৫.৯০ মেট্রিক টন
30. ২০১৯ চনত অসমত ৰবৰ খেতি কৰা মুঠ কৃষিভূমি কিমান আছিল?
- (a) ৫৭,১২০ হেক্টৰ
- (b) ৫৮, ১২০ হেক্টৰ
- (c) ৫৮,১৫০ হেক্টৰ
- (d) ৫৯,১৬০ হেক্টৰ
Assam Economy GK in Assamese
31. অসমৰ দ্বিতীয়টো তেলৰ খাদ কিমান চনত আৱিষ্কাৰ হৈছিল?
- (a) ১৯৩৮ চনত
- (b) ১৯৪২ চনত
- (c) ১৮৯৯ চনত
- (d) ১৮৯৫ চনত
32. কিমান চনত লাকুৱাত তেলৰ সন্ধান পোৱা যায়?
- (a) ১৯৫৫ চনত
- (b) ১৯৬৫ চনত
- (c) ১৮৯৯ চনত
- (d) ১৮৯৮ চনত
33. অসমৰ আটাইতকৈ পুৰণি তেল শোধানগৰটোৰ নাম কি?
- (a) নুমলিগড়
- (b) বঙাইগাঁও
- (c) ডিগবৈ
- (d) লাকুৱা
34. বর্তমান আটাইতকৈ কাৰ্য্যক্ষম পুৰণি তেল শোধানগৰ কোনটো?
- (a) নুমলিগড়
- (b) ডিগবৈ
- (c) বাঙাইগাঁও
- (d) লাকুৱা
35. অসম চুক্তিৰ ফলত সৃষ্টি হোৱা শোধানগৰোটৰ নাম কি?
- (a) বঙাইগাঁও
- (b) নুমলীগড়
- (c) লাকুৱা
- (d) নুনমাটি
36. অসমত গেছক্ৰেকাৰ প্ৰকল্পটো কিমান চনত উদ্বোধন কৰা হৈছিল?
- (a) ২০১৫ চনত
- (b) ২০১৭ চনত
- (c) ২০১৬ চনত
- (d) ২০১৮ চনত
37. নুনমাটি তেল শোধানগৰ কিমান চনত স্থাপিত হৈছিল?
- (a) ১৯৫২ চনত
- (b) ১৯৬২ চনত
- (c) ১৯৭১ চনত
- (d) ১৯৮২ চনত
38. বঙাইগাঁও তেল শোধানগৰ কিমান চনত স্থাপিত হৈছিল?
- (a) ১৯৬২ চনত
- (b) ১৯০১ চনত
- (c) ১৯৭৯ চনত
- (d) ১৯১৯ চনত
39. নুমলীগড় তেল শোধানগৰ কিমান চনত স্থাপিত হৈছিল?
- (a) ১৯০১ চনত
- (b) ১৯৭৯ চনত
- (c) ১৯৬২ চনত
- (d) ১৯৯৯ চনত
40. ২০১৭-১৮ চনৰ তথ্যানুসৰি অসমত কিমান প্রাকৃতিক গেছৰ উৎপাদন হৈছিল?
- (a) ৩০.৩৪ কোটি ঘণ মিটাৰ
- (b) ৩০.৪০ কোটি ঘণ মিটাৰ
- (c) ৩০.৪৩ কোটি ঘণ মিটাৰ
- (d) ৩০.০৫ কোটি ঘণ মিটাৰ
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
41. ২০১৮-১৯ চনৰ তথ্যানুসৰি অসমত উৎপাদিত কয়লাৰ পৰিমাণ কিমান?
- (a) ৭,৮৩,২০০ মেট্রিক টন
- (b) ৮,৮৩,০০০ মেট্রিক টন
- (c) ৭,৮৩,০০০ মেট্রিক টন
- (d) ৭,৫৩,০০০ মেট্রিক টন
42. অসমৰ ভিতৰত সৰ্ববৃহৎ চিমেন্ট ফেক্টৰীটোৰ নাম কি?
- (a) ডিমাহাছাও
- (b) হামবেণ
- (c) বোকাজন
- (d) কপিলী
43. বোকাজান চিমেন্ট ফেক্টনীটোৰ কিমান চনত প্রতিষ্ঠা হৈছিল-
- (a) ১৯৭৭ চনত
- (b) ১৯৮৮ চনত
- (c) ১৯৭৫ চনাত
- (d) ১৯৯০ চনত
44. ২০১৮-১৯ চনৰ তথ্য ভিত্তিত অসমৰ উৎপাদিত চিমেণ্টৰ পৰিমাণ কিমান আছিল?
- (a) ৬,৪০,৪৩৬ মেট্রিক টন
- (b) ৫,৪০,৪৩৬ মেট্রিক টন
- (c) ৬,৪০,৫০০ মেট্রিক টন
- (d) ৫,৪০,৫০০ মেট্রিক টন
45. অসমৰ সৰ্ববৃহৎ সাৰ কাৰখানাটো ক'ত অৱস্থিত?
- (a) গুৱাহাটী
- (b) বঙাইগাঁও
- (c) নামৰূপ
- (d) কার্বিআংলং
46. "আসাম ষ্টেট ফার্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড" নামৰ সাৰ কাৰখানাটো ক'ত অবস্থিত?
- (a) গুৱাহাটীত
- (b) নামৰূপত
- (c) ডিব্রুগড়ত
- (d) নগাঁওত
47. "আসাম ষ্টেট ফার্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড” নামৰ সাৰ কাৰখানাটো কিমান চনত প্রতিষ্ঠিত হৈছিল?
- (a) ১৯৫২ চনত
- (b) ১৯৭২ চনত
- (c) ১৯৮০ চনত
- (d) ১৯৬২ চনত
48. অসমৰ প্ৰথমটো চেকিল ক'ত প্রতিষ্ঠিত হৈছিল?
- (a) গুৱাহাটীত
- (b) গোলাঘাটত
- (c) নগাঁৱত
- (d) ডিফুত
49. অসমৰ প্ৰথমটো চেনিকল কিমান চনত প্রতিষ্ঠিত হৈছিল?
- (a) ১৯৫৫৫ চনত
- (b) ১৯৬২ চনত
- (c) ১৯৭০ চনত
- (d) ১৯৪৫ চনত
50. অসমৰ সৰ্বমুঠ কিমানটা প্লাইউড ফেক্টৰী আছে?
- (a) ৫০ টা
- (b) ৫৫ টা
- (c) ৬০ টা
- (d) ৪২ টা
Assam Economy GK in Assamese
51. অসম চৰকাৰে প্লাইউড ফেক্টৰীৰ পৰা বছৰি ৰয়েলিটী হিচাপে কিমান টকা লাভ কৰে?
- (a) ১.৫ কোটি
- (b) ২.৫ কোটি
- (c) ৩.৫ কোটি
- (d) ২ কোটি
52. ভাৰতৰ মুঠ প্লাইউড উৎপাদনৰ কিমান শতাংশ অসমে বহন কৰে?
- (a) ১.৭ শতাংশ
- (b) ১৭ শতাংশ
- (c) ১৫ শতাংশ
- (d) ২৫ শতাংশ
53. অসমৰ প্ৰথমটো প্লাইউড ফেক্টৰী কিমান চনত প্রতিষ্ঠা হৈছিল?
- (a) ১৯১১ চনত
- (b) ১৯২০ চনত
- (c) ১৯৩২ চনত
- (d) ১৯৫২ চনত
54. অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল?
- (a) ১৯৬১ চনত
- (b) ১৯৭০ চনত
- (c) ১৯৭১ চনত
- (d) ১৯৮০ চনত
55. অসমৰ প্ৰথমটো কাগজ কল ক'ত স্থাপন কৰা। হৈছিল?
- (a) জাগীৰোডত
- (b) যোগীঘোপাত
- (c) নগাঁৱত
- (d) গুৱাহাটী
56. নগাঁও পেপাৰ মিল কিমান চনত স্থাপন হৈছিল?
- (a) ১৯৮৫ চনত
- (b) ১৯৭০ চনত
- (c) ১৯৬২ চনত
- (d) ১৯৫০ চনত
57. ২০১৮-১৯ চনৰ গণনাৰ ভিত্তিত অসম চৰকাৰে পর্যটনৰ পৰা কিমান ৰাজহ আহৰণ কৰিছিল?
- (a) ৩০.৫০ লাখ
- (b) ৩০.৩১ লাখ
- (c) ৫০.০১ লাখ
- (d) ৪০.০২ লাখ
58. অসমক পর্যটন উদ্যোগৰ মৰ্যাদা কিমান চনত দিয়া হৈছিল?
- (a) ১৯৫০ চনত
- (b) ১৯৮৭ চনত
- (c) ১৯৯০ চনত
- (d) ১৮৯৯ চনত
59. অসমত থকা মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান?
- (a) ৮ খন
- (b) ৬ খন
- (c) ৭ খন
- (d) ৯ খন
60. অসম চৰকাৰে প্ৰথমবাৰৰ বাবে 'অসম পর্যটন নীতি আয়োগ' কিমান চনত গঠন কৰিছিল?
- (a) ২০০৫ চনত
- (b) ২০০৯ চনত
- (c) ২০০৮ চনত
- (d) ২০০৭ চনত
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
61. ভাৰতত উৎপাদিত মুঠ পাটৰ সাজ-পাৰৰ কিমান শতাংশ অসমে বহন কৰে?
- (a) ১০ শতাংশ
- (b) ২০ শতাংশ
- (c) ২৫ শতাংশ
- (d) ৩০ শতাংশ
62. ২০১৮-১৯ চনৰ তথ্যানুসৰি অসমত উৎপাদিত মুঠ মুগা কাপোৰৰ পৰিমাণ কিমান?
- (a) ১০০ মেট্রিক টন
- (b) ১৫৭ মেট্রিক টন
- (c) ১২০ মেট্রিক টন
- (d) ২৫০ মেট্রিক টন
63. তলৰ কোনটো মুগা গৱেষণাৰ কেন্দ্র অসমত অবস্থিত?
- (a) গুরহাটী
- (b) বকো
- (c) নগাঁও
- (d) ডিফু
64. অসমত বর্তমান প্রাপ্ত খনিজ পদাৰ্থৰ সংখ্যা কিমান?
- (a) ২০ বিধ
- (b) ১৯ বিধ
- (c) ১৮ বিধ
- (d) ১৫ বিধ
65. অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে
- (a) ৩৫ শতাংশ
- (b) ১৮ শতাংশ
- (c) ৬০ শতাংশ
- (d) ৪০ শতাংশ
66. অসম উদ্যোগীক নীতি কিমান চনত ৰূপায়ণ হৈছিল?
- (a) ১৯৮৫ চনত
- (b) ১৯৮৬ চনত
- (c) ১৯৯০ চনত
- (d) ১৮৯২ চনত
67. অসমত মুঠ কিমানটা পশুস্বাস্থ্য কেন্দ্র আছে?
- (a) ৮০০ টা
- (b) ৮০৪ টা
- (c) ৮৫০ টা
- (d) ৮২০ টা
68. ২০১৮-১৯ চনৰ পৰিসংখ্যা অনুসৰি অসমত উৎপাদিত মুঠ গাখীৰৰ পৰিমাণ কিমান?
- (a) ১০০০ নিযুত লিটাৰ
- (b) ৯৪৬ নিযুত লিটাৰ
- (c) ১০৫০ নিযুত লিটাৰ
- (d) ৯৫০ নিযুত লিটাৰ
69. অসমৰ মুঠ পশু চিকিৎসালয় কিমানখন আছে?
- (a) ২৫ খন
- (b) ২২ খন
- (c) ৩০ খন
- (d) ১৫ খন
70. অসমত পোন প্ৰথমবাৰৰ বাবে কিমান চনত পশু চিকিৎসালয় বিভাগ মুকলি কৰা হৈছিল?
- (a) ১৯১০ চনত
- (b) ১৯৫০ চনত
- (c) ১৯২২ চনত
- (d) ১৯৪৫ চনত
Assam Economy GK in Assamese
71. অসমত উৎপাদিত মুঠ মৎস্যৰ পৰিমাণ কিমান?
- (a) ৩.৫০ লাখ টন
- (b) ৩.৩১ লাখ টন
- (c) ৪.৫০ লাখ টন
- (d) ৫.০৪ লাখ টন
72. অসমৰ বৰ্তমান ৰাজ্যিক আয় কিমান?
- (a) ১,৯২,৪০০ কোটি
- (b) ১,৯০,৪৫০ কোটি
- (c) ১,৫০,৪০০ কোটি
- (d) ২,৫০,২০০ কোটি
73. অসমৰ ৰাজ্যিক আয়ৰ সৰ্বাধিক বৰঙণি কোনটো খণ্ডৰ পৰা আহবণ হয়?
- (a) সেবাখণ্ড
- (b) উদ্যোগ খণ্ড
- (c) পর্যটন বিভাগ
- (d) পশু পালন
74. ভাৰতত জাতীয় পৰিকল্পনা আয়োগ কিমান চনত গঠিত হৈছিল?
- (a) ১৯৬০ চনত
- (b) ১৯৫০ চনত
- (c) ১৯৭০ চনত
- (d) ১৯৮৫ চনত
75. অসমত পঞ্চবার্ষিক পৰিকল্পনাৰ কেতিয়া আৰম্ভ হৈছিল?
- (a) ১৯৫১ চনত
- (b) ১৯৫৫ চনত
- (c) ১৯৭১ চনত
- (d) ১৯৯৮৫ চনত
77. অসমত তৃতীয় পঞ্চবার্ষিক পৰিকল্পনা আয়োগ কেতিয়া আৰম্ভ হৈছিল।
- (a) ১৯৫১ চনত
- (b) ১৯৫৬ চনত
- (c) ১৯৬১ চনত
- (d) ১৯৭৫ চনত
78. অসমত চতুর্থ পঞ্চাবার্ষিক পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল?
- (a) ১৯৫১ চনত
- (b) ১৯৫৬ চনত
- (c) ১৯৬১ চনত
- (d) ১৯৬৯ চনত
79. অসমত পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা আয়োগ কেতিয়া আৰম্ভ হৈছিল?
- (a) ১৯৭৪ চনত
- (b) ১৯৬৯ চনত
- (c) ১৯৫৬ চনত
- (d) ১৯৬১ চনত
80. অসমত ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনা আয়োগ কিমান চনত আৰম্ভ কৰিছিল?
- (a) ১৯৭৪ চনত
- (b) ১৯৮০ চনত
- (c) ১৯৮১ চনত
- (d) ১৯৮৩ চনত
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
81. অসমত সপ্তম পঞ্চবার্ষিক পৰিকল্পনা আয়োগ কেতিয়া আৰম্ভ হৈছিল?
- (a) ১৯৮২ চনত
- (b) ১৯৮৩ চনত
- (c) ১৯৮৫ চনত
- (d) ১৯৮৪ চনত
82. অসমত অষ্টম পঞ্চবার্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিল?
- (a) ১৯৯১ চনত
- (b) ১৯৯২ চনত
- (c) ১৯৯৩ চনত
- (d) ১৯৯০ চনত
83. অসমত নৱম পঞ্চবার্ষিক পৰিকল্পনা কিমান চনত প্রযোয্য হৈছিল?
- (a) ১৯৯৫ চনত
- (b) ১৯৯৬ চনত
- (c) ১৯৯৭ চনত
- (d) ১৯৯৮ চনত
84. অসমত দশম পঞ্চবার্ষিক পৰিকানা কেতিয়া আৰম্ভ হৈছিল?
- (a) ২০০২ চনত
- (b) ১৯৯৬ চনত
- (c) ১৯৯৭ চনত
- (d) ১৯৯৮ চনত
85. অসমত একাদশ পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
- (a) ২০০৫ চনত
- (b) ২০০৬ চনত
- (c) ২০০৭ চনত
- (d) ২০০৪ চনত
86. অসমত দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
- (a) ২০১০ চনত
- (b) ২০১২ চনত
- (c) ২০১১ চনত
- (d) ২০০৯ চনত
87. অসমত 'Assam Global Investors Summit' কিমান চনত অনুষ্ঠিত হৈছিল?
- (a) 2017 চনত
- (b) 2018 চনত
- (c) 2016 চনত
- (d) 2015 চনত
৪৪. অসমত অনুষ্ঠিত হোৱা এডভান্টেজ আসামত কিমানখন দেশে অংশগ্রহণ কৰিছিল?
- (a) ২০ খন
- (b) ২৫ খন
- (c) ২১ খন
- (d) ১৮ খন
89. অসমৰ মানুহৰ উপাৰ্জনৰ প্রধান উৎস কি?
- (a) খাৰুৱা তেল
- (b) পৰিবহণ
- (c) কৃষি আৰু পশু
- (d) ৰবৰ
90. তলত উল্লেখ কৰা কোনটো খনিজ পদার্থ অসমত উপলব্ধ?
- (a) কয়লা
- (b) কপাৰ
- (c) জিপছান
- (d) আটাইকেইটাই
Assam Economy GK in Assamese
91. অসমত অর্থনৈতিক বিকাশ নোহোৱাৰ প্ৰধান কাৰণ কি?
- (a) অধিক জনসংখ্যা
- (b) উদ্যেগৰ পৰিমাণ নিম্ন
- (c) অনুপযুক্ত শিক্ষা
- (d) ওপৰৰ আটাইকেইটা
92. অসমৰ জনতাৰ প্রধান জীবিকা কি?
- (a) ব্যবসায়
- (b) কৃষি
- (c) মীণপালন
- (d) পশুপালন
93. তলত উল্লেখ কৰা কোনটো আটাইতাঁকে ডাঙৰ কৃষি উদ্যোগ?
- (a) চাহ উদ্যোগ
- (b) ববৰ উদ্যোগ
- (c) কয়লা উদ্যোগ
- (d) প্লাইউদ উদ্যোগ
94. অসমৰ প্ৰধান শস্য কি?
- (a) চাহ
- (b) গোম
- (c) মাকৈ
- (d) ধান
95. অসম কিহৰ বাবে বিখ্যাত?
- (a) পাট-মুগা
- (c) ৰবৰ
- (b) কয়লা
- (d) প্লাইউদ
96. অসমত কিমান চনত জলসিঞ্চন বিভাগ প্রতিষ্ঠা হৈছিল?
- (৯) ১৯৮৫ চনত
- (b) ১৯৭৪ চনত
- (c) ১৯৫৫ চনত
- (d) ১৯৬৫ চনত
97. কোম্পানী আইন, ১৯৫৬ চনৰ ভিত্তিত অসমৰ বিদ্যুৎ পৰিষদক কেইভাগত ভাগ কৰা হৈছে?
- (a) ২ ভাগত
- (b) ৩ ভাগত
- (c) ৫ ভাগত
- (d) ৬ ভাগত
98. অসমৰ কিমান শতাংশ লোকৰ মূল উপার্যন কৃষি?
- (a) ৭৫ শতাংশ
- (b) ৬৩ শতাংশ
- (c) ৪৪ শতাংশ
- (d) ৫০ শতাংশ
99. ২০১৭-১৮ লৰ তথ্য মতে অসমত উৎপাদিত খাদ্য-শস্যৰ পৰিমাণ কিমান?
- (a) ৫৫.২৩ লাখ টন
- (b) ৫৬.২৩ লাখ টন
- (c) ৫৭.৩০ লাখ টন
- (d) ৬০.৪৪ লাখ টন
100. অসমত ধান খেতি কৰা মুঠ মাটিৰ পৰিমাণ কিমান?
- (a) ২৭.০৫ লাখ হেক্টৰ
- (b) ৩০.০৫ লাখ হেক্টৰ
- (c) ২৪.২৫ লাখ হেক্টৰ
- (d) ৪০.০৫ লাখ হেক্টৰ
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
101. ২০১৮-১৯ চনৰ তথ্যৰ আধাৰত অসমত উৎপাদিত মুঠ ধানৰ পৰিমাণ কিমান?
- (a) ৫৭.৫০ লাখ টন
- (b) ৫৪.৩৭ লাখ টন
- (c) ৬০.৫৭ লাখ টন
- (d) ৬৫.৭০ লাখ টন
102. ২০১৮-১৯ চনৰ তথ্যৰ ভিত্তিত অসমত উৎপাদিত ঘেঁহুৰ পৰিমাণ কিমান?
- (a) ২৩,৬৯৩ টন
- (b) ৬০,৫৯৫ টন
- (c) ২৪,৭৯০ টন
- (d) ৫০,৩৫০ টন
103. ২০১৮-১৯ চনৰ প্রাপ্ত তথ্য মতে অসমত উৎপাদিত মুঠ মাকৈৰ পৰিমাণ কিমান?
- (a) ১,০৫,০০৩ টন
- (b) ১,৫০,৭৩০ টন
- (c) ৫,৭০০ টন
- (d) ৯,৬০০ টন
104. ২০১৮-১৯ চনৰ প্রাপ্ত তথ্যানুসৰি অসমত উৎপাদিত মুঠ সৰিয়হৰ পৰিমাণ কিমান?
- (a) ১,৯০,৫৬০ টন
- (b) ১,৮৩,৬৬৫ টন
- (c) ৫,৯০,৭৬০ টন
- (d) ৮,৫০০ টন
105. ২০১৮-১৯ চনত প্রাপ্ত তথ্যমতে অসমত উৎপাদিত মুঠ মৰাপাটৰ পৰিমাণ কিমান?
- (a) ৩১,৭০১ টন
- (b) ৫০,৩৯০ টন
- (c) ৪৫,৮০৯ টন
- (d) ৯০,৭০০ টন
106. অসমত উৎপাদিত মুঠ কঁপাহৰ পৰিমাণ কিমান?
- (a) ৭৫,২৩০ কিলোগ্রামা
- (b) ৭৩,২৭০ কিলোগ্রাম
- (c) ৫০,২৩০ কিলোগ্রাম
- (d) ৮০,২৭০ কিলোগ্রাম
107. অসমত উৎপাদিত মুঠ কুঁহিয়াৰৰ পৰিমাণ কিমান?
- (a) ১০,৯৩,৯৩০ টন
- (৮) ১৫,৯৩,৯৩০ টন
- (c) ১৫,২০,৯৩০ টন
- (d) ১০,৩০০ টন
108. অসমত উৎপাদিত হোৱা মুঠ ফলৰ পৰিমাণ কিমান?
- (a) ৯,১০,৭৯২ টন
- (b) ৯,১৭,৭৯২ টন
- (c) ১০,১৭,৩৫২ টন
- (d) ১৫,১০,৩৫২ টন
109. অসমত থকা ৰবৰৰ বাগিচাৰ সংখ্যা কিমান?
- (a) ১৮ খন
- (b) ১০ খন
- (c) ১৫ খন
- (d) ১২ খন
110. ২০১৮-১৯ বৰ্ষৰ তথ্যমতে অসমত উৎপাদিত মুঠ ৰবৰৰ পৰিমাণ কিমান?
- (a) ২৫,২৪৭ মেট্রিক টন
- (b) ২০,৫৭০ মেট্রিক টন
- (c) ৩০,৫৭০ মেট্রিক টন
- (d) ৪০,৫০০ মেট্রিক টন
Assam Economy GK in Assamese
111. অসমত উৎপাদিত মুঠ কফিৰ পৰিমাণ কিমান?
- (a) ৫০.১৫ মেট্রিক টন
- (b) ৪৫.১৫ মেট্রিক টন
- (c) ৩৯.১৫ মেট্রিক টন
- (d) ৭০.১৫ মেট্রিক টন
112. অসমত উৎপাদিত মুঠ আলুৰ পৰিমাণ কিমান?
- (a) ৮,৭৩,৪৮১ টন
- (b) ৭,৭৩,৪৮১ টন
- (c) ৯,৯০,৫৪০ টন
- (d) ১০, ৭০, ৫৪০ টন
113. ২০১৮-১৯ চনৰ তথ্যানুসৰি অসমত উৎপাদিত মুঠ ধপাতৰ পৰিমাণ কিমান?
- (a) ৫০ টন
- (b) ৪০ টন
- (c) ৭১ টন
- (d) ৯১ টন
114. নুমলীগড় তেল শোধানগৰৰ মুঠ ধাৰণ ক্ষমতা কিমান?
- (a) ৫ মি. টন
- (b) ৩ মি. টন
- (c) ৬ মি. টন।
- (d) ১০ মি. টন
115. "অসমৰ মানচেষ্টাৰ" বুলি কোনখন ঠাইক কোৱা হয়?
- (a) হাজো
- (b) বৰপেটা
- (c) মাজুলী
- (d) শুৱালকুছী
116. অসমত সর্ববৃহৎ কঁপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
- (a) যোগীঘোপা
- (b) মিকিৰ পাহাৰ
- (c) গুৱাহাটী
- (d) শুৱালকুছী
117. পিটলৰ বচন তৈয়াৰ কৰা অসমৰ উল্লেযোগ্য ঠাইখনৰ নাম কি?
- (a) বৰপেটা
- (b) গুৱাহাটী
- (c) হাজো
- (d) নলবাৰী
118. হাঁতী দাতৰ কাৰখানা থকা ঠাইখনৰ নাম কি?
- (a) হাজো
- (b) শুবালকুছী
- (c) নলবাৰী
- (d) বৰপেটা
119. কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি?
- (a) নলবাৰী
- (b) সৰ্থেবাৰী
- (c) হাজো
- (d) মুকালমুৱা
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
120. অসমৰ সর্বাধিক জাঁপি প্রস্তুতু কৰা জিলাখন নাম কি?
- (a) ৰঙিয়া
- (b) ডিব্রুগড়
- (c) নলবাৰী
- (d) বৰপেটা
121. অসমৰ প্রথম চাহ খেতি কেতিয়া আৰম্ভ কৰিছিল?
- (a) ১৮৬০ চনত
- (b) ১৯৬০ চনত
- (c) ১৮৯০ চনত
- (d) ১৯৯০ চনত
122. অসমত চাহ বাগান আৰম্ভ কৰা প্রথমগৰাকী ব্যক্তি কোন আছিল?
- (a) ৰবিনচন চাহাব
- (b) আলেকজেণ্ডাৰ ব্ৰুচ
- (c) মণিৰাম দেৱান
- (d) হেমচন্দ্র বৰুবা
123. অসমব পর্যটন বিভাগৰ ব্ৰেণ্ড এঙ্গেচাদৰ কোন?
- (a) অংগৰাগ মহন্ত
- (b) বৰষাৰাণী বিষয়া
- (c) জুবিন গার্গ
- (d) প্রিয়ংকা চোপ্রা
124. GST ৰ সম্পূর্ণ ৰূপ কি?
- (a) Goods and Supply Text
- (b) Goods and Services Text
- (c) Goods and Sub Text
- (d) Goods Services Text
125. কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল?
- (a) ২০১৫ চনত
- (b) ১৯৯৯ চনত
- (c) ২০১৬ চনত
- (d) ২০১৮ চনত
126. একাশদশ পঞ্চবার্ষিক পৰিকল্পানা মতে অসমৰ বিকাশৰ হাৰ কিমান আছিল?
- (a) ৪.০৫ শতাংশ
- (b) ৬.৮৬ শতাংশ
- (c) ৫.০৯ শতাংশ
- (d) ১০.০৫ শতাংশ
127. ২০১১-১২ বৰ্ষৰ তথ্য অনুসৰি অসমৰ জনমুৰি আয় কিমান?
- (a) ৩৩,৬৩৩ টকা
- (b) ৩৫,৬৩৩ টকা
- (c) ৫০,৬৩৩ টকা
- (d) ৪,৫৬০ টকা
128. অসমত দ্রৰিদ্র সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা কিমান?
- (a) ৩৪.৪ শতাংশ
- (b) ৫০.৪ শতাংশ
- (c) ৫০.০৯ শতাংশ
- d) ৭০.৫ শতাংশ
129. অসমৰ মুঠ কৃষিভূমিৰ পৰিমাণ কিমান?
- (a) ২৫.১১ লাখ হেক্টৰ
- (b) ২৫.১০ লাখ হেক্টৰ
- (c) ২৮.১১ লাখ হেক্টৰ
- (d) ৩০.০৫ লাখ হেক্টৰ
Assam Economy GK in Assamese
130. অসমৰ মুঠ ঘৰুৱা উৎপাদন কিমান?
- (a) ৩০ শতাংশ
- (b) ৫২ শতাংশ
- (c) ৪৮ শতাংশ
- (d) ২৫ শতাংশ
131. অসমত প্রতিষ্ঠিত মুঠ বাণিজ্যিক বেংকৰ সংখ্যা কিমান?
- (a) ১০৫৪ টা
- (b) ১৫০৪ টা
- (c) ১৭৪০ টা
- (d) ১৫৯৬ টা
132. অসমৰ মুঠ মাটিৰ কিমান মাটিত চাহ খেতি কৰা হয়?
- (a) ৩২২০৫ হেক্টৰ
- (b) ৩২২৯৫ হেক্টৰ
- (c) ৩২২০০০ হেক্টৰ
- (d) ৩২০২০ হেক্টৰ
133. 'মুখ্যমন্ত্ৰীৰ কৰ্মজ্যোতি আঁচনি' কিমান চনত আৰম্ভ হৈছিল?
- (a) ২০০৫-২০০৬ চনত
- (b) ২০০৪-২০০৫ চনত
- (c) ২০০৭-২০০৮ চনত
- (d) ২০০৬-২০০৭ চনত
134. অসমত স্থাপিত ক্ষুদ্র উদ্যোগৰ সংখ্যা কিমান?
- (a) ৫৪৩২৭ টা
- (b) ৫৪৫৭ টা
- (c) ৩৪৩২৭ টা
- (d) ৩৪৩২ টা
135. 'District Development Plan' কিমান চনত প্রতিষ্ঠা হৈছিল?
- (a) ২০০৫-২০০৬ চনত
- (b) ২০০৭-২০০৮ চনত
- (c) ২০০৯-২০১০ চনত
- (d) ২০০৮-০৯ চনত
136. 'অসম উদ্যোগিক উন্নয়ণ নিগম' কিমান চনত স্থাপন হৈছিল?
- (a) ১৯৭০ চনত
- (b) ১৯৬৩ চনত
- (c) ১৯৬৪ চনত
- (d) ১৯৯০ চনত
137. ডিগবৈ শোধনাগাৰ এছিয়াৰ সৰ্বপ্ৰথম আধুনিক শোধানগৰৰ মর্যাদা কেতিয়া দিয়া হৈছিল?
- (a) ১৯৩২ চনত
- (b) ১৯৪২ চনত
- (c) ১৮৩২ চনত
- (d) ১৯৩০ চনত
138. 'অসমত মধ্যাহ্ন ভোজন আঁচনি কিমান চনত বলবৎ কৰা হয়?
- (a) ২০০৭ চনত
- (b) ২০০৯ চনত
- (c) ২০০৮ চনত
- (d) ২০০৫ চনত
139. অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কিমান চনত গঠিত হৈছিল?
- (a) ১৯৪৮ চনত
- (b) ১৯৫৮ চনত
- (c) ১৯৫০ চনত
- (d) ১৯৬৮ চনত
140. MGNREGA আঁচনি অসমত কিমান চনত বলবৎ হৈছিল?
- (a) ২০০৯ চনত
- (b) ২০০৫ চনত
- (c) ২০১০ চনত
- (d) ২০০৬ চনত
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
141. অসম উদ্যোগিক লিমিটেডৰ মুখ্য কাৰ্য্যালয় ক'ত অৱস্থিত?
- (a) গুৱাহাটী
- (b) নাজিৰা
- (c) তিনিচুকিয়া
- (d) যোৰহাট
142. তলৰ কোনটো সামগ্রী উৎপাদনৰ বাবে অসম বিখ্যাত?
- (a) কয়লা
- (b) ধান
- (c) কলা চাহ
- (d) মুগা
143. ইয়াণ্ডাবু সন্ধি কিমান চনত সংঘটিত হৈছিল?
- (a) ১৯২৬ চনত
- (b) ১৮২৮ চনত
- (c) ১৫২৬ চনত
- (d) ১৮২৬ চনত
144. চিপকো আন্দোলন কেতিয়া হৈছিল?
- (a) ১৯৭৫ চনত
- (b) ১৯৭৩ চনত
- (c) ১৮৯৭ চনত
- (d) ১৯৫৫ চনত
145. ৰেল গাড়ীৰ ইঞ্জিন বনোৱা কাৰখানা অসমৰ কোন ঠাইত অৱস্থিত?
- (a) কামাখ্যা
- (b) যোৰহাট
- (c) বঙাইগাঁও
- (d) নলবাৰী
146. তলৰ কোনবিধ সামগ্রী উৎপাদনৰ ক্ষেত্রত অসম ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য?
- (a) চাহ
- (b) মুগা
- (c) কয়লা
- (d) গোম
147. অসমৰ ইতিহাসত স্থাপন হোৱা সর্বপ্রথম ৰেল' লাইনটো ক'ৰ পৰা কলৈ স্থাপন হৈছিল?
- (a) যোৰহাট> তিনিচুকীয়া> ডিব্রুগড়
- (b) বঙাইগাঁও> তিনিচুকীয়া> ডিব্রুগড়
- (c) ডিব্রুগড়> মাকুম> লেখাপানী
- (d) গুৱাহাটী> নগাঁও> ডিব্রুগড়
148. অসমৰ প্ৰথমজন চাহ খেতিয়কৰ নাম কি?
- (a) প্রথমেশ বৰুৱা
- (b) মণিৰাম দেৱান
- (c) হেমচন্দ্ৰ বৰুৱা
- (d) হেমেন্দ্রনাথ বৰুৱা
149. পাট-মুগাৰ কাপোৰ উৎপাদনত অভিলেখ গঢ়া অসমৰ ঠাইখনৰ নাম কি?
- (a) নলবাৰী
- (b) বৰপেটা
- (c) শুৱালকুছী
- (d) গুৱাহাটী
150. বিশ্বৰ ইতিহাসত সর্বপ্রথম স্থাপন হোৱা চাহ গৱেষণা কেন্দ্রটো ক'ত অৱস্থিত?
- (a) নগাঁও
- (b) তিনিচুকীয়া
- (c) গুৱাহাটী
- (d) যোৰহাটৰ টোকলাইত
Assam Economy GK in Assamese
151. 'অসম বিত্ত নিগম' কিমান চনত স্থাপন হৈছিল?
- (a) ১৯৪৮ চনত।
- (b) ১৯৫৪ চনত
- (c) ১৯৬২ চনত
- (d) ১৮৯২ চনত
152. অসমৰ কোন ঠাইত পেট্র কেমিকেল প্রকল্প অৱস্থিত?
- (a) নামৰূপ
- (b) বঙাইগাঁও
- (c) গুৱাহাটী
- (d) (a) আৰু (b)
153. অসমৰ কোন ঠাইত কৃষি গৱেষণা কেন্দ্র আছে?
- (a) যোৰহাট
- (b) বিশ্বনাথ চাৰিআলী
- (c) (a) আৰু (b)
- (d) এটাও নহয়
154. অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ অৱস্থিত?
- (a) নলবাৰী
- (b) ৰঙিয়া
- (c) আমিন গাঁও
- (d) যোৰহাট
155. অসমৰ কোন ঠাইত জুইশলাৰ কাৰখানা আছে?
- (a) নলবাৰী
- (b) ধুবুৰী
- (c) বঙাইগাঁও
- (d) গুৱাহাটী
156. অসমৰ মুঠ GDP কিমান?
- (a) ৫.০৯ লাখ কোটি
- (b) ৪.০৯ লাখ কোটি
- (c) ৬.০০ লাখ কোটি
- (d) ৫.১০ লাখ কোটি
157. ভাৰতৰ ভিতৰত GDP হিচাপত অসমৰ স্থান কিমান?
- (a) ১৫
- (b) ১৮
- (c) ১৭
- (d) ২১
158. অসম চৰকাৰে মুঠ আয়ৰ কিমান শতাংশ গ্রাম্য উন্নয়ণৰ ক্ষেত্ৰত প্ৰয়োগৰ সিদ্ধান্ত লৈছে?
- (a) ৩.৮ শতাংশ
- (b) ৪.০৫ শতাংশ
- (c) ২.৮ শতাংশ
- (d) ৪.৮ শতাংশ
159. অসমৰ মুঠ GDP ৰ মূল উপার্যন কিমান?
- (a) ৪২,০৮০
- (b) ৮২,০৭৮
- (c) ৫২,০৫২
- (d) ৪২,০৮৮
160. তলত দিয়া সামগ্ৰীবোৰ ভিতৰত অসমে সর্বাধিক উপার্যন কৰা সামগ্রীবিধ কোনটো?
- (a) ৰেচম
- (b) কয়লা
- (c) চাহ
- (d) ধান
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
161. অসমৰ আটাইতকৈ বৃহৎ কয়লা খনিটোৰ নাম কি?
- (a) তিনিচুকীয়া কয়লা খনি
- (b) নাম দাং কয়লা খনি
- (c) ডিব্রুগড় কয়লা খনি
- (d) যোৰহাট কয়লা খনি
162. ২০২০-২১ বৰ্ষৰ বাবে অসমৰ GSDP ৰ তাৰ্গেত কিমান?
- (a) ২৪ শতাংশ
- (b) 29 শতাংশ
- (c) 23 শতাংশ
- (d) 28 শতাংশ
163. ২০২০-২১ চনৰ তথ্য অনুসৰি অসম চৰকাৰে বাসস্থানৰ পৰা লাভ কৰাৰ মুঠ কৰ কিমান?
- (a) ২৫২১০ কোটি
- (b) ২৬২১০ কোটি
- (c) ২৩২১০ কোটি
- (d) ৯৩৮৩ কোটি
164. ২০২০-২১ চনৰ বাজেট অসুসৰি অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত সংযোজিত বিদ্যুতৰ কিমান ইউনিত ৰেহাই দিয়া হ'ব?
- (a) ৫০ ইউনিত
- (b) ৩০ ইউনিত
- (c) ১৫ ইউনিত
- (d) ৪৪ ইউনিত
165. ২০২০-২১ চনৰ তথ্য অনুসৰি চৰকাৰে বাসস্থানৰ পৰা লাভ কৰা মুঠ কৰ কিমান?
- (a) ২৫২১০ কোটি
- (b) ২৬২১০ কোটি
- (c) ২৩২১০ কোটি
- (৫) ২৭২১০ কোটি
166. ২০২০-২১ চনৰ বাজেট অনুসৰি অসম চৰকাৰৰ শিক্ষাৰ নামত কিমান টকা ধার্য্য কৰিছে?
- (a) ১৯.২ শতাংশ
- (b) ১৮.২ শতাংশ
- (c) ১৫ শতাংশ
- (d) ২০ শতাংশ
167. ২০২০-২১ চনৰ বাজেট অনুসৰি অসম চৰকাৰে মুঠ ব্যয়ৰ কিমান শতাংশ স্বাস্থ্যখণ্ডৰ বাবে ধার্য্য কৰিছে?
- (a) ৬.৫ শতাংশ
- (b) ৪.৫ শতাংশ
- (c) ৬.৪ শতাংশ
- (d) ৬.৭ শতাংশ
168. ২০২০-২১ চনৰ বাজেট অনুসৰি অসম চৰকাৰে পেট্রল আৰু ডিজেলৰ মূল্য কিমান হ্রাস কৰিছে?
- (a) ৭৫ পইচা
- (b) ৫০ পইচা
- (c) ৮০ পইচ
- (d) ৭০ পইচা
169. ২০২০-২১ চনৰ বাজেট অনুসৰি অসম চৰকাৰে কোনবিধ সামগ্ৰীৰ কৰ ৰেহাই দিছে?
- (a) কয়লা
- (b) বাণিজা
- (c) কৃষি
- (d) পৰিবহণ
170. অসমৰ বৰ্তমান GST ৰ হাৰ কিমান?
- (a) ১৫ শতাংশ
- (b) ১৩ শতাংশ
- (c) ১৪ শতাংশ
- (d) ২০ শতাংশ
Assam Economy GK in Assamese
171. নতুন বাজেট অনুযায়ী অসম চৰকাৰে প্ৰতিগৰাকী পুলিচৰ মাহিলী ৰেচনৰ খৰচ কিমান ধার্য্য কৰিছে?
- (a) ৫০০০ টকা
- (b) ২৫০০ টকা
- (c) ৩০০০ টকা
- (d) ২০০০ টকা
172. নতুন বাজেট অনুসৰী অসম চৰকাৰে প্রতিগৰাকী চাহ শ্রমিকলৈ কিমান টকাৰ জল-পানী ঘোষণা কৰিছে?
- (a) ৩০০০ টকা
- (b) ৫০০০ টকা
- (c) ৫০০ টকা
- (d) ১৫০০ টকা
173. নতুন বাজেট অনুসৰী অসম চৰকাৰে কিমান জন চাহ শ্রমিকলৈ ৰাজ সাহাৰ্য্য আগবঢ়াৰ কথা ঘোষণা কৰিছে?
- (a) ৫,২১,৪৮৫ জন
- (b) ৭,২১,৪৮৫ জন
- (c) ৫,২১,৫০০ জন
- (d) ৭,২১,৫৮৫ জন
174. ২০২০-২১ চনৰ বাজেট অনুসৰী অসম চৰকাৰে। কোনবোৰ লোকৰ বাবে বাছ ভাড়া সম্পূর্ণ বিনামূলীয়া ঘোষণা কৰিছে?
- (a) মহিলা আৰু জ্যেষ্ঠ নাগৰিক
- (b) শিশু আৰু মহিলা
- (c) শিশু আৰু বিকলাংগ
- (d) মহিলা আৰু বিকলাংগ
175. অসম চৰকাৰৰ নতুন বাজেট অনুযায়ী হোষ্টেলত থকা প্ৰতিগৰাকী শিক্ষার্থীলৈ কিমান টকাৰ সাহার্য আগবঢ়াইছে?
- (a) ৫০০০ টকা
- (b) ২০০০ টকা
- (c) ১০০০ টকা
- (d) ১৫০০ টকা
176. National Food Security Act, 2013' ৰ অধিনত কিমানটা পৰিয়ালক ৰেহাই মূল্যত চাউল। দিয়াৰ সিদ্ধান্ত লৈছিল?
- (a) ৫৭ লাখ
- (b) ৫৬ লাখ
- (c) ৬০ লাখ
- (d) ৬৮ লাখ
177. নতুন বাজেট অনুসৰি অসম চৰকাৰে নুমলীগড় তেল শোধানগৰক কিমান টকাৰ অনুদান আগবঢ়াইছে?
- (a) ১৬০০ কোটি
- b) ১৫০০ কোটি
- (c) ১২০০ কোটি
- (d) ২০০০ কোটি
178. ২০২০-২১ চনৰ বাজেট মতে অসম চৰকাৰে চাহ-বাগানত কৰ্মৰত গর্ভৱর্তী মহিলালৈ কিমান টকাৰ আর্থিক সাহার্য্য ঘোষণা কৰিছে?
- (a) ১৮০০০ টকা
- (b) ১৮০০ টকা
- (c) ২৮০০ টকা
- (d) ২৮০০০ টকা
179. ২০২০-২১ চনৰ বাজেট অনুসৰি অসম চৰকাৰে গ্রাম্য আত্মসহায়ক গোটৰ প্ৰতি সদস্যলৈ কিমান টকাৰ সাহাৰ্যৰ কথা ঘোষণা কৰিছে?
- (a) ৩৫০০০ টকা
- (b) ৫০০০০ টকা
- (c) ২০০০০ টকা
- (d) ১৮০০০ টকা
180. ২০২০-২১ চনৰ অসম চৰকাৰৰ বাজেটত এটা নতুন পদ্ধতি সংযোগ কৰা হৈছে। সেইটো কি?
- (a) QR-code
- (b) e-budget
- (c) Smart budget
- (d) Online budget
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
181. অসম চৰকাৰে মহিলা আৰু জ্যেষ্ঠ নাগৰিকক উদ্দেশ্যি প্রৱৰ্তন কৰা নতুন বাছ সেৱাটোৰ নাম কি?
- (a) ইয়ালো বাছ সেৱা
- (b) পিংক বাছ সেৱা
- (c) হোৱাইট বাছ সেৱা
- (d) ৰেড বাছ সেৱা
182. ২০২০-২১ চনৰ অসম চৰকাৰৰ নতুন বাজেটৰ ব্যয়ৰ পৰিমাণ কিমান?
- (a) ১,০৫,২৪৬.২৩ কোটি
- (b) ১,৫০,২৪৬.২৩ কোটি
- (c) ১,৭৫,২৪৭.৫৩ কোটি
- (d) ২,৫০,২৪৭.৫৩ কোটি
183. ২০২০-২১ চনৰ বাজেট অনুসৰি অসম চৰকাৰে ব্যয় কৰিবলগীয়া ধনৰ পৰা কিমান ৰাজহ আদায় পাব?
- (a) ৯০,৯৩০.৬০ কোটি
- (b) ৯১,৯৩০.৬০ কোটি
- (c) ৮৫,৯৩০.৬০ কোটি
- (d) ৮০.৯৮০.৭০ কোটি
184. অসম চৰকাৰে নাগৰিকক দিবলগীয়া ৰেহাই মূল্যৰ বিদ্যুতৰ মুঠ খৰচ কিমান?
- (a) ১২ কোটি
- (b) ১৬ কোটি
- (c) ১৫ কোটি
- (d) ১৫.০৭ লাখ
185. National Food Security Act, 2013' ৰ বাবত হ'বলগীয়া খৰচৰ পৰিমাণ কিমান?
- (a) ৪৭২ কোটি
- (b) ৫৭০ কোটি
- (c) ২০০ কোটি
- (d) ৬৭০ কোটি
186. 'চাহ বাগিচা ধন পুৰষ্কাৰ আঁচনি'ৰ বাবত কিমান টকা মোকলাই দিয়া হৈছে?
- (a) ২৫০ কোটি
- (b) ২৭০ কোটি
- (c) ২০০ কোটি
- (d) ২২০ কোটি
187. অসম চৰকাৰৰ নতুন বাজেট অনুসৰি চাহ বাগিছাবোৰত কিমানখন নতুন বিদ্যালয় স্থাপন কৰা হ'ব?
- (a) ১০৫ খন
- (b) ১০২ খন
- (c) ২০০ খন
- (d) ১০৫ খন
189. 'অৰুণধূতি স্বর্ণ যোজনা' আঁচনি কিমান চনত বলবৎ হৈছিল?
- (a) ১ জানুৱাৰী, ২০২০
- (b) ১ জানুৱাৰী, ২০১৯
- (c) ১ ফেব্ৰুৱাৰী, ২০২০
- (d) ১ ফেব্ৰুৱাৰী, ২০১৯
190. 'অৰুণধূতি স্বর্ণ যোজনা' আঁচনিৰ অধিনত কিমান টকাৰ বিনামূলীয়া সোণ যোগান ধৰা হ'ব?
- (a) ৪০০০০ টকা
- (b) ৩০০০০ টকা
- (c) ৫০০০০ টকা
- (d) ২০০০০ টকা
👇👇Check it 👇👇
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
200+ অসম কলা আৰু সংস্কৃতিৰ
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
Assam Economy GK in Assamese
অসম অৰ্থনীতি বিষয়ত অন্তৰ্গত শিতানসমূহ হ'ল-
1.অসমৰ কৃষি
2. অসমৰ উদ্যোগ
3. অসমৰ পযৰ্টন
4. অসমৰ কুটীৰ শিল্পী
5. অসমৰ পশু আৰু মীন পালন
6. অসমৰ ৰাজ্যিক আয়
7. অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনা
8. অসমৰ জলসিঞ্চন
9. অসমৰ শক্তি উৎপাদন
10. অসমৰ নিয়োগ আৰু স্ব-নিয়োজন
11. অসমৰ পৰিবহণ আৰু যাতায়ত
12. অসমৰ যোগাযোগ ব্যৱস্থা
এই শিতানসমূহ লগত জড়িত থকা সকলো প্ৰশ্ন উত্তৰ ইয়াত যুগুত কৰা হ'ব।