Assam General (All in One: Set-1)

Popup Iframe Example
/50
assam-economy-gk-in-assamese || assamese gk quizz|| all in one set-1

All in One (Set-1)

This quiz is about the Ayodhya Ram Temple. We will discuss all the important events, important dates etc. here.

1 / 50

Q. অসমৰ প্রথম চাহ খেতি কেতিয়া আৰম্ভ কৰিছিল?

2 / 50

Q. অসমৰ মুঠ পশু চিকিৎসালয় কিমানখন আছে?

3 / 50

Q. 'অসম গৌৰৱ' বুলি কোজন সাহিত্যিক জনা যায়?

4 / 50

Q. অসমৰ সর্বপ্রথম গদ্য লিখক কোন?

5 / 50

Q. 'কৰ্মবীৰ' বুলি কোজন সাহিত্যিক জনা যায়?

6 / 50

Q. পিটলৰ বচন তৈয়াৰ কৰা অসমৰ উল্লেযোগ্য ঠাইখনৰ নাম কি?

7 / 50

Q. অসমত অনুষ্ঠিত হোৱা এডভান্টেজ আসামত কিমানখন দেশে অংশগ্রহণ কৰিছিল?

8 / 50

Q. অসমৰ সর্বাধিক জাঁপি প্রস্তুতু কৰা জিলাখন নাম কি?

9 / 50

Q. 'জননায়ক' বুলি কোজন সাহিত্যিক জনা যায়?

10 / 50

Q. নুমলীগড় তেল শোধানগৰৰ মুঠ ধাৰণ ক্ষমতা কিমান?

11 / 50

Q. অসমত সর্ববৃহৎ কঁপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি?

12 / 50

Q. অসমত পঞ্চবার্ষিক পৰিকল্পনাৰ কেতিয়া আৰম্ভ হৈছিল?

13 / 50

Q. অসমত পোন প্ৰথমবাৰৰ বাবে কিমান চনত পশু চিকিৎসালয় বিভাগ মুকলি কৰা হৈছিল?

14 / 50

Q. হাঁতী দাতৰ কাৰখানা থকা ঠাইখনৰ নাম কি?

15 / 50

Q. ভাৰতত জাতীয় পৰিকল্পনা আয়োগ কিমান চনত গঠিত হৈছিল?

16 / 50

Q. . অসমৰ সর্বপ্রথম নাট্যকাৰ জনৰ নাম কি?

17 / 50

Q. অসমৰ ক'ত জল গৱেষণা আৰু ব্যৱস্থাপনা সংস্থা অৱস্থিত?

18 / 50

Q. অসমৰ সর্বপ্রথম চাহ খেতিয়কজনৰ নাম কি?

19 / 50

Q. অসম উদ্যোগীক নীতি কিমান চনত ৰূপায়ণ হৈছিল?

20 / 50

Q. অসমৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি?

21 / 50

Q. 'ত্যাগবীৰ' বুলি কোজন সাহিত্যিক জনা যায়?

22 / 50

Q. 'কলংপাৰৰ কবি' বুলি কোজন সাহিত্যিক জনা যায়?

23 / 50

Q. অসম কিহৰ বাবে বিখ্যাত?

24 / 50

Q. অসমৰ সর্বপ্রথম ইতিহাস লিখক বুলি কাক জনা যায়?

25 / 50

Q. অসমৰ ক'ত দৃষ্টিহীন শিক্ষার্থীসকলৰ বাবে থকা পুথিভঁৰালটো অৱস্থিত?

26 / 50

Q. 'অভিনয়াচাৰ্য' বুলি কোজন সাহিত্যিক জনা যায়?

27 / 50

Q. "অসমীয়া সাহিত্যৰ 'পিতামহ' নামেৰে তলৰ কোনক জনা যায়?

28 / 50

Q. অসমৰ প্ৰথমটো কাগজ কল ক’ত স্থাপন কৰা। হৈছিল?

29 / 50

Q. তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন "অসমৰ শ্বেক্সপীয়েৰ" বুলি জনা যায়?

30 / 50

Q. তলৰ ক'ত অসমৰ মীণ মহাবিদ্যালয় অবস্থিত?

31 / 50

Q. “অসমৰ মানচেষ্টাৰ” বুলি কোনখন ঠাইক কোৱা হয়?

32 / 50

Q. কোনজন অসমীয়া সাহিত্যিকক শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত আৰু তেওঁক প্ৰায়ে অসমীয়া সাহিত্যৰ "বাপুজী" বুলি কোৱা হয়?

33 / 50

Q. 'জ্ঞানমালিনীৰ কবি' বুলি কোজন সাহিত্যিক জনা যায়?

34 / 50

Q. অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ‘অসম পর্যটন নীতি আয়োগ’ কিমান চনত গঠন কৰিছিল?

35 / 50

Q. তলত উল্লেখ কৰা কোনটো আটাইতাঁকে ডাঙৰ কৃষি উদ্যোগ?

36 / 50

Q. কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি?

37 / 50

Q. অসমৰ কোন জিলাত মালিনী থান অৱস্থিত?

38 / 50

Q. অসমৰ সর্বপ্রথম জাতীয় কংগ্রেছৰ সভাপতিজনৰ নাম কি?

39 / 50

Q. অসমক পর্যটন উদ্যোগৰ মৰ্যাদা কিমান চনত দিয়া হৈছিল?

40 / 50

Q. অসমৰ সর্বপ্রথম মহিলা মুখ্যমন্ত্রী গৰাকী কোন?

41 / 50

Q. নগাঁও পেপাৰ মিল কিমান চনত স্থাপন হৈছিল?

42 / 50

Q. অসমৰ সর্বপ্রথম ৰিজার্ভ বেংকৰ সঞ্চালক প্ৰধানৰ জনৰ নাম কি?

43 / 50

Q. অসমৰ সর্বপ্রথম দেশেৰ কাৰণে প্ৰাণ দিওঁতা ব্যক্তিজনৰ নাম হ'ল?

44 / 50

Q. কোম্পানী আইন, ১৯৫৬ চনৰ ভিত্তিত অসমৰ বিদ্যুৎ পৰিষদক কেইভাগত ভাগ কৰা হৈছে?

45 / 50

Q. অসমত থকা মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান?

46 / 50

Q. অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে?

47 / 50

Q. অসমত ‘Assam Global Investors Summit’ কিমান চনত অনুষ্ঠিত হৈছিল?

48 / 50

Q. অসমত কিমান চনত জলসিঞ্চন বিভাগ প্রতিষ্ঠা হৈছিল?

49 / 50

Q.'অগ্নি কবি' বুলি কোজন সাহিত্যিক জনা যায়?

50 / 50

Q. অসমৰ সৰ্বপ্রথম অসমীয়া ৰাষ্ট্রপতি জনৰ নাম কি?

Your score is

The average score is 55%

0%

Related Topics:

Assam Gk:

Indian GK 1000+

Quiz:

  1. Test Your Knowledge

Some upcoming quiz topic

  1. History: Covering different eras, civilizations, and significant events from around the world.
  2. Science and Nature: Including topics such as biology, chemistry, physics, astronomy, and environmental science.
  3. Geography: Questions about countries, capitals, landmarks, physical features, and world geography.
  4. Literature: Covering classic and contemporary literature, authors, literary movements, and famous literary works.
  5. Art and Music: Questions about artists, art movements, musical genres, composers, famous artworks, and iconic songs.
  6. Current Affairs: Trivia related to recent news events, politics, sports, entertainment, and global issues.
  7. Sports: Covering various sports, athletes, famous matches, sports history, and Olympic Games.
  8. Pop Culture: Questions about movies, television shows, celebrities, memes, internet culture, and social media trends.
  9. Technology: Including topics such as computers, internet, gadgets, software, programming languages, and tech companies.
  10. Food and Cuisine: Trivia about different cuisines, cooking techniques, famous dishes, and culinary traditions from around the world.
  11. Mythology and Folklore: Questions about Greek, Roman, Norse, Egyptian, or other mythologies, as well as folktales and legends from various cultures.
  12. Language and Linguistics: Trivia about languages, dialects, grammar rules, word origins, etymology, and linguistic phenomena.
  13. Social Sciences: Including topics such as psychology, sociology, anthropology, economics, and political science.
  14. Health and Wellness: Questions about human anatomy, common medical conditions, healthy living, nutrition, and fitness.
  15. Business and Finance: Trivia related to companies, entrepreneurs, stock markets, economics, business strategies, and financial concepts.
  16. Inventions and Discoveries: Covering notable inventions, inventors, scientific discoveries, technological breakthroughs, and innovations throughout history.
  17. Travel and Tourism: Questions about famous landmarks, tourist attractions, UNESCO World Heritage Sites, and travel destinations worldwide.
  18. Religion and Spirituality: Including trivia about different religions, religious texts, religious figures, rituals, and spiritual beliefs.
  19. Film Directors and Actors: Questions about renowned directors, actors, filmography, movie genres, and iconic film quotes.
  20. Literary Characters and Quotes: Trivia about memorable characters from literature, famous quotes, and literary themes.
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese