৩৫১। অসমৰ শিক্ষা প্ৰক্ৰিয়াক কেইটা স্তৰত ভাগ কৰা হৈছে?
- (ক) চাৰিটা
- (খ) দুটা
- (গ) তিনিটা
- (ঘ) পাঁচটা
উত্তৰ : (গ) তিনিটা।
৩৫২।অসমৰ ৰোমাণ্টিক সাহিত্যৰ গুৰি ধৰোতা কোন আছিল?
- (ক) লক্ষ্মীনাথ বেজবৰুৱা
- (খ) হেমচন্দ্ৰ গোস্বামী
- (গ) চন্দ্ৰ কুমাৰ আগৰৱালা
- (ঘ) যতীন্দ্ৰ নাথ দুৱৰা
উত্তৰ : (গ) চন্দ্ৰ কুমাৰ আগৰৱালা।
৩৫৩।অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
- (ক) খ্ৰীষ্টীয় দ্বিতীয়-তৃতীয় শতিকাত
- (খ) খ্রীষ্টীয় পঞ্চম-ষষ্ঠ শতিকাত
- (গ) খ্ৰীষ্টীয় নৱম-দশম শতিকাত
- (ঘ) ওপৰৰ এটা শুদ্ধ নহয়।
উত্তৰ : (গ) খ্ৰীষ্টীয় নৱম-দশম শতিকাত
৩৫৪।প্রাক্-বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?
- (ক) হেমচন্দ্ৰ বৰুৱা
- (খ) হেম সৰস্বতী
- (গ) মাধৱ কন্দলি
- (ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ : (খ) হেম সৰস্বতী।
৩৫৫।হীৰেন ভট্টাচাৰ্যই কোনখন কবিতা পুথিৰ কাৰণে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
- (ক) বীণবৰাগী
- (খ) শকুন্তলা
- (গ) সুগন্ধি পখিলা
- (ঘ) বনফুল
উত্তৰ : (গ) সুগন্ধি পখিলা।
৩৫৬।অসমীয়া ভাষাত প্রথম ব্যাকৰণ ৰচোতাজন কোন আছিল?
- (ক) হেমচন্দ্র গোস্বামী
- (খ) ৰবিনছন
- (গ) হেম সৰস্বতী
- (ঘ) হেমচন্দ্ৰ বৰুৱা
উত্তৰ : (খ) ৰবিনছন।
৩৫৭। অসমীয়া ভাষাৰ প্রথম ব্যাকৰণ কিমান চনত ৰচনা কৰা হৈছিল?
- (ক) ১৮২৪ খ্রীষ্টাব্দ
- (খ) ১৮৩৯ খ্রীষ্টাব্দ
- (গ) ১৮৪৫ খ্রীষ্টাব্দ
- (ঘ) ১৮৪০ খ্রীষ্টাব্দ
উত্তৰ : (খ) ১৮৩৯ খ্রীষ্টাব্দ।
৩৫৮। অসমৰ প্ৰথম ছনেট কবি হিচাপে কোনজন কবিক জনা যায়?
- (ক) হেমচন্দ্ৰ বৰুৱা
- (খ) হেমচন্দ্ৰ গোস্বামী
- (গ) লক্ষ্মীনাথ বেজবৰুৱা
- (ঘ) ৰবীন্দ্ৰ নাথ ঠাকুৰ
উত্তৰ : (খ) হেমচন্দ্ৰ গোস্বামী।
৩৫৯।অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
- (ক) বাঁহী
- (খ) প্ৰহ্লাদ চৰিত
- (গ) আৱাহন
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) প্ৰহ্লাদ চৰিত
৩৬০। ‘প্ৰহ্লাদ চৰিত’ কোনে ৰচনা কৰিছিল?
- (ক) লক্ষ্মীনাথ বেজবৰুৱা
- (খ) হেম বৰুৱা
- (গ) হেম সৰস্বতী
- (ঘ) চন্দ্ৰ কুমাৰ আগৰৱালা
উত্তৰ : (গ) হেম সৰস্বতী।
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇
৩৬১।অসমত স্থাপিত প্রথম কলেজখনৰ নাম কি আছিল?
- (ক) বি বৰুৱা কলেজ
- (খ) সন্দিকৈ কলেজ
- (গ) কটন কলেজ
- (ঘ) পাণ্ডু কলেজ
উত্তৰ : (গ) কটন কলেজ।
৩৬২।কমল কুমাৰী বঁটা লাভ কৰা অসমৰ প্ৰথমজন সাহিত্যিকৰ নাম কি আছিল?
- (ক) ড° হীৰেন ভট্টাচার্য
- (খ) ড° ভবেন্দ্ৰ নাথ শইকীয়া
- (গ) লক্ষ্মীনাথ বেজবৰুৱা
- (ঘ) চন্দ্ৰ কুমাৰ আগৰৱালা
উত্তৰ : (খ) ড° ভবেন্দ্ৰ নাথ শইকীয়া।
৩৬৩।অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল?
- (ক) জুবিন গাৰ্গ
- (খ) দ্বীপালী বৰঠাকৰ
- (গ) ড° ভূপেন হাজৰিকা
- (ঘ) জয়ন্ত হাজৰিকা
উত্তৰ : (গ) ড° ভূপেন হাজৰিকা
৩৬৪। অসমত মঞ্চৰ জন্মদাতা কোন আছিল?
- (ক) শ্রীশ্রী মাধৱদেৱ
- (খ) শ্ৰীশ্ৰী শংকৰদেৱ
- (গ) ভবেন্দ্র নাথ শইকীয়া
- (ঘ) যতীন্দ্ৰ নাথ দুৱৰা
উত্তৰ : (খ) শ্ৰীশ্ৰী শংকৰদেৱ।
৩৬৫।প্রথম ভ্রাম্যমাণ থিয়েটাৰ কোনখন আছিল?
- (ক) আৱাহন থিয়েটাৰ
- (খ) নটৰাজ থিয়েটাৰ
- (গ) কহিনুৰ থিয়েটাৰ
- (ঘ) সূৰ্য থিয়েটাৰ
উত্তৰ : (খ) নটৰাজ থিয়েটাৰ ।
৩৬৬।প্ৰথম অসমীয়া চলচ্চিত্র নির্মাতা কোন আছিল?
- (ক) লক্ষ্মীনাথ বেজবৰুৱা
- (খ) জ্যোতিপ্ৰসাদ আগৰৱালা
- (গ) চন্দ্ৰ কুমাৰ আগৰৱালা
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) জ্যোতিপ্ৰসাদ আগৰৱালা।
৩৬৭। প্রথম অসমীয়া আংশিক ৰঙীন ছবি কোনখন আছিল?
- (ক) জয়মতী
- (গ) ভাইটি
- (খ) শকুন্তলা।
- (ঘ) ককাদেউতাৰ নাতি আৰু হাতী
উত্তৰ : (খ) শকুন্তলা।
৩৬৮।প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটি কিমান চনত নির্মাণ হৈছিল?
- (ক) ১৯৭০ চন
- (খ) ১৯৭৫ চনত
- (গ) ১৯৭২ চনত
- (ঘ) ১৯৮০ চনত
উত্তৰ : (গ) ১৯৭২ চনত।
৩৬৯।ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন আছিল?
- (ক) ককাদেউতা আৰু নাতিল'ৰা
- (খ) জয়মতী
- (গ) পিয়লি ফুকন
- (ঘ) মৰীচিকা
উত্তৰ : (গ) পিয়লি ফুকন।
৩৭০।'চামেলী মেমচাৰ' ছবিৰ পৰিচালক কোন আছিল?
- (ক) জ্যোতিপ্ৰসাদ আগৰৱালা
- (খ) ড° ভূপেন হাজৰিকা
- (গ) চন্দ্ৰ কুমাৰ আগৰৱালা
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (খ) ড° ভূপেন হাজৰিকা।
৩৭১।প্ৰথম অসমীয়া কথাছবিৰ নায়িকা কোন আছিল?
- (ক) চেতনা দাস
- (খ) মলয়া গোস্বামী
- (গ) আইদেউ সন্দিকৈ
- (ঘ) মৃদুলা বৰুৱা
উত্তৰ : (গ) আইদেউ সন্দিকৈ।
৩৭২। আইদেউ সন্দিকৈক কোনখন অসমীয়া ছবিত অভিনয় কৰিছিল?
- (ক) ককাদেউতাৰ নাতি আৰু হাতী
- (খ) জয়মতী
- (গ) চামেলী মেমচাব
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) জয়মতী।
৩৭৩।অভিনেতা বিজু ফুকনৰ প্রথম ছবি কোনখন আছিল?
- (ক) জয়মতী
- (খ) ড০ বেজবৰুৱা
- (গ) শকুন্তলা
- (ঘ) চামেলী মেমচাৰ
উত্তৰ : (খ) ড০ বেজবৰুৱা
৩৭৪।১৯৭০ চনত শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰা ছবিখনৰ নাম কি আছিল?
- (ক) শকুন্তলা
- (খ) বৰুৱাৰ সংসাৰ
- (গ) চামেলী মেমচাব
- (ঘ) শকুন্তলা
উত্তৰ : (গ) চামেলী মেমচাব।
৩৭৫।ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
- (ক) চামেলী মেমচাব
- (খ) এৰাবাটৰ সুৰ
- (গ) বনানী
- (ঘ) জয়মতী
উত্তৰ : (খ) এৰাবাটৰ সুৰ।
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇
৩৭৬। অসমীয়া বোলছবিৰ প্রথম মহিলা পৰিচালক কোন আছিল?
- (ক) চেতনা দাস
- (খ) মনীষা হাজৰিকা
- (গ) আইদেউ সন্দিকৈ
- (ঘ) সুপ্রভা দেৱী
উত্তৰ : (ঘ) সুপ্রভা দেৱী
৩৭৭।৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযোগিতাত শ্রেষ্ঠ নেপথ্য গায়িকাৰ সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া শিল্পীৰ নাম কি আছিল?
- (ক) মনীষা হাজৰিকা
- (খ) শান্তা উজীৰ
- (গ) তৰালি শৰ্মা
- (ঘ) ড° ভূপেন হাজৰিকা
উত্তৰ : (গ) তৰালি শৰ্মা।
৩৭৮।১৯৯৮ চনত সংগীত নাটক একাডেমীৰ বাবে নির্বাচিত ব্যক্তিজন কোন আছিল?
- (ক) চন্দ্ৰ কুমাৰ আগৰৱালা
- (খ) লক্ষ্মীনাথ বেজবৰুৱা
- (গ) ড° ভূপেন হাজৰিকা
- (ঘ) তৰালি শৰ্মা
উত্তৰ : (গ) ড° ভূপেন হাজৰিকা।
৩৭৯।ভূপেন হাজৰিকাই কিমান চনত সংগীত-নাটক একাডেমী বঁটা লাভ কৰিছিল?
- (ক) ১৯৯০ চনত
- (খ) ১৯৫০ চনত
- (গ) ১৯৮৭ চনত
- (ঘ) ১৯২০ চনত
উত্তৰ : (গ) ১৯৮৭ চনত।
৩৮০।বাংলা কথাছবিৰ অসমীয়া পৰিচালক কোন আছিল?
- (ক) জাহ্নু বৰুৱা
- (খ) মুনিন বৰুৱা
- (গ) প্ৰমথেশ বৰুৱা
- (ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ : (গ) প্রমথেশ বৰুৱা।
৩৮১।অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপন হৈছিল?
- (ক) ১৯৭২ চনত
- (খ) ১৯৮০ চনত
- (গ) ১৯৮৫ চনত
- (ঘ) ১৯৯০ চনত
উত্তৰ : (গ) ১৯৮৫ চনত।
৩৮২।অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?
- (ক) ১৯৩০ চনত
- (খ) ১৯৪০ চনত
- (গ) ১৯৪৫ চনত
- (ঘ) ১৯৪৮ চনত
উত্তৰ : (ঘ) ১৯৪৮ চনত।
৩৮৩।অসমত প্রথম যাদুঘৰ কিমান চনত স্থাপন হৈছিল?
- (ক) ১৯৩০ চনত
- (খ) ১৯৪০ চনত
- (গ) ১৯১৫ চনত
- (ঘ) ১৯২০ চনত
উত্তৰ : (খ) ১৯৪০ চনত।
৩৮৪।দাদা চাহেব ফান্ধে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী কোন আছিল?
- (ক) চন্দ্ৰ কুমাৰ আগৰৱালা
- (খ) ড° ভূপেন হাজৰিকা
- (গ) জ্যোতিপ্ৰসাদ আগৰৱালা
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (খ) ড° ভূপেন হাজৰিকা।
৩৮৫।‘বেণ্ডিট কুইন’ চৰিত্ৰত অভিনয় কৰা ভ্ৰাম্যমাণ অভিনেত্ৰীগৰাকীৰ নাম কি আছিল?
- (ক) মৃদুলা বৰুৱা
- (খ) চেতনা দাস
- (গ) আইদেউ সন্দিকৈ
- (ঘ) সীমা বিশ্বাস
উত্তৰ : (ঘ) সীমা বিশ্বাস।
৩৮৬।ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কিহৰ পদক লাভ কৰিছিল?
- (ক) ব্রঞ্জ
- (খ) তাম
- (গ) স্বর্ণ
- (ঘ) ৰূপ
উত্তৰ : (গ) স্বৰ্ণ ।
৩৮৭।ৰিঅ' অলিম্পিকত কোনখন দেশে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল?
- (ক) ভাৰত
- (খ) ইংলেণ্ড
- (গ) ব্রিটেইন
- (ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ
উত্তৰ : (ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ।
৩৮৮।ৰিঅ' অলিম্পিক গেম কোনখন দেশত অনুষ্ঠিত হৈছিল?
- (ক) আমেৰিকা
- (খ) আফ্রিকা
- (গ) উত্তৰ আমেৰিকা
- (ঘ) ব্রাজিল
উত্তৰ : (ঘ) ব্রাজিল
৩৮৯। আধুনিক অলিম্পিকৰ ক্ষেত্ৰত পদকৰ ক্ষেত্ৰত কোনখন দেশে পদকৰ সংখ্যা বৃদ্ধি কৰিছিল?
- (ক) ইংলেণ্ড
- (খ) গ্রেট ব্রিটেইন
- (গ) আমেৰিকা
- (ঘ) ইউৰোপ
উত্তৰ : (খ) গ্রেট ব্রিটেইন।
৩৯০।ৰিঅ' অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই কিমানটা সোণৰ পদক লাভ কৰিছিল—
- (ক) দুহেজাৰটা
- (খ) পাঁচশটা
- (গ) এহেজাৰটা
- (ঘ) তিনিশটা
উত্তৰ : (গ) এহেজাৰটা।
৩৯১।২০১৬ চনত ৰিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল?
- (ক) ছাইনা নেহৱাল
- (খ) এম চি মেৰী কম
- (গ) পি ভি সিন্ধু
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) পি ভি সিন্ধু।
৩৯২।ভাৰতৰ সৰ্বোচ্চ ক্রীড়া সন্মানটো কি আছিল?
- (ক) পদ্মশ্রী
- (খ) অর্জুন বঁটা
- (গ) ৰাজীৱ গান্ধী খেলৰত্ন বঁটা
- (ঘ) অসামৰিক সন্মান
উত্তৰ : (গ) ৰাজীৱ গান্ধী খেলৰত্ন বঁটা।
৩৯৩।ভাৰতীয় ক্রিকেট ‘এ’ দললৈ নির্বাচিত প্রথম অসমীয়া খেলুৱৈগৰাকীৰ নাম কি আছিল?
- (ক) শচীন তেণ্ডুলকাৰ
- (খ) জাভেদ জামান
- (গ) মহম্মদ আজহাৰ
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) জাভেদ জামান।
৩৯৪।প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল?
- (ক) ১৯৮০ চনত
- (খ) ১৯৮৩ চনত
- (গ) ১৯৯৫ চনত
- (ঘ) ১৯৩৫ চনত
উত্তর : (ঘ) ১৯৩৫ চনত
৩৯৫।ভাৰতীয় স্কুল ক্রিকেট দলত স্থান পোৱা অসমৰ খেলুৱৈগৰাকীৰ নাম কি আছিল?
- (ক) আবু নেচিম আহমেদ
- (খ) মাধুৰ্যপ্ৰসাদ বৰুৱা
- (গ) ৰাহুল দ্রাবিড়
- (ঘ) মনীশ পাণ্ডে
উত্তৰ : (খ) মাধুৰ্যপ্ৰসাদ বৰুৱা।
৩৯৬।৩৩তম ৰাষ্ট্ৰীয় ক্রীড়াত অসমে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল?
- (ক) ১৪০ টা
- (খ) ১৪২ টা
- (গ) ১৪৮ টা
- (ঘ) ১৩০ টা
উত্তৰ : (গ) ১৪৮ টা।
৩৯৭।অসমৰ কোনগৰাকী খেলুৱৈক প্ৰথমে অৰ্জুন বঁটা প্ৰদান কৰিছিল?
- (ক) মনালিছা বৰুৱা
- (খ) ভোগেশ্বৰ বৰুৱা
- (গ) বিদ্যুৎ গোস্বামী
- (ঘ) নন্দিনী বৰুৱা
উত্তৰ : (খ) ভোগেশ্বৰ বৰুৱা।
৩৯৮।‘অভিৰুচি’ ক্রীড়া দিৱস কোনজন খেলুৱৈৰ জন্মদিনত উদযাপন কৰা হয়?
- (ক) বিদ্যুৎ গোস্বামী
- (খ) ভোগেশ্বৰ বৰুৱা
- (গ) অভিজিৎ ভট্টাচাৰ্য
- (ঘ) মনালিছা বৰুৱা
উত্তৰ : (খ) ভোগেশ্বৰ বৰুৱা।
৩৯৯।অভিজিৎ ভট্টাচাৰ্যই ভাৰতীয় কোনটো দলত স্থান লাভ কৰিছিল?
- (ক) ক্রিকেট
- (খ) ফুটবল
- (গ) ভলীবল
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) ভলীবল।
৪০০। প্ৰতিমা পাণ্ডে বৰুৱাৰ কিমান চনত মৃত্যু হৈছিল?
- (ক) ২০০০ চনত
- (খ) ২০০১ চনত
- (গ) ২০০৩ চনত
- (ঘ) ২০০২ চনত
উত্তৰ : (ঘ) ২০০২ চনত।
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇