1000+ Assam History GK in Assamese //অসম ইতিহাস জি কে// A to Z Question Answers

Popup Iframe Example

৩০১। প্রতি দহ দিনত প্ৰকাশ পোৱা বাতৰি কাকতখনৰ নাম কি?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) আছাম নিউজ
  • (খ) অপৰূপা
  • (গ) উৰুলি
  • (ঘ) আসাম বিলাসিনী

উত্তৰ : (খ) অপৰূপা ৷

৩০২। দি আছাম ট্রিবিউন ইংৰাজী বাতৰিখন কোনে প্ৰকাশ কৰিছিল?

  • (ক) ড° নাথান ব্রাউন
  • (খ) চন্দ্রপ্রসাদ শইকীয়া
  • (গ) লক্ষ্মীনাথ ফুকন
  • (ঘ) হেমচন্দ্ৰ বৰুৱা

উত্তৰ : (গ) লক্ষ্মীনাথ ফুকন।

৩০৩। শকুন্তলা গ্রন্থখন কোনে অনুবাদ কৰিছিল?

  • (ক) যতীন্দ্ৰ নাথ দুৱৰা
  • (খ) লম্বোদৰ বৰা
  • (গ) মাধৱ কন্দলি
  • (ঘ) ঘনশ্যাম বৰুৱা

উত্তৰ : (খ) লম্বোদৰ বৰা।

৩০৪।কেৱল মহিলাৰ বাবে প্রকাশিত প্রথম বাতৰি কাকতখন কি?

  • (ক) আসাম বিলাসিনী
  • (খ) অসম মিহিৰ
  • (গ) উৰুলি
  • (ঘ) আসাম নিউজ

উত্তৰ : (গ) উৰুলি।

৩০৫।চিদানন্দ চৌধুৰীয়ে প্ৰকাশ কৰা প্ৰথম সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি?

  • (ক) আসাম নিউজ
  • (খ) দৈনিক বাতৰি
  • (গ) অসম মিহিৰ
  • (ঘ) আসাম বিলাসিনী

উত্তৰ : (গ) অসম মিহিৰ।

৩০৬।প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল?

  • (ক) প্রভাত
  • (খ) কার্টুন
  • (গ) ল’ৰাবন্ধু
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (গ) ল’ৰাবন্ধু ।

৩০৭। ল’ৰাবন্ধু আলোচনীখন কিমান চনত প্ৰকাশ হৈছিল?

  • (ক) ১৮৮৯ চনত
  • (খ) ১৮৯০ চনত
  • (গ) ১৮৮৮ চনত
  • (ঘ) ১৮২০ চনত

উত্তৰ : (গ) ১৮৮৮ চনত।

৩০৮।প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম কি?

  • (ক) নৱযুগ
  • (খ) ল’ৰাবন্ধু
  • (গ) প্রভাত
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (গ) প্রভাত।

৩০৯। জোনাকী কাকতৰ প্রথম সম্পাদক কোন আছিল?

  • (ক) পুলক গগৈ
  • (খ) ড° ভূপেন হাজৰিকা
  • (গ) চন্দ্ৰকুমাৰ আগৰৱালা
  • (ঘ) শৰৎ চন্দ্ৰ গোস্বামী

উত্তৰ : (গ) চন্দ্ৰকুমাৰ আগৰৱালা।

৩১০। অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয়?

  • (ক) মহাপুৰুষ মাধৱদেৱ
  • (খ) শ্ৰীমন্ত শংকৰদেৱ
  • (গ) মামণি ৰয়ছম গোস্বামী
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (খ) শ্ৰীমন্ত শংকৰদেৱ।

৩১১।একশৰণীয়া নামধৰ্ম কোনে প্ৰচাৰ কৰিছিল?

  • (ক) মহাপুৰুষ মাধৱদেৱ
  • (খ) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
  • (গ) ওপৰৰ এটাও নহয়

উত্তৰ : (খ) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

৩১২। প্রথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি আছিল?

  • (ক) ভক্তিপ্রদীপ
  • (খ) চিহ্নযাত্রা
  • (গ) পাৰিজাত হৰণ
  • (ঘ) ৰুক্মিণীহৰণ

উত্তৰ : (খ) চিহ্নযাত্রা।

৩১৩।সত্ৰৰ মুখ্য অধিকাৰীজনক কি বোলে?

  • (ক) সত্ৰাধিকাৰ
  • (খ) দেউৰী
  • (গ) শ্ৰাৱণী
  • (ঘ) আঠপৰীয়া

উত্তৰ : (ক) সত্ৰাধিকাৰ।

৩১৪।কমলাবাৰী সত্ৰ কোনে প্রতিষ্ঠা কৰিছিল?

  • (ক) শংকৰদেৱ
  • (খ) মাধৱদেৱ শহ
  • (গ) পদ্ম আতা
  • (ঘ) মুৰাৰী

উত্তৰ : (গ) পদ্ম আতা।

৩১৫। বৰপেটা সত্ৰ কোনে প্রতিষ্ঠা কৰিছিল?

  • (ক) লক্ষ্মীনাৰায়ণ
  • (খ) মাধৱদেৱ
  • (গ) শংকৰদেৱ
  • (ঘ) মুৰাৰী

উত্তৰ : (খ) মাধৱদেৱ।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

৩১৬।সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত?

  • (ক) নলবাৰী
  • (খ) যোৰহাট
  • (গ) বৰপেটা
  • (ঘ) নগাঁও

উত্তৰ : (খ) বৰপেটা।

৩১৭।কিমান চনত কৃষ্ণকান্ত সন্দিকৈক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল?

  • (ক) ১৯৪৪ চনত
  • (খ) ১৯৪০ চনত
  • (গ) ১৯৫৫ চনত
  • (ঘ) ১৯৫০ চনত

উত্তৰ : (গ) ১৯৫৫ চনত।

৩১৮।বনফুলৰ কবি হিচাপে কোনজন সাহিত্যিকক জনা যায়?

  • (ক) ডিম্বেশ্বৰ নেওগ
  • (খ) যতীন্দ্ৰ নাথ দুৱৰা
  • (গ) লক্ষ্মীনাথ বেজবৰুৱা
  • (ঘ) কৃষ্ণকান্ত সন্দিকৈ

উত্তৰ : (খ) যতীন্দ্ৰ নাথ দুৱৰা।

৩১৯। অসমীয়া সাহিত্যত মুকুটবিহীন সম্রাট হিচাপে কাক জনা যায়?

  • (ক) ফখৰুদ্দিন আলী আহমেদ
  • (খ) যতীন্দ্ৰ নাথ দুৱৰা
  • (গ) লক্ষ্মীনাথ বেজবৰুৱা
  • (ঘ) কুশল কোঁৱৰ

উত্তৰ : (গ) লক্ষ্মীনাথ বেজবৰুৱা।

৩২০।ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা অসমৰ প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি আছিল?

  • (ক) ডিম্বেশ্বৰ নেওগ
  • (খ) গোপীনাথ বৰদলৈ
  • (গ) যতীন্দ্ৰ নাথ দুৱৰা
  • (ঘ) বিষ্ণুৰাম মেধি

উত্তৰ : (ঘ) বিষ্ণুৰাম মেধি।

৩৩১। মানসী প্রতিম কোনে ৰচনা কৰিছিল?

  • (ক) নীলমণি ফুকন
  • (খ) ড° মহেশ্বৰ নেওগ
  • (গ) মামণি ৰয়ছম গোস্বামী
  • (ঘ) মণিৰাম দেৱান

উত্তৰ : (ক) নীলমণি ফুকন।

৩৩২। অসমীয়া সাহিত্যত সাহিত্যাচার্য হিচাপে কোনজন সাহিত্যিকক জনা যায়?

  • (ক) মণিৰাম দেৱান
  • (খ) তৰুণৰাম ফুকন
  • (গ) মামণি ৰয়ছম গোস্বামী
  • (ঘ) অতুল চন্দ্ৰ হাজৰিকা

উত্তৰ : (ঘ) অতুল চন্দ্ৰ হাজৰিকা

৩৩৩।প্রখ্যাত সাহিত্যিক হীৰেন ভট্টাচাৰ্যৰ কিমান চনত মৃত্যু হৈছিল?

  • (ক) ২০০৩ চনত
  • (খ) ২০০২ চনত
  • (গ) ২০১২ চনত
  • (ঘ) ২০১১ চনত

উত্তৰ : (গ) ২০১২ চনত।

৩৩৪। অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ নাম কি আছিল?

  • (ক) গুৱাহাটী বিশ্ববিদ্যালয়
  • (খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • (গ) ডনবস্ক’ বিশ্ববিদ্যালয়
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (গ) ডনবস্ক’ বিশ্ববিদ্যালয়।

৩৩৫।ভূপেন হাজৰিকাক কিমান চনত অসম ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?

  • (ক) ২০০৬ চনত
  • (খ) ২০০৭ চনত
  • (গ) ২০০৯ চনত
  • (ঘ) ২০১০ চনত

উত্তৰ : (গ) ২০০৯ চনত।

৩৩৬।অসম উপত্যকা সাহিত্য বঁটা কোনজন কবিক প্ৰদান কৰা হৈছিল?

  • (ক) মামণি ৰয়ছম গোস্বামী
  • (খ) ৰংবং তেৰাং
  • (গ) ইমৰান শ্বাহ
  • (ঘ) ড° হীৰেন ভট্টাচার্য

উত্তৰ : (গ) ইমৰান শাহ।

৩৩৭।সৰ্বানন্দ সোণোৱালক কিমান চনত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে নিযুক্তি দিছিল?

  • (ক) ২০০২ চনত
  • (খ) ২০১২ চনত
  • (গ) ২০০৭ চনত
  • (ঘ) ২০০৯ চনত

উত্তৰ : (খ) ২০১২ চনত।

৩৩৮। অসমৰ ৰাজ্যিক ফুল কি?

  • (ক) পদুম ফুল
  • (খ) তগৰ ফুল
  • (গ) কপৌফুল
  • (ঘ) নাহৰ ফুল

উত্তৰ : (গ) কপৌফুল।

৩৩৯।তৰা’ শিশু ছবিখনক কিমান চনত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল?

  • (ক) ২০০৩ চনত
  • (খ) ২০০৪ চনত
  • (গ) ২০০২ চনত
  • (ঘ) ২০০৫ চনত

উত্তৰ : (খ) ২০০৪ চনত।

৩৪০।কথা কবিতাৰ ৰচক কোন আছিল?

  • (ক) লক্ষ্মীনাথ বেজবৰুৱা
  • (খ) যতীন্দ্ৰ নাথ দুৱৰা
  • (গ) সূৰ্য কুমাৰ ভূঞা
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (খ) যতীন্দ্ৰ নাথ দুৱৰা।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

৩৪১।প্রথম অসমীয়া অনাতাঁৰ নাট হিচাপে কোনখন নাটক জনা যায় ?

  • (ক) বনফুল
  • (খ) মৃত্যুঞ্জয়
  • (গ) তৰা
  • (ঘ) বীণবৰাগী

উত্তৰ : (ঘ) বীণবৰাগী।

৩৪২।অসমৰ উপন্যাস সম্রাট’ বুলি কোনজন সাহিত্যিকক জনা যায়?

  • (ক) যতীন্দ্ৰ নাথ দুৱৰা
  • (খ) লক্ষ্মীনাথ বেজবৰুৱা
  • (গ) ৰজনীকান্ত বৰদলৈ
  • (ঘ) লক্ষ্মীনাথ ফুকন

উত্তৰ : (গ) ৰজনীকান্ত বৰদলৈ।

৩৪৩।অসমত প্রথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল?

  • (ক) ১৯৪০ চনত
  • (খ) ১৯৪৮ চনত
  • (গ) ১৯৯০ চনত
  • (ঘ) ১৯৫৫ চনত

উত্তৰ : (খ) ১৯৪৮ চনত।

৩৪৪। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কত অনুষ্ঠিত হৈছিল?

  • (ক) যোৰহাট
  • (খ) শিৱসাগৰ
  • (গ) তেজপুৰ
  • (ঘ) লক্ষ্মীপুৰ

উত্তৰ : (খ) শিৱসাগৰ

৩৪৫। আধুনিক যুগৰ প্ৰথমখন উপন্যাস কোনে ৰচনা কৰিছিল?

  • (ক) লক্ষ্মীনাথ বেজবৰুৱা
  • (খ) পদ্মনাথ গোহাঞি বৰুৱা
  • (গ) যতীন্দ্ৰ নাথ দুৱৰা
  • (ঘ) লম্বোদৰ বৰা

উত্তৰ : (খ) পদ্মনাথ গোহাঞি বৰুৱা।

৩৪৬। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?

  • (ক) বনফুল
  • (খ) বীণবৰাগী
  • (গ) ভানুমতী
  • (ঘ) মৃত্যুঞ্জয়

উত্তৰ : (গ) ভানুমতী।

৩৪৭।বিহগী কবি হিচাপে কোনজন কবিক জনা যায়?

  • (ক) লক্ষ্মীনাথ বেজবৰুৱা
  • (খ) ৰঘুনাথ চৌধাৰী
  • (গ) হেমচন্দ্ৰ বৰুৱা
  • (ঘ) ৰজনীকান্ত বৰদলৈ

উত্তৰ : (খ) ৰঘুনাথ চৌধাৰী।

৩৪৮। অসম সাহিত্য সভাই প্রকাশ কৰা অভিধানখন কিমান চনত প্ৰকাশ হৈছিল?

  • (ক) ১৯৩০ চনত
  • (খ) ১৯৩৩ চনত
  • (গ) ১৯৩৫ চনত
  • (ঘ) ১৯৩৭ চনত

উত্তৰ : (খ) ১৯৩৩ চনত।

৩৪৯।অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্রথম ব্যক্তিজন কোন আছিল?

  • (ক) লক্ষ্মীনাথ বেজবৰুৱা
  • (খ) হেমচন্দ্ৰ বৰুৱা
  • (গ) যতীন্দ্ৰ নাথ দুৱৰা
  • (ঘ) দেৱেন্দ্ৰ নাথ বেজবৰুৱা

উত্তৰ : (খ) হেমচন্দ্ৰ বৰুৱা।

৩৫০।বড়ো সাহিত্য সভা কোন চনত গঠন হৈছিল?

  • (ক) ১৯৩৮ চনত
  • (খ) ১৯৫০ চনত
  • (গ) ১৯৫৫ চনত
  • (ঘ) ১৯২০ চনত

উত্তৰ : (গ) ১৯৫৫ চনত।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese