1000+ Assam History GK in Assamese //অসম ইতিহাস জি কে// A to Z Question Answers

Popup Iframe Example

২৫১।অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল—

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) জ্যোতিপ্ৰসাদ আগৰৱালা
  • (খ) প্ৰমথেশ বৰুৱা
  • (গ) চন্দ্ৰ কুমাৰ আগৰৱালা
  • (ঘ) যতীন্দ্র নাথ দুৱৰা

উত্তৰ : (খ) প্রমথেশ বৰুৱা।

২৫২।১৯৯৫ চনত ছিংগাপুৰ আন্তর্জাতিক চলচ্চিত্র উৎসৱত শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল—

  • (ক) চেতনা দাস
  • (খ) বিষ্ণু খাৰঘৰীয়া
  • (গ) মৃদুলা বৰুৱা
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (খ) বিষ্ণু খাৰঘৰীয়া।

২৫৩। নলিনীবালা দেৱীক কিমান চনত 'সাহিত্য অকাডেমী’ বঁটা প্ৰদান কৰিছিল—

  • (ক) ১৯৬০ চনত
  • (খ) ১৯৬৭ চনত
  • (গ) ১৯২০ চনত
  • (ঘ) ১৯৩০ চনত

উত্তৰ : (খ) ১৯৬৭ চনত।

২৫৪। কোনখন গ্ৰন্থৰ ৰচনাৰ বাবে নলিনীবালা দেৱীক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰিছিল—

  • (ক) বনফুল
  • (খ) বীণবৰাগী
  • (গ) মঞ্চলেখা
  • (ঘ) অলকানন্দা

উত্তৰ : (ঘ) অলকানন্দা।

২৫৫। অতুল চন্দ্ৰ হাজৰিকাক কিমান চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল

  • (ক) ১৯৬৭ চনত
  • (খ) ১৯৮০ চনত
  • (গ) ১৯৭১ চনত
  • (ঘ) ১৯৯০ চনত

উত্তৰ : (গ) ১৯৭১ চনত

২৫৬। উল্কা’ কাব্য সংকলন কাৰ ৰচনা—

  • (ক) অতুল চন্দ্ৰ হাজৰিকা
  • (খ) অম্বিকাগিৰী ৰায়চৌধুৰী
  • (গ) অতুল চন্দ্ৰ বৰুৱা
  • (ঘ) নলিনীবালা দেৱী

উত্তৰ : (খ) অম্বিকাগিৰী ৰায়চৌধুৰী।

২৫৭। নৰনাৰায়ণ সেতু কিমান চনত উদ্বোধন কৰা হৈছিল—

  • (ক) ১৯৯৬ চনত
  • (খ) ১৯৯৮ চনত
  • (গ) ১৯৯৭ চনত
  • (ঘ) ১৯৯৪ চনত

উত্তৰ : (খ) ১৯৯৮ চনত

২৫৮। কোনে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২৪ ঘণ্টীয়া চেনেল উদ্বোধন কৰিছিল—

  • (ক) নৰেন্দ্ৰ মোডী
  • (খ) সুষমা স্বৰাজ
  • (গ) চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া
  • (ঘ) হিতেশ্বৰ শইকীয়া

উত্তৰ : (খ) সুষমা স্বৰাজ।

২৫৯। কিমান চনত বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থখন দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল—

  • (ক) ১৯৯০ চনত
  • (খ) ১৯৮০ চনত
  • (গ) ১৯৯৭ চনত
  • (ঘ) ১৯৯৮ চনত

উত্তৰ : (গ) ১৯৯৭ চনত।

২৬০।ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত একমাত্র হিন্দী বোলছবিখনৰ নাম কি আছিল—

  • (ক) চামেলী মেমচাব
  • (খ) কালসন্ধ্যা
  • (গ) মৰমী
  • (ঘ) উপপথ

উত্তৰ : (খ) কালসন্ধ্যা।

২৬১। কিমান চনত ভবেন্দ্ৰ নাথ শইকীয়াই ‘শংকৰ বঁটা’ লাভ কৰিছিল—

  • (ক) ১৯৯০ চনত
  • (খ) ১৯৯১ চনত
  • (গ) ১৯৯৮ চনত
  • (ঘ) ২০০০ চনত

উত্তৰ : (গ) ১৯৯৮ চনত।

২৬২। কিমান চনত জ্যোতি চিত্ৰবন স্থাপন কৰা হয়—

  • (ক) ১৯৮০ চনত
  • (খ) ১৯৬১ চনত
  • (গ) ১৯৯৯ চনত
  • (ঘ) ১৯৫০ চনত

উত্তৰ : (খ) ১৯৬১ চনত।

২৬৩। কোনখন গ্ৰন্থৰ বাবে মেদিনী চৌধুৰীক সাহিত্য অকাডেমী’ বঁটা প্ৰদান কৰিছিল—

  • (ক) বীণবৰাগী
  • (খ) বিপন্ন সময়
  • (গ) বনফুল
  • (ঘ) মৃত্যুঞ্জয়

উত্তৰ : (খ) বিপন্ন সময়।

২৬৪। আম্বেদকাৰ বঁটা অসমৰ কোনজনী অভিনেত্রীক প্ৰদান কৰা হৈছিল—

  • (ক) বৰষাৰাণী বিষয়া
  • (খ) চেতনা দাস
  • (গ) মলয়া গোস্বামী
  • (ঘ) মৃদুলা বৰুৱা

উত্তৰ : (খ) চেতনা দাস।

২৬৫।দীনবন্ধু ছবিখন কোনজন পৰিচালকে পৰিচালনা কৰিছিল—

  • (ক) মুনিন বৰুৱা
  • (খ) জাহ্নু বৰুৱা
  • (গ) সুমন হৰিপ্ৰিয়া
  • (ঘ) অৰূপ মান্না

উত্তৰ : (ক) মুনিন বৰুৱা।

২৬৬। কিমান চনত মহিম বৰাক ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান কৰিছিল—

  • (ক) ২০০০ চনত
  • (খ) ২০০১ চনত
  • (গ) ১৯৯৯ চনত
  • (ঘ) ১৯৯০ চনত

উত্তৰ : (গ) ১৯৯৯ চনত।

২৬৭।মৃদুলা বৰুৱাৰ প্ৰথম অভিনীত ছবিখনৰ নাম কি আছিল—

  • (ক) ফিৰিঙতি
  • (খ) উপপথ
  • (গ) মৰমী
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (গ) মৰমী।

২৬৮। কিমান চনত ভূপেন হাজৰিকাক ‘দাদা চাহেব ফাল্কে’ বঁটা প্ৰদান কৰা হয়—

  • (ক) ১৯৯০ চনত
  • (খ) ১৯৮০ চনত
  • (গ) ১৯৯২ চনত
  • (ঘ) ১৯৯৪ চনত

উত্তৰ : (গ) ১৯৯২ চনত।

২৬৯। অৰুণ শৰ্মাক কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়—

  • (ক) বনফুল
  • (খ) মৃত্যুঞ্জয়
  • (গ) আশীৰ্বাদৰ ৰং
  • (ঘ) পিতাপুত্র

উত্তৰ : (গ) আশীৰ্বাদৰ ৰং।

২৭০। অসমৰ আঞ্চলিক দল কোনটো আছিল—

  • (ক) অসম গণ পৰিষদ
  • (খ) ভাৰতীয় জনতা পার্টি
  • (গ) ভাৰতীয় জাতীয় কংগ্রেছ
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (ক) অসম গণ পৰিষদ

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

২৭১। কলিয়াভোমোৰা দলং কিমান চনত উদ্বোধন কৰা হয়—

  • (ক) ১৯৯৯ চনত
  • (খ) ১৯৯২ চনত
  • (গ) ১৯৮৭ চনত
  • (ঘ) ১৯৮৮ চনত

উত্তৰ : (গ) ১৯৮৭ চনত।

২৭২। অপূর্ব শৰ্মাক কিমান চনত 'সাহিত্য অকাডেমী’ বঁটা প্ৰদান কৰা হৈছিল—

  • (ক) ১৯৮৭ চনত
  • (খ) ১৯৯০ চনত
  • (গ) ২০০০ চনত
  • (ঘ) ১৯৯৯ চনত

উত্তৰ : (গ) ২০০০ চনত।

২৭৩। 'অসম গণ পৰিষদ' দলৰ চৰকাৰ কিমান চনত গঠন কৰা হৈছিল—

  • (ক) ১৯৮০ চনত
  • (খ) ১৯৯৯ চনত
  • (গ) ১৯৮৫ চনত
  • (ঘ) ১৯৮২ চনত

উত্তৰ : (গ) ১৯৮৫ চনত।

২৭৪। কিমান চনত ‘ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়—

  • (ক) ১৯৯০ চনত
  • (খ) ১৯৯৯ চনত।
  • (গ) ১৯০২ চনত
  • (ঘ) ১৯৮২ চনত

উত্তৰ : (খ) ১৯৯৯ চনত।

২৭৫। কিমান চনত মামণি ৰয়ছম গোস্বামীক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল—

  • (ক) ২০০১ চনত
  • (খ) ১৯৯৯ চনত
  • (গ) ২০০২ চনত
  • (ঘ) ২০০৩ চনত

উত্তৰ : (গ) ২০০২ চনত।

২৭৬। গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল—

  • (ক) ১৯৯০ চনত
  • (খ) ২০০২ চনত
  • (গ) ২০০৩ চনত
  • (ঘ) ১৯৯৯ চনত

উত্তৰ : (খ) ২০০২ চনত।

২৭৭। উপত্যকা সাহিত্য অকাডেমী বঁটা কোনজন সাহিত্যিকক প্ৰদান কৰা হৈছিল—

  • (ক) অৰুণ শৰ্মা
  • (খ) নৱকান্ত বৰুৱা
  • (গ) হীৰেন গোহাঁই
  • (ঘ) ড° ভবেন্দ্ৰ নাথ শইকীয়া

উত্তৰ : (খ) নৱকান্ত বৰুৱা।

২৭৮। সীমা বিশ্বাসক কোন চনত 'সংগীত নাটক একাডেমী’ বঁটা প্ৰদান কৰা হৈছিল—

  • (ক) ২০০০ চনত
  • (খ) ২০০১ চনত
  • (গ) ১৯৯৯ চনত
  • (ঘ) ১৯৯২ চনত

উত্তৰ : (ক) ২০০০ চনত।

২৭৯। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কেতিয়া মুকলি কৰা হৈছিল—

  • (ক) ১৯২২ চনত
  • (খ) ১৯৯৮ চনত
  • (গ) ১৯৯০ চনত
  • (ঘ) ১৯৯১ চনত

উত্তৰ : (খ) ১৯৯৮ চনত।

২৮০। 'ককাদেউতাৰ হাড়’ গ্ৰন্থখন কোনজন সাহিত্যিকে ৰচনা কৰিছিল—

  • (ক) ড° ভহেন্দ্ৰ নাথ শইকীয়া
  • (খ) নৱকান্ত বৰুৱা
  • (গ) অৰুণ শৰ্মা
  • (ঘ) হীৰেন গোহাঁই

উত্তৰ : (খ) নৱকান্ত বৰুৱা।

২৮১। কিমান চনত আনন্দৰাম বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল—

  • (ক) ১৯৭০ চনত
  • (খ) ১৯৭২ চনত
  • (গ) ১৯৭১ চনত
  • (ঘ) ১৯৭৩ চনত

উত্তৰ : (গ) ১৯৭১ চনত।

২৮২। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো তাৰকাগৃহ কেতিয়া স্থাপন কৰা হৈছিল—

  • (ক) ১৯৯২ চনত
  • (খ) ১৯৯০ চনত
  • (গ) ১৯৯৪ চনত
  • (ঘ) ১৯৯৮ চনত

উত্তৰ : (গ) ১৯৯৪ চনত।

২৮৩।কিমান চনত চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াক অসম সাহিত্যসভাৰ সভাপতি ৰূপে দ্বিতীয়বাৰ নির্বাচন কৰিছিল—

  • (ক) ১৯৯০ চনত
  • (খ) ১৯৯৮ চনত
  • (গ) ১৯৯১ চনত
  • (ঘ) ১৯৯৫ চনত

উত্তৰ : (খ) ১৯৯৮ চনত।

২৮৪। দীপালী বৰঠাকুৰক কিমান চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল—

  • (ক) ১৯৯৮ চনত
  • (খ) ১৯৯০ চনত
  • (গ) ১৯৯৫ চনত
  • (ঘ) ১৯৯৪ চনত

উত্তৰ : (ক) ১৯৯৮ চনত।

২৮৫। কোনখন অভয়াৰণ্যত প্রথম বন্যপ্রাণী সংৰক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল—

  • (ক) কাজিৰঙা
  • (খ) ডিব্ৰু-ছৈখোৱা
  • (গ) ওৰাং
  • (ঘ) মানস

উত্তৰ : (ক) কাজিৰঙা

২৮৬। প্রতিমা পাণ্ডে বৰুৱাৰ কিমান চনত মৃত্যু হৈছিল—

  • (ক) ২০০০ চনত
  • (খ) ২০০১ চনত
  • (গ) ২০০৩ চনত
  • (ঘ) ২০০২ চনত

উত্তৰ : (ঘ) ২০০২ চনত।

২৮৭। দালাই লামাই কিমান চনত কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল—

  • (ক) ২০০১ চনত
  • (খ) ২০০২ চনত
  • (গ) ২০০৩ চনত
  • (ঘ) ২০০৫ চনত

উত্তৰ : (খ) ২০০২ চনত

২৮৮। জয়মতী বঁটাৰে সন্মানিত সাহিত্যিকগৰাকী কোন আছিল—

  • (ক) অৰুণ শৰ্মা
  • (খ) যতীন্দ্ৰ নাথ দুৱৰা
  • (গ) ড° ভবেন্দ্ৰ নাথ শইকীয়া
  • (ঘ) মামণি ৰয়ছম গোস্বামী

উত্তৰ : (ঘ) মামণি ৰয়ছম গোস্বামী।

২৮৯। এশিঙীয়া গঁড়ক কি ৰাজ্যিক প্রতীক হিচাপে ঘোষণা কৰা হৈছিল—

  • (ক) ৰাজ্যিক বৃক্ষ
  • (খ) ৰাজ্যিক পশু
  • (গ) ৰাজ্যিক ফুল
  • (ঘ) ৰাজ্যিক পক্ষী

উত্তৰ : (খ) ৰাজ্যিক পশু।

২৯০।ভাৰতৰ ৩৩তম ৰাষ্ট্ৰীয় খেলখন ক’ত অনুষ্ঠিত হৈছিল?

  • (ক) অসম
  • (খ) বিহাৰ
  • (গ) পাটনা
  • (ঘ) দিল্লী

উত্তৰ : (ক) অসম।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

২৯১। ২০০২ চনত কোনজন সাহিত্যিকক অসম সাহিত্য সভাই সাহিত্যাচার্য উপাধি প্ৰদান কৰিছিল?

  • (ক) মামণি ৰয়ছম গোস্বামী
  • (খ) ড° গোলোকচন্দ্র গোস্বামী
  • (গ) ড° ভবেন্দ্ৰ নাথ শইকীয়া
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (খ) ড° গোলোকচন্দ্ৰ গোস্বামী।

২৯২।প্রথম অসমীয়া নাটক কোনখন আছিল—

  • (ক) পাতালপুৰী
  • (খ) বীণবৰাগী
  • (গ) বনকুঁৱৰী
  • (ঘ) বনফুল

উত্তৰ : (খ) বীণবৰাগী।

২৯৩। প্রথম অসমীয়া উপন্যাসখন কিমান চনত প্ৰকাশকৰা হৈছিল—

  • (ক) ১৯৬০ চনত
  • (খ) ১৯৬২ চনত
  • (গ) ১৯৬১ চনত
  • (ঘ) ১৯৬৩ চনত

উত্তৰ : (গ) ১৯৬১ চনত।

২৯৪। অসমত বৰ্তমানলৈ কিমানখন ষ্টেডিয়াম আছে?

  • (ক) ১ খন
  • (খ) ২ খন
  • (গ) ৩ খন
  • (ঘ) ৫ খন

উত্তৰ : (খ) ২ খন

২৯৫। প্রথম অসমীয়া ভ্রমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম কি আছিল—

  • (ক) বীণবৰাগী
  • (খ) বনকুঁৱৰী
  • (গ) ইয়াৰঈংগম
  • (ঘ) ছুইজাৰলেণ্ড ভ্ৰমণ

উত্তৰ : (ঘ) ছুইজাৰলেণ্ড ভ্ৰমণ।

২৯৬। প্রথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল—

  • (ক) আছাম নিউজ
  • (খ) দৈনিক বাতৰি
  • (গ) অৰুনোদই
  • (ঘ) অসম বাতৰি

উত্তৰ : (গ) অৰুনোদই

২৯৭। ‘অসম বাতৰি’ কিমান চনত প্ৰকাশ হৈছিল—

  • (ক) ১৯৬০ চনত
  • (খ) ১৯৬৪ চনত
  • (গ) ১৯৬৫ চনত
  • (ঘ) ১৯৭০ চনত

উত্তৰ : (খ) ১৯৬৪ চনত।

২৯৮।অৰুনোদই বাতৰি কাকতৰ সম্পাদক কোন আছিল—

  • (ক) নীলমণি ফুক
  • (খ) ড° নাথান ব্রাউন
  • (গ) চন্দ্ৰপ্ৰসাদ শইকীয়া
  • (ঘ) চিদানন্দ চৌধুৰী

উত্তৰ : (খ) ড° নাথান ব্রাউন।

২৯৯।ৰাজনৈতিক উদ্দেশ্যসম্পন্ন প্রথম বাতৰিখনৰ নাম কি—

  • (ক) দি আছাম ট্রিবিউন
  • (খ) আসাম বিলাসিনী
  • (গ) এডভোকেট অৱ আছাম
  • (ঘ) উৰুলি

উত্তৰ : (গ) এডভোকেট অৱ আছাম।

৩০০। প্রথম দ্বি-সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি আছিল—

  • (ক) অৰুনোদই
  • (খ) অসম বাতৰি
  • (গ) অপৰূপা
  • (ঘ) আসাম বিলাসিনী

উত্তৰ : (খ) অসম বাতৰি।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese