1000+ Assam History GK in Assamese //অসম ইতিহাস জি কে// A to Z Question Answers

Popup Iframe Example

২০১। আজানপীৰৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত—

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) বৰপেটা
  • (খ) নলবাৰী
  • (গ) শিৱসাগৰ
  • (ঘ) লক্ষীপুৰ

উত্তৰ : (গ) শিৱসাগৰ।

২০২। নৱগ্ৰহ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত—

  • (ক) নীলাচল পাহাৰ
  • (খ) চিত্ৰাচল পাহাৰ
  • (গ) সূর্য পাহাৰ
  • (ঘ) কালাপাহাৰ

উত্তৰ : (খ) চিত্ৰাচল পাহাৰ।

২০৩। পবিত্র তীর্থস্থান বশিষ্ঠাশ্ৰমত কেইটা নদী প্রবাহিত হৈ আছে—

  • (ক) দুটা
  • (খ) চাৰিটা
  • (গ) তিনিটা
  • (ঘ) ছটা

উত্তৰ : (গ) তিনিটা।

২০৪। সন্ধ্যা, ললিতা, কান্তা এই তিনিধাৰা পানী কোনখন পৱিত্ৰাশ্ৰমৰ মাজেদি প্রবাহিত হয়—

  • (ক) কামাখ্যাধাম
  • (খ) বশিষ্ঠাশ্রম
  • (গ) বালাজী
  • (ঘ) নৱগ্ৰহ মন্দিৰ

উত্তৰ : (খ) বশিষ্ঠাশ্রম।

২০৫। প্রাচীন কালত মাইবাং কোনখন সাম্ৰাজ্যৰ ৰাজধানী আছিল—

  • (ক) আহোম সাম্রাজ্য
  • (খ) মোগল সাম্রাজ্য
  • (গ) কছাৰী সাম্ৰাজ্য
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (গ) কছাৰী সাম্রাজ্য।

২০৬। বটদ্ৰৱা দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত—

  • (ক) যোৰহাট
  • (খ) নগাঁও
  • (গ) শিৱসাগৰ
  • (ঘ) কৰিমগঞ্জ

উত্তৰ : (খ) নগাঁও।

২০৭। উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তাৰকাগৃহটো অসমৰ কোনখন জিলাত অৱস্থিত—

  • (ক) বঙাইগাঁও
  • (খ) বৰপেটা
  • (গ) নলবাৰী
  • (ঘ) কামৰূপ (গুৱাহাটী)

উত্তৰ : (ঘ) কামৰূপ (গুৱাহাটী)।

২০৮। শিৱসাগৰৰ কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল—

  • (ক) ১৭৪৩ চনত
  • (খ) ১৭৪৭ চনত
  • (গ) ১৭৬৩ চনত
  • (ঘ) ১৭৫১ চনত

উত্তৰ: (ঘ) ১৭৫১ চনত।

২০৯। কোনজন ৰজাই শিৱসাগৰৰ কাৰেংঘৰ নিৰ্মাণ কৰাইছিল—

  • (ক) নৰনাৰায়ণ
  • (খ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ
  • (গ) চুকাফা
  • (ঘ) চুহুংমুং

উত্তৰ : (খ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ।

২১০। জয়সাগৰ পুখুৰী কোনজন আহোম ৰজাই খন্দাইছিল—

  • (ক) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ
  • (খ) চুহুংমুং
  • (গ) ৰুদ্ৰ সিংহ
  • (ঘ) নৰনাৰায়ণ

উত্তৰ : (গ) ৰুদ্ৰ সিংহ।

২১১। কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দা হৈছিল—

  • (ক) জয়মতী
  • (খ) কনকলতা বৰুৱা
  • (গ) ৰাণী লক্ষ্মীবাঈ
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (ক) জয়মতী।

২১২। জয়সাগৰ পুখুৰীৰ পাৰত শিৱসাগৰৰ কেইটা বিখ্যাত মন্দিৰ অৱস্থিত—

  • (ক) তিনিটা
  • (খ) দুটা
  • (গ) পাঁচটা
  • (ঘ) ছটা

উত্তৰ : (ক) তিনিটা।

২১৩। শিৱসাগৰৰ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল—

  • (ক) ১৭২০ চনত
  • (খ) ১৭৬০ চনত
  • (গ) ১৭৬৯ চনত
  • (ঘ) ১৭৭০ চনত

উত্তৰ : (গ) ১৭৬৯ চনত।

২১৪। কোনজন ৰজাৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল—

  • (ক) চুহুংমুং
  • (খ) চুডাংফা
  • (গ) নৰনাৰায়ণ
  • (ঘ) ৰাজেশ্বৰ সিংহ

উত্তৰ : (ঘ) ৰাজেশ্বৰ সিংহ।

২১৫। এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথম ৰংগভূমি বুলি কোনটো আকর্ষণীয় পর্যটনস্থলীক কোৱা হয়—

  • (ক) কাৰেংঘৰ
  • (খ) তলাতল ঘৰ
  • (গ) জয়সাগৰ পুখুৰী
  • (ঘ) ৰংঘৰ

উত্তৰ : (ঘ) ৰংঘৰ।

২১৬। কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰাইছিল—

  • (ক) ৰুদ্ৰ সিংহ
  • (খ) প্রমত্ত সিংহ
  • (গ) ৰাজেশ্বৰ সিংহ
  • (ঘ) চুহুংমুং

উত্তৰ : (খ) প্রমত্ত সিংহ।

২১৭। কোল পার্ক কোনে সজাইছিল—

  • (ক) চুহুংমুং
  • (খ) নৰনাৰায়ণ
  • (গ) চুডাংফা
  • (ঘ) কমিছনাৰ মিঃ কোল

উত্তৰ : (ঘ) কমিছনাৰ মিঃ কোল।

২১৮। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান বর্গ কিলোমিটাৰ—

  • (ক) ৩৪০ বর্গ কিলোমিটাৰ
  • (খ) ৮৫৮.৯৮ বর্গ কিলোমিটাৰ
  • (গ) ৭৭.৯০ বর্গ কিলোমিটাৰ
  • (ঘ) ৯০.৮৮ বর্গ কিলোমিটাৰ

উত্তৰ : (খ) ৮৫৮.৯৮ বর্গ কিলোমিটাৰ৷

২১৯। দেওহাঁহ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়—

  • (ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
  • (খ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান
  • (গ) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
  • (ঘ) মানস ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ : (খ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

২২০। গৰমপানীৰ উঁহ কোনখন অভয়াৰণ্যত পোৱা যায়—

  • (ক) পবিতৰা অভয়াৰণ্য
  • (খ) চক্ৰশিলা অভয়াৰণ্য
  • (গ) বৰনদী অভয়াৰণ্য
  • (ঘ) গৰমপানী অভয়াৰণ্য

উত্তৰ : (ঘ) গৰমপানী অভয়াৰণ্য।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

২২১। অসমৰ কোনখন চহৰত সকলোতকৈ বেছি উদ্যোগ আছে—

  • (ক) গুৱাহাটী
  • (খ) ডিব্ৰুগড
  • (গ) শিৱসাগৰ
  • (ঘ) নলবাৰী

উত্তৰঃ (ক) গুৱাহাটী।

২২২। নেচনেল ইনষ্টিটিউট অব টেকন'লজি অসমৰ কোনখন চহৰত অৱস্থিত—

  • (ক) গুৱাহাটী
  • (খ) শিলচৰ
  • (গ) ডিব্ৰুগড়
  • (ঘ) নগাঁও

উত্তৰ : (খ) শিলচৰ।

২২৩। কিমান চনত অসমৰ লোকসেৱা আয়োগ প্রতিষ্ঠা হৈছিল—

  • (ক) ১৯৩০ চনত
  • (খ) ১৯৩১ চনত
  • (গ) ১৯৩৭ চনত
  • (ঘ) ১৯২৯ চনত

উত্তৰ : (গ) ১৯৩৭ চনত।

২২৪। কিমান চনত নুনমাটিত তেল শোধনাগাৰ প্ৰতিষ্ঠা হৈছিল—

  • (ক) ১৯৫২ চনত
  • (খ) ১৯৪২ চনত
  • (গ) ১৯৬২ চনত
  • (ঘ) ১৯৬০ চনত

উত্তৰ : (গ) ১৯৬২ চনত।

২২৫। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি আছিল—

  • (ক) ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • (খ) গুৱাহাটী বিশ্ববিদ্যালয়
  • (গ) অসম বিশ্ববিদ্যালয়
  • (ঘ) কোকৰাঝাৰ বিশ্ববিদ্যালয়

উত্তৰ : (খ) গুৱাহাটী বিশ্ববিদ্যালয়।

২২৬। অসমৰ কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল—

  • (ক) ১৯৪৯ চনত
  • (খ) ১৯৬৯ চনত
  • (গ) ১৯২০ চনত
  • (ঘ) ১৯৩০ চনত

উত্তৰ : (খ) ১৯৬৯ চনত।

২২৭। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি

  • (ক) মানস ৰাষ্ট্ৰীয় উদ্যান
  • (খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
  • (গ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

২২৮। অসম সাহিত্য সভাৰ প্রথম অধিৱেশন কিমান চনত অনুষ্ঠিত হয় –

  • (ক) ১৯০৯ চনত
  • (গ) ১৯২০ চনত
  • (ঘ) ১৯২২ চনত
  • (খ) ১৯১৭ চনত

উত্তৰ : (খ) ১৯১৭ চনত।

২২৯। কিমান চনত অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ হয়—

  • (ক) ১৮০৮ চনত
  • (গ) ১৮৬৬ চনত
  • (খ) ১৮২০ চনত
  • (ঘ) ১৮৯০ চনত

উত্তৰ : (গ) ১৮৬৬ চনত।

২৩০। কিমান চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল—

  • (ক) ১৯৪০ চনত
  • (খ) ১৯৩৫ চনত
  • (গ) ১৯৪২ চনত
  • (ঘ) ১৯৪৮ চনত

উত্তৰ : (গ) ১৯৪২ চনত।

২৩১। অসমৰ প্ৰথমখন বাতৰি কাকত কি আছিল—

  • (ক) অৰুনোদই
  • (খ) আসাম বিলাসিনী
  • (গ) প্রতিদিন
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (ক) অৰুনোদই

২৩২। অসমত কেতিয়াৰ পৰা ৰে'ল গাড়ীৰ প্ৰথম চলাচল হয়—

  • (ক) ১৮৭০ চনত
  • (খ) ১৮৮০ চনত
  • (গ) ১৮৮১ চনত
  • (ঘ) ১৮৯০ চনত

উত্তৰ : (গ) ১৮৮১ চনত।

২৩৩। টেলিফোন আৰু টেলিগ্রাফৰ প্ৰচলন অসমত কেতিয়াৰ পৰা হৈছিল—

  • (ক) ১৮৬০ চনত
  • (খ) ১৮৬৫ চনত
  • (গ) ১৮৯০ চনত
  • (ঘ) ১৮৯২ চনত

উত্তৰ : (খ) ১৮৬৫ চনত।

২৩৪। অসমত কেতিয়াৰ পৰা চাহৰ আৱিষ্কাৰ হৈছিল—

  • (ক) ১৮২০ চনত
  • (খ) ১৮২২ চনত
  • (গ) ১৮২৩ চনত
  • (ঘ) ১৮৫০ চনত

উত্তৰ : (গ) ১৮২৩ চনত।

২৩৫। অসমত প্ৰকাশন পৰিষদ প্রতিষ্ঠান কোন চনত প্রতিষ্ঠা হৈছিল—

  • (ক) ১৯৫০ চনত
  • (খ) ১৯৫২ চনত
  • (গ) ১৯৫৮ চনত
  • (ঘ) ১৯৫৬ চনত

উত্তৰ : (গ) ১৯৫৮ চনত।

২৩৬। কিমান চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়—

  • (ক) ১৯৬০ চনত
  • (খ) ১৯৭০ চনত
  • (গ) ১৯৭৪ চনত
  • (ঘ) ১৯৭৫ চনত

উত্তৰ : (গ) ১৯৭৪ চনত।

২৩৭। অসমৰ প্ৰধান শিল্পবিধৰ নাম কি

  • (ক) চাহ
  • (খ) কপাহ
  • (গ) খাৰুৱা তেল
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চাহ।

২৩৮। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথমখন নাটক কি আছিল—

  • (ক) ওমৰ তীৰ্থ
  • (খ) বীণবৰাগী
  • (গ) শকুন্তলা
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (গ) শকুন্তলা।

২৩৯। যতীন্দ্ৰ নাথ দুৱৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল—

  • (ক) শকুন্তলা
  • (খ) বীণবৰাগী
  • (গ) বনফুল
  • (ঘ) মৃত্যুঞ্জয়

উত্তৰ : (খ) বীণবৰাগী

২৪০। প্রথম অসমীয়া আধুনিক নাটকখনৰ নাম কি আছিল?

  • (ক) শকুন্তলা
  • (খ) ৰামনৱমী
  • (গ) মিৰিজীয়ৰী
  • (ঘ) ভানুমতী

উত্তৰ : (খ) ৰামনৱমী।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

২৪১। 'ৰামনৰ্মী’ কোনে ৰচনা কৰিছিল—

  • (ক) আত্মাৰাম শৰ্মা
  • (খ) ভট্টদেৱ
  • (গ) গুণাভিৰাম বৰুৱা
  • (ঘ) ৰমাকান্ত চৌধুৰী

উত্তৰ : (গ) গুণাভিৰাম বৰুৱা।

২৪২। অসমৰ জনজাতীয় জীৱনৰ ওপৰত লিখা প্ৰথমখন উপন্যাসৰ নাম কি আছিল—

  • (ক) মিৰিজীয়ৰী
  • (খ) শকুন্তলা
  • (গ) ৰামনৱমী
  • (ঘ) সুৰভি

উত্তৰ : (ক) মিৰিজীয়ৰী।

২৪৩। লক্ষ্মীনাথ বেজবৰুৱাই কোনখন অসমীয়া গল্প ৰচনা কৰিছিল—

  • (ক) মিৰিজীয়ৰী
  • (খ) সুৰভি
  • (গ) ৰামনৱমী
  • (ঘ) ধর্মপুস্তক।

উত্তৰ : (খ) সুৰভি ।

২৪৪। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমখন কাব্যগ্রন্থৰ নাম কি

  • (ক) বীণবৰাগী
  • (খ) বনকুঁৱৰী
  • (গ) বনফুল
  • (ঘ) মৃত্যুঞ্জয়

উত্তৰ : (গ) বনফুল।

২৪৫। যতীন্দ্ৰ নাথ দুৱৰাই কেতিয়া বনফুল কাব্য ৰচনা কৰিছিল—

  • (ক) ১৯৫০ চনত
  • (খ) ১৯৪৪ চনত
  • (গ) ১৯৫৫ চনত
  • (ঘ) ১৯৬০ চনত

উত্তৰ : (গ) ১৯৫৫ চনত

২৪৬। হৰগোবিন্দ শৰ্মাই লিখা প্রথম শিশু উপন্যাসখনৰ নাম কি আছিল—

  • (ক) মৃত্যুঞ্জয়
  • (গ) বীণবৰাগী
  • (খ) পাতলিপুত্র
  • (ঘ) বনকুঁৱৰী

উত্তৰ : (খ) পাতলিপুত্র।

২৪৭। প্রথম অসমীয়া নাটক বীণবৰাগী কেতিয়া প্রকাশিত হয়—

  • (ক) ১৯৩০ চনত
  • (খ) ১৯২০ চনত
  • (গ) ১৯৩৫ চনত
  • (ঘ) ১৯৪০ চনত

উত্তৰ : (গ) ১৯৩৫ চনত।

২৪৮।১৯৯৫ চনত কোনজন পৰিচালকে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল—

  • (ক) মুনিন বৰুৱা
  • (খ) জাহ্নু বৰুৱা
  • (গ) ড° ভূপেন হাজৰিকা
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (খ) জাহ্নু বৰুৱা।

২৪৯। ২০০৪ চনত নেপথ্য কণ্ঠশিল্পী হিচাপে কাক জনা যায়—

  • (ক) ড° ভূপেন হাজৰিকা
  • (খ) প্ৰতিমা পাণ্ডে বৰুৱা
  • (গ) তৰালি শৰ্মা
  • (ঘ) জয়ন্ত হাজৰিকা

উত্তৰ : (গ) তৰালি শৰ্মা।

২৫০। ১৯৯১ চনৰ শ্ৰেষ্ঠ অভিনেত্রী কোন আছিল—

  • (ক) মৃদুলা বৰুৱা
  • (খ) মলয়া গোস্বামী
  • (গ) চেতনা দাস
  • (ঘ) সীমা বিশ্বাস

উত্তৰ : (খ) মলয়া গোস্বামী।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese