151. 'মানাহ' অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
- (ক)নলবাৰী
- (খ) বৰপেটা
- (গ) কামৰূপ
- (ঘ) গোৱালপাৰা
উত্তৰ : (খ) বৰপেটা.
152. 'নৰনাৰায়ণ সেতু’ অসমৰ কোনখন জিলাত অৱস্থিত?
- (ক) বৰপেটা
- (খ) কামৰূপ
- (গ) ডিব্ৰুগড়
- (ঘ) গোৱালপাৰা
উত্তৰ : (ঘ) গোৱালপাৰা
153. কামৰূপ জিলাৰ লোকসংখ্যা মুঠ জনসংখ্যাৰ কিমান শতাংশ?
- (ক) ৪.৮৭ শতাংশ
- (খ) ৫.০৭ শতাংশ
- (গ) ৫.০৮ শতাংশ
- (ঘ) ৭.০৯ শতাংশ
উত্তৰ : (ক) ৪.৮৭ শতাংশ
153. ভোগেশ্বৰ বৰুৱাই কিমান চনত স্বর্ণপদক লাভ কৰিছিল ?
- (ক)১৯৬০ চনত
- (খ) ১৯৬৬ চনত
- (গ) ১৯৭০ চনত
- (ঘ) ১৯৭৩ চনত
উত্তৰ : (খ) ১৯৬৬ চনত.
155. এছিয়ান গেমছ খেলা প্ৰথমগৰাকী টেনিছ খেলুৱৈ কোন আছিল ?
- (ক)ভোগেশ্বৰ বৰুৱা
- (খ) মনালিছা বৰুৱা
- (গ) বিদ্যুৎ গোস্বামী
- (ঘ) নন্দিনী বৰুৱা
উত্তৰ : (গ) বিদ্যুৎ গোস্বামী
156. অসমৰ কোনগৰাকী খেলুৱৈয়ে ভাৰতীয় টেবুল টেনিছ দলক প্রতিনিধিত্ব কৰিছিল?
- (ক)ভোগেশ্বৰ বৰুৱা
- (খ) নন্দিনী বৰুৱা
- (গ) মনালিছা বৰুৱা
- (ঘ) বিদ্যুৎ গোস্বামী
উত্তৰ : (খ) নন্দিনী বৰুৱা
157. ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিল?
- (ক) মনালিছা বৰুৱা
- (খ) আবু নেচিম আহমেদ
- (গ) সুশান দাস
- (ঘ) মিঠু বৰুৱা
উত্তৰ : (গ) সুশান দাস
158. মিঠু বৰুৱাই কিমান চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্রতিযোগিতাত পদক লাভ কৰিছিল?
- (ক) ১৯৭০ চনত
- (খ) ১৯৭২ চনত
- (গ) ১৯৮৫ চনত
- (ঘ) ১৯৮০ চনত
উত্তৰ : (গ) ১৯৮৫ চনত
159. ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ হৈ কোনে পদক অৰ্জন কৰিছিল?
- (ক) ভোগেশ্বৰ বৰুৱা
- (খ) অভিজিৎ ভট্টাচার্য
- (গ) ফ্রন্সিছ বৰুৱা
- (ঘ) মিঠু বৰুৱা
উত্তৰ : (ঘ) মিঠু বৰুৱা
160. এলভিছ হাজৰিকাই কিমান চনত স্বর্ণপদক লাভ কৰিছিল ?
- (ক) ১৯৯০ চনত
- (খ) ১৯৯২ চনত
- (গ) ১৯৮৪ চনত
- (ঘ) ১৯৯৬ চনত
উত্তৰ : (ঘ) ১৯৯৬ চনত
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇
১৬১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত—
- (ক) কামৰূপ জিলাত
- (খ) গোলাঘাট জিলাত
- (গ) ডিব্ৰুগড় জিলাত
- (ঘ) বৰপেটা জিলাত
উত্তৰ : (খ) গোলাঘাট জিলাত
162. নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত—
- (ক)তেজপুৰ জিলাত
- (খ) শোণিতপুৰ জিলাত
- (গ) তিনিচুকীয়া জিলাত
- (ঘ) বঙাইগাঁও জিলাত
উত্তৰ : (খ) শোণিতপুৰ জিলাত
163. গৰম পানীৰ প্ৰকল্প অসমৰ কোনখন জিলাত অৱস্থিত—
- (ক) শিৱসাগৰ
- (খ) যোৰহাট
- (গ) কাৰ্বি আংলং
- (ঘ) ডিব্ৰুগড়
উত্তৰ : (গ) কাৰ্বি আংলং
164. দীপৰ বিলৰ পক্ষী উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত—
- (ক) কামৰূপত
- (খ) কৰিমগঞ্জত
- (গ) নগাঁৱত
- (ঘ) তেজপুৰত
উত্তৰ : (ক) কামৰূপত
165. ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং বৰ্তমানলৈ সাজি উলিওৱা হৈছে—
- (ক) এখন
- (খ) দুখন
- (গ) পাঁচখন
- (ঘ) ছখন
উত্তৰ: (গ) পাঁচখন
166. পৃথিৱীৰ ক্ষুদ্রতম নদীদ্বীপটো কোনখন ৰাজ্যত অৱস্থিত—
- (ক) পঞ্জাব
- (খ) হাবিয়ানা
- (গ) মেঘালয়
- (ঘ) অসম
উত্তৰ : (ঘ) অসম
167. ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম খাৰুৱা তেল ক’ত উদ্ঘাটন কৰা হয়—
- (ক)অসম
- (খ) হাৰিয়ানা
- (গ) দিল্লী
- (ঘ) কলিকতা
উত্তৰ : (ক) অসম
168. ডিগবৈত থকা তেল শোধনাগাৰ কিমান চনত উদ্ঘাটন কৰা হৈছিল—
- (ক) ১৮৮৭ চনত
- (খ) ১৮৮৯ চনত
- (গ) ১৯০০ চনত
- (ঘ) ১৯২০ চনত
উত্তৰ : (খ) ১৮৮৯ চনত
169. অসমৰ কোনটো তেল শোধনাগাৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ--
- (ক) নুনমাটি
- (খ) বঙাইগাঁও
- (গ) ডিগবৈ
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (গ) ডিগবৈ
170. পেট্র লিয়াম আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ স্থান কিমান?
- (ক) দ্বিতীয়
- (খ) প্রথম
- (গ) তৃতীয়
- (ঘ) পঞ্চম
উত্তৰ : (গ) তৃতীয়
Assam History GK in Assamese
171. অসমৰ বাণিজ্যৰ ৰপ্তানিৰ প্ৰধান উৎস হিচাপে কোনবিধক কোৱা যায়?
- (ক)ঘেঁহু
- (খ) ধান
- (গ) চাহ
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (গ) চাহ
172. পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰ ক’ত অৱস্থিত—
- (ক) অসম
- (খ) দিল্লী
- (গ) কলিকতা
- (ঘ) বোম্বাই
উত্তৰ : (ক) অসম
173. অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক কৃষিজীৱী—
- (ক) ৩০ শতাংশ
- (খ) ৫০ শতাংশ
- (গ) ৭০ শতাংশ
- (ঘ) ৪০ শতাংশ
উত্তৰ : (গ) ৭০ শতাংশ
174. ভাৰতবৰ্ষই কোনখন ৰাজ্যই পৃথিৱীৰ ভিতৰতে সর্বাধিক মুগা সূতা উৎপাদনত গৌৰৱ কঢ়িয়াই আনিছে—
- (ক)পঞ্জাব
- (খ) অসম
- (গ) চেন্নাই
- (ঘ) কেৰালা
উত্তৰ : (খ) অসম
175. কোনজন নেতাই অসমীয়া শিপিনীসকলৰ হাতেবোৱা কাপোৰৰ ওপৰত মন্তব্য দিছিল—
- (ক)জৱাহৰলাল নেহৰু
- (খ) মহাত্মা গান্ধী
- (গ) ইন্দিৰা গান্ধী
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (খ) মহাত্মা গান্ধী
176. অসমৰ বাসিন্দাসকলক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি—
- (ক) দুটা
- (খ) চাৰিটা
- (গ) তিনিটা
- (ঘ) পাঁচটা
উত্তৰঃ (গ) তিনিটা
177. কাৰ তত্ত্বাবধানত অসমৰ বয়ন শিল্পৰ নিদর্শন গঢ়ি উঠিছিল—
- (ক) মহাপুৰুষ মাধৱদেৱ
- (খ) শ্ৰীমন্ত শংকৰদেৱ
- (গ) মহাত্মা গান্ধী
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (খ) শ্ৰীমন্ত শংকৰদেৱ
178. আহোম ৰজাৰ সমাধিসকলক কি জনা যায়—
- (ক) মৈদাম
- (খ) পঞ্চভূমি
- (গ) পিৰামিড
- (ঘ) তিনিটাৰ এটা শুদ্ধ
উত্তৰ : (ক) মৈদাম
179. পৃথিৱীৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোনখন চহৰত অৱস্থিত –
- (ক) শিৱসাগৰ
- (খ) কোকৰাঝাৰ
- (গ) নগাঁও
- (ঘ) যোৰহাট
উত্তৰ : (ঘ) যোৰহাট
180. চাহপাতৰ ৰাজধানী হিচাপে অসমৰ কোনখন চহৰক জনা যায়—
- (ক) নলবাৰী
- (খ) তেজপুৰ
- (গ) শিৱসাগৰ
- (ঘ) যোৰহাট
উত্তৰ : (ঘ) যোৰহাট
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇
181. ২০১১ চনৰ লোকপিয়লমতে কোনখন জিলাৰ জনবসতি অতি ঘন—
- (ক) কামৰূপ
- (খ) নগাঁও
- (গ) ধুবুৰী
- (ঘ) কাছাৰ
উত্তৰ : (খ) নগাঁও
182. উত্তৰ-পূব ভাৰতৰ প্ৰথম প্ৰৱেশ পথ বুলি কোনখন ঠাইক জনা যায়—
- (ক)তেজপুৰ
- (খ) ডিব্ৰুগড়
- (গ) নগাঁও
- (ঘ) গুৱাহাটী
উত্তর: (ঘ) গুৱাহাটী
183. অসমৰ স্কটলেও বুলি কোনখন জিলাক জনা যায়—
- (ক)কাছাৰ
- (খ) কৰিমগঞ্জ
- (গ) হাফলং
- (ঘ) ডিব্ৰুগড়
উত্তৰ : (গ) হাফলং
184. অসমৰ তৈল নগৰ হিচাপে কোনখন চহৰক জনা যায়—
- (ক)গুৱাহাটী
- (খ) ডিগবৈ
- (গ) মৰাণ
- (ঘ) লখিমপুৰ
উত্তৰ : (খ) ডিগবৈ
185. অসমৰ ৰোমাণ্টিক চহৰ হিচাপে কোনখন চহৰক জনা যায়—
- (ক) উত্তৰ লখিমপুৰ
- (খ) তেজপুৰ
- (গ) মৰাণ
- (ঘ) শিৱসাগৰ
উত্তৰ : (খ) তেজপুৰ
186. অসমৰ নৱদ্বীপ হিচাপে কোনখন চহৰক জনা যায়—
- (ক)যোৰহাট
- (খ) শিৱসাগৰ
- (গ) নলবাৰী
- (ঘ) গুৱাহাটী
উত্তৰ : (গ) নলবাৰী
187. অসমৰ পুৰণি তেল শোধনাগাৰ কোনটো—
- (ক) ডিগবৈ
- (খ) নুনমাটি
- (গ) মাৰ্ঘেৰিটা
- (ঘ) লিডু
উত্তৰ : (গ) মাৰ্ঘেৰিটা
188. হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত অসমৰ জিলাখনৰ নাম কি
- (ক) নলবাৰী
- (খ) বৰপেটা
- (গ) হাজো
- (ঘ) শিৱসাগৰ
উত্তৰ : (খ) বৰপেটা
189. অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ কোনটো—
- (ক) জয়দ’ল
- (খ) শিৱদ’ল
- (গ) জয়সাগৰ
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) শিৱদ’ল
190. অসমৰ পিৰামিড হিচাপে কোনটো মৈদামক জনা যায়—
- (ক) চৰাইদেউ মৈদাম
- (খ) শিৱসাগৰ
- (গ) নাজিৰা
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (ক)চৰাইদেউ মৈদাম
Assam History GK in Assamese
191. মদন কামদেৱৰ আন এটা নাম কি
- (ক)পিৰামিড
- (খ) অসমৰ খাজুৰাহো
- (গ) নাজিৰা
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) অসমৰ খাজুৰাহো
192. অসমৰ কোনখন চহৰক আহোমসকলৰ ৰাজধানী হিচাপে জনা যায়—
- (ক)তেজপুৰ
- (খ) নগাঁও
- (গ) শিৱসাগৰ
- (ঘ) মাৰ্ঘেৰিটা
উত্তৰ : (গ) শিৱসাগৰ
193. প্রথম শিশু উপন্যাসখন কোনে ৰচনা কৰিছিল—
- (ক) চন্দ্ৰ কুমাৰ আগৰৱালা
- (খ) ড° বাণীকান্ত কাকতি
- (গ) হৰগোবিন্দ শৰ্মা
- (ঘ) যতীন্দ্ৰ নাথ দুৱৰা
উত্তৰ : (গ) হৰগোবিন্দ শর্মা
194. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল—
- (ক) বীণবৰাগী
- (খ) মৃত্যুঞ্জয়
- (গ) বনফুল
- (ঘ) বনকুঁৱৰী
উত্তৰ : (খ) মৃত্যুঞ্জয়
195. যতীন্দ্ৰ নাথ দুৱৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা কৰিছিল—
- (ক) বীণবৰাগী
- (খ) বনফুল
- (গ) মৃত্যুঞ্জয়
- (ঘ) পাতালপুৰী
উত্তৰ : (খ) বনফুল
196. ভুৱনেশ্বৰী মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত—
- (ক) সূৰ্য পাহাৰ
- (খ) নীলাচল পাহাৰ
- (গ) ৰাণী পাহাৰ
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (খ) নীলাচল পাহাৰ
197. অসমৰ কোনখন জিলাত দৌল উৎসৱ ডাঙৰকৈ উদযাপন কৰা হয়—
- (ক) নলবাৰী
- (খ) বৰপেটা
- (গ) কোকৰাঝাৰ
- (ঘ) বঙাইগাঁও
উত্তৰ : (খ) বৰপেটা
198. অসমৰ পঞ্চতীর্থ হিচাপে কোনখন চহৰক জনা যায়—
- (ক) গুৱাহাটী
- (খ) শিৱসাগৰ
- (গ) নাজিৰা
- (ঘ) মাৰ্ঘেৰিটা
উত্তৰ : গুৱাহাটী
199. অসমৰ সত্ৰনগৰী হিচাপে কোনখন জিলাক জনা যায়—
- (ক) নলবাৰী
- (খ) বৰপেটা
- (গ) কামৰূপ
- (ঘ) নগাঁও
উত্তৰ : (খ) বৰপেটা
200. হাতী দাঁত আৰু কাঠৰ শিল্পৰ বাবে কোনখন চহৰ বিখ্যাত—
- (ক) শিৱসাগৰ
- (খ) সৰ্থেবাৰী
- (গ) নগাঁও
- (ঘ) বৰপেটা
উত্তৰ : (ঘ) বৰপেটা
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇