1000+ Assam History GK in Assamese //অসম ইতিহাস জি কে// A to Z Question Answers

Popup Iframe Example

101. 'অসম' শব্দটোৰ উৎপত্তি হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) সংস্কৃত শব্দ
  • (খ) হিন্দু শব্দ
  • (গ) লেটিন শব্দ
  • (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : (ক) সংস্কৃত শব্দ।

102. শৰাইঘাটৰ ৰণ’ কিমান চনত সংঘটিত হৈছিল?

  • (ক) ১৬৭০ চনত
  • (খ) ১৬৮০ চনত
  • (গ) ১৬৭১ চনত
  • (ঘ) ১৬৭৬ চনত

উত্তৰ : (গ) ১৬৭১ চনত।

103. অসমত কিমান চনত ইয়াণ্ডাবু সন্ধি’ স্থাপন কৰা হৈছিল?

  • (ক) ১৮২০ চনৰ ৩ জানুৱাৰী
  • (খ) ১৮২৮ চনৰ ১০ জানুৱাৰী
  • (গ) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী
  • (ঘ) ১৮২৯ চনৰ ৩০ মার্চ

উত্তৰ : (গ) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী।

104. অসমত কিমান চনত মানৰ প্ৰথম আক্ৰমণ হৈছিল?

  • (ক) ১৮১২ চনত
  • (খ) ১৮১৬ চনত
  • (গ) ১৮২০ চনত
  • (ঘ) ১৮২২ চনত

উত্তৰ : (খ) ১৮১৬ চনত।

105. কিমান চনত অসমত মানৰ দ্বিতীয় আক্রমণ হৈছিল?

  • (ক) ১৮১৩ চনত
  • (খ) ১৮১৯ চনত
  • (গ) ১৮২২ চনত
  • (ঘ) ১৮১৯ চনত

উত্তৰ : (খ) ১৮১৯ চনত।

107. কিমান চনত মোৱামৰীয়াসকলৰ দ্বিতীয় যুদ্ধ হৈছিল?

  • (ক) ১৭৮০ চনত
  • (খ) ১৭৮২ চনত
  • (গ) ১৮৮৬ চনত
  • (ঘ) ১৮৯০ চনত

উত্তৰ : (খ) ১৭৮২ চনত।

108. মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল?

  • (ক) ১৬৬০ চনত
  • (খ) ১৬৬২ চনত
  • (গ) ১৬৬৫ চনত
  • (ঘ) ১৬৭০ চনত

উত্তৰ : (খ) ১৬৬২ চনত।

109. কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল?

  • (ক) ১৫৩৯ চনত
  • (খ) ১৫৪৩ চনত
  • (গ) ১৫৪৫ চনত
  • (ঘ) ১৫৫০ চনত

উত্তৰ : (ক) ১৫৩৯ চনত।

Assam History GK in Assamese

110. কিমান চনত খেন বংশৰ প্ৰতিষ্ঠা হৈছিল?

  • (ক) ১৪২০ চনত
  • (খ) ১৪৪০ চনত
  • (গ) ১৪৬০ চনত
  • (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : (খ) ১৪৪০ চনত।

111. কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল?

  • (ক) ১৯৪০ চনত
  • (খ) ১৯৪৩ চনত
  • (গ) ১৯৪৫ চনত
  • (ঘ) ১৯৪৭ চনত

উত্তৰ : (খ) ১৯৪৩ চনত।

112.  'অৰুনোদই’ সংবাদ পত্ৰ কিমান চনত প্ৰকাশ কৰা হৈছিল?

  • (ক) ১৮৪২ চনত ২ ডিচেম্বৰ
  • (খ) ১৮৪৬ চনৰ ১ জানুৱাৰী
  • (গ) ১৮৪৮ চনৰ ৪ ফেব্ৰুৱাৰী
  • (ঘ) ওপৰৰ এটাও শুদ্ধ উত্তৰ নহয়

উত্তৰ : (খ) ১৮৪৬ চনৰ ১ জানুৱাৰী।

113. মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল।

  • (ক) ১৮৫০ চনত
  • (খ) ১৮৫৬ চনত
  • (গ) ১৮৫৮ চনত
  • (ঘ) ১৮৬২ চনত

উত্তৰ : (গ) ১৮৫৮ চনত।

114. কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হয়?

  • (ক) ১৮৭০ চনত
  • (খ) ১৮৭৪ চনত
  • (গ) ১৮৭৯ চনত
  • (ঘ) ১৮৮২ চনত

উত্তৰ : (খ) ১৮৭৪ চনত।

115. কেতিয়াৰ পৰা অসমত অসহযোগ আন্দোলনৰ আৰম্ভণি হৈছিল ?

  • (ক) ১৯০৭ চনত
  • (খ) ১৯০৮ চনত
  • (গ) ১৯২১ চনত
  • (ঘ) ১৯২০ চনত

উত্তৰ : (গ) ১৯২১ চনত

116. কেতিয়াৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল?

  • (ক) ১৮৭১ চনত
  • (খ) ১৮৭৪ চনত
  • (গ) ১৮৭৩ চনত
  • (ঘ) ১৮৭৭ চনত

উত্তৰ : (গ) ১৮৭৩ চনত।

117.  অসমত সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল?

  • (ক) ১৯১৫ চনত
  • (খ) ১৯১৭ চনত
  • (গ) ১৯২০ চনত
  • (ঘ) ১৯২২ চনত

উত্তৰ : (খ) ১৯১৭ চনত।

118. কিমান চনত অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছিল?

  • (ক) ১৯৭০ চনত
  • (খ) ১৯৭২ চনত
  • (গ) ১৯৭৯ চনত
  • (ঘ) ১৯৪২ চনত

উত্তৰ : (গ) ১৯৭৯ চনত।

119. শৰাইঘাটৰ যুদ্ধত যোগলৰ সেনাপতি আছিল?

  • (ক) ৰামসিংহ
  • (খ) বীৰসিংহ
  • (গ) প্রতাপ সিংহ
  • (ঘ) নৰসিংহ

উত্তৰ : (ক) ৰামসিংহ।

120. শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল?

  • (ক) লাচিত বৰফুকন
  • (খ) ৰামসিংহ
  • (গ) বীৰসিংহ
  • (ঘ) পানীফুকন

উত্তৰ : (ক) লাচিত বৰফুকন।

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

Assam History GK in Assamese

👇👇Check it 👇👇

121. আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি আছিল?

  • (ক) চোলোং ঘৰ
  • (খ) চং ঘৰ
  • (গ) সচং ঘৰ
  • (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : (ক) চোলোং ঘৰ।

122. তলৰ কোনজন পীৰ মোগল সেনাপতি ৰামসিংহৰ লগত অহা নাছিল?

  • (ক) শ্বাহ আকবৰ
  • (খ) শ্বাহ বঁচামাৰ
  • (গ) শ্বাহ চাৰণ
  • (ঘ) শ্বাহ মিৰান

উত্তৰ : (ঘ) শ্বাহ মিৰান।

123. শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্রাট কোন আছিল?

  • (ক) ঔৰংগজেৱ
  • (খ) বাবৰ
  • (গ) জাহাংগীৰ
  • (ঘ) আকবৰ

উত্তৰ : (ক) ঔৰংগজেৱ।

124. এৰী, মুগা আৰু পাটৰ কাপোৰ অসমৰ কোনখন জিলাত উৎপাদন হয়?

  • (ক) নলবাৰী
  • (খ) কামৰূপ জিলাৰ (শুৱালকুছি)
  • (গ) বৰপেটা
  • (ঘ) নগাঁও

উত্তৰ : (খ) কামৰূপ জিলাৰ (শুৱালকুছি)।

125. অসমত কপাহ উৎপাদন হোৱা ঠাইখন কি আছিল?

  • (ক) গাৰো পাহাৰ
  • (খ) কাৰ্বি পাহাৰ
  • (গ) মিকিৰ পাহাৰ
  • (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ-ঃ (গ) মিকিৰ পাহাৰ।

126. পিতলৰ বাচন ক'ত তৈয়াৰ কৰা হয়?

  • (ক) হাজো
  • (খ) সৰ্থেবাৰী
  • (গ) বৰপেটা
  • (ঘ) বঙাইগাঁও

উত্তৰ : (ক) হাজো।

127. কাঁহৰ বাচন অসমৰ ক'ত তৈয়াৰ কৰা হয়?

  • (ক) শুৱালকুছি
  • (খ) সৰ্থেবাৰী
  • (গ) হাজো
  • (ঘ) টিহু

উত্তৰ : (খ) সৰ্থেবাৰী।

128. হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি?

  • (ক) নলবাৰী
  • (খ) টিহু
  • (গ) বৰপেটা
  • (ঘ) হাজো

উত্তৰ : (গ) বৰপেটা।

129. অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰনাম কি?

  • (ক) নলবাৰী
  • (খ) কামৰূপ
  • (গ) বৰপেটা
  • (ঘ) হাজো

উত্তৰ : (ক) নলবাৰী।

130. কেতিয়াৰ পৰা অসমত চাহ খেতি আৰম্ভ হয়?

  • (ক) ১৮২০-২১ চনত
  • (খ) ১৮২২-২৩ চনত
  • (গ) ১৮৩০-৩৪ চনত
  • (ঘ) ১৯২৫-২৭ চনত

উত্তৰ : (খ) ১৮২২-২৩ চনত

Assam History GK in Assamese

131. অসমৰ তামৰ আকৰ কত পোৱা যায়?

  • (ক) ধুবুৰী
  • (খ) নগাঁও
  • (গ) বৰপেটা
  • (ঘ) সৰ্থেবাৰী

উত্তৰ : (ক) ধুবুৰী।

132. কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয় ?

  • (ক) ১৯৭০ চনত
  • (খ) ১৯৭৩ চনত
  • (গ) ১৯৭৪ চনত
  • (ঘ) ১৯৮০ চনত

উত্তৰ: (খ) ১৯৭৩ চনত

133.  'আসাম বিলাসিনী’ সংবাদপত্ৰখন কিমান চনত প্রকাশিত হৈছিল?

  • (ক) ১৮৬৫ চনত
  • (খ) ১৮৭১ চনত
  • (গ) ১৮৭৭ চনত
  • (ঘ) ১৮৮৯ চনত

উত্তৰঃ (খ) ১৮৭১ চনত।

134. কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল ?

  • (ক) ১৯৬১ চনত
  • (খ) ১৯৬৬ চনত
  • (গ) ১৯৬৮ চনত
  • (ঘ) ১৯৭০ চনত

উত্তৰঃ (ক) ১৯৬১ চনত।

135. পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি?

  • (ক) দুটা
  • (খ) তিনিটা
  • (গ) চাৰিটা
  • (ঘ) ছটা

উত্তৰ : (গ) চাৰিটা।

136. কিমান চনত ইংৰাজসকল অসমলৈ আহিছিল?

  • (ক) ১৭৬০ চনত
  • (খ) ১৭৬৫ চনত
  • (গ) ১৭৭০ চনত
  • (ঘ) ১৭২২ চনত

উত্তৰ: (খ) ১৭৬৫ চনত

137. কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়?

  • (ক) ১৫০৫ চনত
  • (খ) ১৫০২ চনত
  • (গ) ১৫১৫ চনত
  • (ঘ) ১৫২০ চনত

উত্তৰ : (গ) ১৫১৫ চনত

138. অসমৰ বুৰঞ্জীত 'ভগা ৰজা' হিচাপে কোনজন ৰজাক জনা যায়?

  • (ক) চুৰামফা
  • (খ) চুহুংমুং
  • (গ) চনিফা
  • (ঘ) চুকাফা

উত্তৰ : (ক) চুৰামফা।

139. অসমৰ বুৰঞ্জীত কোনজন ৰজাক ‘খোৰা ৰজা’ হিচাপে জনা যায়?

  • (ক) চুৰামফা
  • (খ) চুচেংফা
  • (গ) চুক্লেনমুং
  • (ঘ) চুজাংফা

উত্তৰ: (ক) চুৰামফা।

140. অসমৰ ইতিহাসত আহোম ৰজা চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল?

  • (ক) ১২৬৮-১২৮১ খ্রীষ্টাব্দ
  • (খ) ১২২৮-১২৬৮ খ্রীষ্টাব্দ
  • (গ) ১২৮১-১২৯৩ খ্রীষ্টাব্দ
  • (ঘ) ১২২০-১২৪৫ খ্রীষ্টাব্দ

উত্তৰ : (খ) ১২২৮-১২৬৮ খ্রীষ্টাব্দ

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

Assam History GK in Assamese

👇👇Check it 👇👇

141. কিমন চনত ব্রিটিছসকলে নামনি অসম অধিকাৰ কৰে?

  • (ক) ১৮০৫ খ্রীষ্টাব্দ
  • (খ) ১৮২০ খ্রীষ্টাব্দ
  • (গ) ১৮২৪ খ্রীষ্টাব্দ
  • (ঘ) ১৮২৬ খ্রীষ্টাব্দ

উত্তৰ : (গ) ১৮২৪ খ্রীষ্টাব্দ

142. ‘ল’ৰাৰ্জা’ হিচাপে অসমৰ বুৰঞ্জীত কোনজন ৰজাক জনা যায় ?

  • (ক) চুতানফা
  • (খ) চুলিকফা
  • (গ) চুজিনফা
  • (ঘ) চুডাংফা

উত্তৰ : (খ) চুলিকফা।

143. কিমান চনত 'জোনাকী' আলোচনীখন প্রকাশ পায়?

  • (ক) ১৮৮৭ চনত
  • (খ) ১৮৮৯ চনত
  • (গ) ১৮৮২ চনত
  • (ঘ) ১৮৯৬ চনত

উত্তৰ : (খ) ১৮৮৯ চনত।

144. ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?

  • (ক) মোগলৰ লগত
  • (খ) আহোমৰ লগত
  • (গ) মোগল আৰু আহোমৰ লগত
  • (ঘ) ওপৰৰ এটাও উত্তৰ শুদ্ধ নহয়

উত্তৰ : (গ) মোগল আৰু আহোমৰ লগত।

145. ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ কিমান শতাংশ শিক্ষিত লোক আছিল?

  • (ক) ৭৩.১৮ শতাংশ
  • (খ) ৭০.১০ শতাংশ
  • (গ) ৭০.০৫ শতাংশ
  • (ঘ) ৭০.০২ শতাংশ

উত্তৰ : (ক) ৭৩.১৮ শতাংশ।

146. বৰ্তমান অসমৰ মুঠ জিলা কিমানখন?

  • (ক) ৩০ খন
  • (খ) ২০ খন
  • (গ) ৩৩ খন
  • (ঘ) ৪০ খন

উত্তৰ : (গ) ৩৩ হন।

147.   অসমৰ মহিলাৰ পৰম্পৰাগত সাজপাৰ কি?

  • (ক) শাড়ী
  • () মেখেলা-চাদৰ
  • () চুৰিদাৰ
  • () ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ : () মেখেলা-চাদৰ

148. পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো?

  • (ক) মাজুলী
  • () শ্রীলংকা
  • () আন্দামান
  • () ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ :  (ক) মাজুলী

149. কোকৰাঝাৰ জিলাত থকা তাপবিদ্যুৎ কেন্দ্ৰটোৰ নাম কি?

  • (ক) চালেকাটি
  • () নামদাং
  • () মানকাছৰ
  • () ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰ :  (ক) চালেকাটি

150. বঙাইগাঁও জিলাৰ জনসংখ্যা অসমৰ জনসংখ্যাৰ কিমান শতাংশ?

  • (ক) ২.৩৫ শতাংশ
  • () .২০ শতাংশ
  • () .১০ শতাংশ
  • () .০৯ শতাংশ

উত্তৰ :  ২.৩৫ শতাংশ

Assam History GK in Assamese

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

Assam History GK in Assamese

👇👇Check it 👇👇

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese