51. বৰ্তমান ভাৰতত অৱস্থিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি আছিল?
- (ক) ল'থাল
- (খ) ধোলাবিৰা
- (গ) কুণ্টাছি
- (ঘ) কালিবঙ্খান
52. সিন্ধু সভ্যতাৰ স্ৰষ্টা আছিল?
- (ক) আৰ্যসকল
- (খ) চুমেৰিয়সকল
- (গ) অষ্ট্ৰলইডসকল
- (ঘ) দ্রাবিদিয়ানসকল
53. বুদ্ধদেৱে প্ৰথমে ক’ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল?
- (ক) গয়া
- (খ) ৰাজগ্ৰীহ
- (গ) পাতলীপুত্র
- (ঘ) সাৰনাথ
54. কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
- (ক) পুষ্যবর্মন
- (গ) বলবর্মন
- (খ) সমুদ্রবর্মন
- (ঘ) ভাস্কৰবৰ্মন
55. চীনা পরিব্রাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা আছিল—
- (ক) ভাস্কৰবৰ্মন
- (খ) মহেন্দ্ৰবর্মন
- (গ) স্থিতবর্মন
- (ঘ) কল্যাণবর্মন
56. কামৰূপৰ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হর্ষবর্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল?
- ক) শশাংক
- (খ) হংসবেগ
- (গ) গ্রহবর্মন
- (ঘ) দেৱগুপ্ত
57. গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল?
- (ক) প্ৰাগজ্যোতিষপুৰ
- (খ) কামৰূপ নগৰ
- (গ) কর্ণসুবর্ণ
- (ঘ) কমতাপুৰ
58. বৰ্মন বংশৰ কোনগৰাকী ৰাজকুঁৱৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল ?
- (ক) ৰাজ্যমতী
- (খ) ভানুমতী
- (গ) অমৃতপ্রভা
- (ঘ) ইন্দুমতী
59. হর্ষচৰিতৰ লেখক কোন আছিল ?
- (ক) বাণভট্ট
- (খ) কালিদাস
- (গ) বিশাখাদত্ত
- (ঘ) কৌটিল্য
60. বিশাখাদত্ত ৰচিত নাটকখন কি?
- (ক) ৰঘুবংশ
- (খ) কুমাৰহৰণ
- (গ) মুদ্ৰাৰাক্ষস
- (ঘ) মেঘদূত
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇
61. ৰাজতৰংগিনীৰ ৰচক কোন?
- (ক) কৌটিল্য
- (খ) কলহন
- (গ) বাণভট্ট
- (ঘ) চৰক
62. বৈদৰ গড় কোনে নির্মাণ কৰিছিল?
- (ক) বল্লভদেৱ
- (খ) ত্যিংগদেৱ
- (গ) বৈদ্যদেৱ
- (ঘ) পৃথু
63. বংগৰ শাসন কর্তা মহম্মদ বিন বখতিয়াৰ খিলিজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোনআছিল?
- (ক) পৃথু
- (খ) সমুদ্রবর্মন
- (গ) সন্ধ্যা
- (ঘ) বৈদ্যদেৱ
64. বর্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল?
- (ক) ৰুদ্ৰসিংহ
- (খ) প্রমত্তসিংহ
- (গ) ৰাজেশ্বৰসিংহ
- (ঘ) শিৱসিংহ
65. অসমৰ আটাইতকৈ ওখ দৌল কোনটো ?
- (ক) শিৱদৌল
- (খ) দেৱীদৌল
- (গ) বিষ্ণুদৌল
66. আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল?
- (ক) চন্দ্ৰকান্ত সিংহ
- (খ) পুৰন্দৰ সিংহ
- (গ) যোগেশ্বৰ সিংহ
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
67. মানে প্রথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল ?
- (ক) চুকাফা
- (খ) প্রতাপ সিংহ
- (গ) শিৱ সিংহ
- (ঘ) চন্দ্ৰকান্ত সিংহ
68. ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
- (ক) ১৮২৬
- (খ) ১৮২৮
- (গ) ১৮২০
- (ঘ) ১৮২৪
69. মাইবাং চহৰ কোনখন নদীৰ পাৰত অৱস্থিত?
- (ক) বুঢ়ীদিহিং
- (খ) দিচাং
- (গ) দেখৌ
- (ঘ) মাহুৰ
70. আহোম বংশৰ শেষৰজন ৰজা কোন আছিল?
- (ক) চন্দ্ৰকান্ত সিংহ
- (খ) পুৰন্দৰ সিংহ
- (গ) গৌৰীনাথ সিংহ
- (ঘ) উদয়াদিত্য সিংহ
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
71. শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?
- (ক) ১৬৭০ চনত
- (খ) ১৬৭১ চনত
- (গ) ১৬৭২ চনত
- (ঘ) ১৫৭১ চনত
72. অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল?
- (ক) ১৯১৫ চনত
- (খ) ১৯২৫ চনত
- (গ) ১৯১৬ চনত
- (ঘ) ১৯২৬ চনত
73. পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ?
- (ক) তৰুণৰাম ফুকন
- (খ) নবীন চন্দ্ৰ বৰদলৈ
- (গ) শ্রীনিবাস আয়েংগাৰ
- (ঘ) অৰবিন্দ ঘোষ
74. স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্রথমজন মহিলা কোন আছিল?
- (ক) কনকলতা
- (খ) ভোগেশ্বৰী
- (গ) মুংগ্ৰী
- (ঘ) পুষ্পলতা দাস
75. কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে?
- (ক) ১২২০ চনত
- (খ) ১২২৮ চনত
- (গ) ১২৩২ চনত
- (ঘ) ১২৪০ চনত
76. অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল?
- (ক) টাইসকলে
- (খ) মোগলসকলে
- (গ) কোচসকলে
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
77. কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
- (ক) স্বৰ্গদেউ লক্ষ্মীসিংহ
- (খ) চুহুংমুং
- (গ) চুকাফা
- (ঘ) প্রমত্ত সিংহ
78. আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল ?
- (ক) বৰ্মন বংশৰ ৰজা
- (খ) কোচ ৰজা
- (গ) স্বৰ্গদেউসকল
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
79. শ্বিলং কেতিয়াৰ পৰা অসমৰ ৰাজধানী হয়?
- (ক) ১৮৫০ চনত
- (খ) ১৮৫৬ চনত
- (গ) ১৮৭৪ চনত
- (ঘ) ১৮৭০ চনত
80. অসমলৈ মানসকলক কোনে আনিছিল?
- (ক) লচিত বৰফুকনে
- (খ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই
- (গ) বদন বৰফুকনে
- (ঘ) গদাধৰ সিংহই
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇
81. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?
- (ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ
- (খ) চুকাফা
- (গ) স্বৰ্গদেউ প্রমত্ত সিংহ
- (ঘ) স্বৰ্গদেউ ৰুদ্ৰসিংহ
82. নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল?
- (ক) স্বৰ্গদেউ প্রতাপ সিংহ
- (খ) মহাৰাজ ৰুদ্ৰসিংহ
- (গ) লক্ষ্মীসিংহ
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
83. অশ্বক্রান্ত আৰু দীঘ্ৰেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল?
- (ক) স্বৰ্গদেউ শিৱসিংহ
- (খ) গদাধৰ সিংহ
- (গ) ৰত্নধ্বজ সিংহ
- (ঘ) চক্ৰধ্বজ সিংহ
84. দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় ?
- (ক) চুকাফা
- (খ) নৰনাৰায়ণ
- (গ) চুলিকফা
- (ঘ) চুহুংমুং
85. হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?
- (ক) চুলিকফা
- (খ) শিৱসিংহ
- (গ) চুহুংমুং
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
86. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি?
- (ক) চুহুংমুং
- (খ) ৰত্নধ্বজ সিংহ
- (গ) শিৱসিংহ
- (ঘ) ওপৰৰ এটা শুদ্ধ নহয়
87. কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰিছিল ?
- (ক) লাইকোঁৱৰ
- (খ) গোমধৰ কোঁৱৰ
- (গ) ৰাজেশ্বৰ সিংহ
- (ঘ) ৰুদ্ৰ সিংহ
88. অসমীয়া বুৰঞ্জীত ল’ৰাৰজা হিচাপে কাক জনা যায়?
- (ক) চুকাফা
- (গ) চুহুংমুং
- (খ) ৰত্নধ্বজ সিংহ
- (ঘ) নৰনাৰায়ণ
89. ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?
- (ক) শিৱসিংহ
- (খ) ৰাজেশ্বৰ সিংহ
- (গ) গদাধৰ সিংহ
- (ঘ) ৰুদ্ৰ সিংহ
90. শিৱসাগৰৰ শিৱদ'ল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল?
- (ক) প্রমত্ত সিংহ
- (খ) লক্ষ্মী সিংহ
- (গ) ৰুদ্ৰ সিংহ
- (ঘ) শিৱ সিংহ
Assam History GK in Assamese
91. বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
- (ক) নৰনাৰায়ণ
- (গ) শিৱসিংহ
- (খ) ৰুদ্ৰসিংহ
- (ঘ) কুমাৰ ভাস্কৰ বৰ্মন
92. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?
- (ক) উদয়াধিত্ব সিংহৰ
- (গ) চক্ৰধ্বজ সিংহ
- (খ) ৰাজেশ্বৰ সিংহ
- (ঘ) ৰত্নধ্বজ সিংহ
93. কাৰ দিনত চীনা পরিব্রাজক হিউবেন চাং অসমলৈ আহিছিল?
- (ক) চুকাফা
- (খ) শিৱসিংহ
- (গ) চুহুংমুং
- (ঘ) কুমাৰ ভাস্কৰ বৰ্মন
94. মুছলমানে কেতিয়া প্রথমে অসম আক্রমণ কৰিছিল ?
- (ক) ১২০২ চনত
- (খ) ১২০৬ চনত
- (গ) ১২১২ চনত
- (ঘ) ১২০৯ চনত
95. কাৰ দিনত মুছলমানসকলে শেষ আক্রমণ কৰিছিল?
- (ক) ৰত্নধ্বজ সিংহ
- (খ) গদাধৰ সিংহ
- (গ) শিৱসিংহ
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
96. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
- (ক) ১৯৮০ চনৰ ২ অক্টোবৰত
- (খ) ১৯৮৫ চনৰ ১৫ আগষ্টত
- (গ) ১৯৮৩ চনৰ ৩ আগষ্টত
- (ঘ) ১৯৭০ চনৰ ৫ আগষ্টত
97. আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?
- (ক) দুশ বছৰ
- (খ) পাঁচশ বছৰ
- (গ) ছশ বছৰ
- (ঘ) আঠশ বছৰ
98. অসমৰ মাটিৰ জৰীপ কাৰ্য কোনে প্রথমে প্ৰৱৰ্তনকৰিছিল?
- (ক) চুকাফা
- (খ) চুহুংমুং
- (গ) গদাধৰ সিংহ
- (ঘ) কুমাৰ ভাস্কৰ বৰ্মন
99. ‘চিলাৰাই’ উপাধি কোনজন কোচ সেনপতিক প্রদান কৰা হৈছিল ?
- (ক) নৰনাৰায়ণ
- (খ) চুকাফা
- (গ) শুক্লধ্বজ
- (ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
100. শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
- (ক) আহোম আৰু মোগলৰ মাজত
- (খ) কোচ আৰু আহোমসকলৰ মাজত
- (গ) পাল বংশ আৰু চুতীয়া বংশৰ মাজত
- (ঘ) ওপৰৰ এটাও উত্তৰ শুদ্ধ নহয়
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇