Assam History GK in Assamese (অসম বুৰঞ্জী)
1000+ Assam History GK in Assamese Most Exam Related Question Answers- Assam History GK or Assamese GK is one of the most important topics for many competitive exams. Especially state-based exams like APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labour Department of Assam, PNRD, SSC, IBPS, ADRE, Railways, UPSC and other central & state government exams.
We have prepared a set of MCQ on Assam GK which is going to be very useful for various competitive examinations. In this MCQ, there are four options for each question, choice one is the correct answer. Read this quiz to your general awareness on Assam GK.
Assam History GK in Assamese (অসম বুৰঞ্জী)
বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে Assam History GK (অসম ইতিহাস জি কে) অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ ৰাজ্যভিত্তিক পৰীক্ষা যেনে APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labor Department of Assam, PNRD, SSC, IBPS, ADRE, Railways, UPSC আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰীক্ষা।
আমি Assam GK ৰ ওপৰত MCQ ৰ এটা ছেট প্ৰস্তুত কৰিছো যিটো বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি উপযোগী হ'বলৈ গৈ আছে। এই MCQ ত প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটা বিকল্প আছে, পছন্দ এটাই শুদ্ধ উত্তৰ। Assam GK ত আপোনাৰ সাধাৰণ সজাগতালৈ পঢ়ক এই কুইজ।
Assam History GK Question Answer
Assam History GK এই সকলো MCQ আমি অসম ইয়েৰ বুক,২০২৪ (Assam Year book, 2024) কিতাপ খনৰ ৰাজ্যিক প্ৰশাসন খিতানৰ পৰা যুগুত কৰা হৈছে। www.examsupportGK.com
Assam History GK in Assamese
1. 'প্রাচীন অসম’ক পোন প্রথমে কি নামেৰে জনা গৈছিল?
- (ক) কামৰূপ
- (খ) শোণিতপুৰ
- (গ) তেজপুৰ
- (ঘ) গুৱাহাটী
2. প্রাচীন অসমৰ প্ৰথম ‘বংশ' হিচাপে কাক জনা যায়?
- (ক) বর্মন বংশ
- (খ) আহোম বংশ
- (গ) বড়ো বংশ
- (ঘ) ৰাভা বংশ
3. প্রাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়?
- (ক) বড়োসকল
- (খ) ৰাভাসকল
- (গ) আহোমসকল
- (ঘ) কোচ ৰাজবংশীসকল
4. প্রাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়।
- (ক) তেজপুৰ
- (খ) শিৱসাগৰ
- (গ) যোৰহাট
- (ঘ) লখিমপুৰ
5. প্রাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা-অনিৰুদ্ধৰ কাহিনী বর্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্রচলিত?
- (ক) শিৱসাগৰ
- (খ) গুৱাহাটী
- (গ) তেজপুৰ
- (ঘ) যোৰহাট
6. আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি?
- (ক) চুকাফা
- (গ) শিৱসিংহ
- (খ) নৰনাৰায়ণ
- (ঘ) ৰুদ্ৰসিংহ
7. আহোমসকলে ক’ত ৰাজধানী পাতিছিল?
- (ক) গুৱাহাটী
- (খ) শিৱসাগৰ
- (গ) তেজপুৰ
- (ঘ) চৰাইদেউ
8. হেম সৰস্বতীয়ে কি গ্রন্থ ৰচনা কৰিছিল ?
- (ক) প্ৰহ্লাদ চৰিত
- (খ) ৰুক্মিণী হৰণ
- (গ) পাৰিজাত হৰণ
- (ঘ) ৰামবিজয়
9. কোনজন পণ্ডিতে দুর্লভনাৰায়ণক এজন শ্রেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল ?
- (ক) হেম সৰস্বতী
- (খ) ৰত্ন সৰস্বতী
- (গ) শংকৰদেৱ
- (ঘ) মাধৱদেৱ
10. প্রাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল?
- (ক) তেজপুৰ
- (খ) উত্তৰ গুৱাহাটী
- (গ) যোৰহাট
- (ঘ) শিৱসাগৰ
Assam History GK in Assamese
11. কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল?
- (ক) আৰিমত্ত
- (খ) দুর্লভনাৰায়ণ
- (গ) চুকাফা
- (ঘ) নৰনাৰায়ণ
12. 'জয়দ্রথ বধ' কাব্য কাৰ ৰচনা?
- (ক) কবিৰত্ন সৰস্বতীৰ
- (খ) হেম সৰস্বতীৰ
- (গ) মাধৱদেৱৰ
- (ঘ) বিশ্বসিংহৰ
13. ‘সেন’ বংশৰ প্ৰতিষ্ঠাপক কোন?
- (ক) নৰনাৰায়ণ
- (খ) দুর্লভ নাৰায়ণ
- (গ) নীলধ্বজ
- (ঘ) চুকাফা
14. বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়?
- (ক) চুকাফা
- (খ) বিশ্বসিংহ
- (গ) আলাউদ্দিন হুছেইন শ্বাহ
- (ঘ) নীলধ্বজ
15. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
- (ক) নৰনাৰায়ণ
- (খ) নীলধ্বজ
- (গ) বিশ্বসিংহ
- (ঘ) চুকাফা
16. ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল?
- (ক) ১৫১৫-১৫৪০ খ্রীঃ
- (খ) ১৫৪০-১৫৮৭ খ্রীঃ
- (গ) ১৩২০-১৫৯৯ খ্রীঃ
- (ঘ) ১৬০০-১৬২০ খ্রীঃ
17. মহাৰাজ নৰনায়াৰণৰ আচল নাম কি আছিল?
- (ক) মল্লদেৱ
- (গ) দুর্লভ
- (খ) ভট্টদেৱ
- (ঘ) শুক্লধ্বজ
18. কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?
- (ক) নৰনাৰায়ণ
- (খ) চক্ৰধ্বজ
- (গ) চিলাৰায়
- (ঘ) বিশ্বসিংহ
19. কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে।
- (ক) কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি।
- (খ) কামাখ্যা মন্দিৰৰ বেৰত থকা তামৰ ফলি।
- (গ) কামাখ্যা মন্দিৰৰ বেৰত থকা সোণৰ ফলি।
- (ঘ) কামাখ্যা মন্দিৰৰ বেৰত থকা ৰূপৰ ফলি।
20. কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
- (ক) নৰনাৰায়ণ
- (খ) বিশ্বসিংহ
- (গ) ৰঘুদেৱ
- (ঘ) চক্ৰধ্বজ
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇
21. পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল?
- (ক) নৰনাৰায়ণ
- (খ) ৰঘুদেৱ
- (গ) চুকাফা
- (ঘ) বিশ্বসিংহ
22. ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল ?
- (ক) মাধৱ কন্দলি
- (খ) অনন্ত কন্দলি
- (গ) ৰঘুদেৱ
- (ঘ) হেম সৰস্বতী
23. নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল?
- (ক) ৰালফ্ ফিটছ
- (গ) লৰ্ড ৰিপন
- (খ) ভাইচৰয় লর্ড
- (ঘ) লর্ড কার্জন
24. পুৰুষোত্তম বিদ্যাবাগিশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি?
- (ক) ৰামায়ণ
- (খ) মহাভাৰত
- (গ) ৰত্নমালা ব্যাকৰণ
- (ঘ) প্ৰহ্লাদ চৰিত
25. কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল।
- (ক) ১৫৮০ খ্ৰীঃ
- (খ) ১৫৮১ খ্রীঃ
- (গ) ১৫৪০ খ্রীঃ
- (ঘ) ১৫৯০ খ্রীঃ
26. কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?
- (ক) মংগোলীয়
- (খ) গাৰো
- (গ) আহোম
- (ঘ) কছাৰী
27. কছাৰীসকলৰ শেষ ৰজা কোন আছিল?
- (ক) গোবিন্দ চন্দ্ৰ
- (খ) দুৰ্লভনাৰায়ণ
- (গ) নৰনাৰায়ণ
- (ঘ) বিশ্বসিংহ
28. কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?
- (ক) কামৰূপ
- (খ) ডিমাপুৰ
- (গ) শোণিতপুৰ
- (ঘ) তেজপুৰ
29. বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
- (ক) মাধৱ কন্দলি
- (খ) শংকৰদেৱ
- (গ) মাধৱদেৱ
- (ঘ) অনন্ত কন্দলি
30. চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
- (ক) বিচাৰ পতিকা
- (খ) নৰনাৰায়ণ
- (গ) গোবিন্দ চন্দ্ৰ
- (ঘ) চন্দ্ৰধ্বজ
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
31. যশনাৰায়ণৰ আন এটা নাম কি আছিল?
- (ক) শত্রু দমন
- (খ) শক্তি
- (গ) নাশ
- (ঘ) ক্রিয়া
32. আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
- (ক) তাম্ৰধ্বজ নাৰায়ণ
- (খ) নৰনাৰায়ণ
- (গ) দুর্লভ
- (ঘ) চক্ৰধ্বজ
33. কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল?
- (ক) ১৫২০ চনত
- (খ) ১৫৭০ চনত
- (গ) ১৫২৩ চনত
- (ঘ) ১৫৪০ চনত
34. চুতীয়াসকলৰ ৰাজধানী ক’ত আছিল ?
- (ক) ধুবুৰী
- (খ) চৰাইদেউ
- (গ) শদিয়া
- (ঘ) যোৰহাট
35. কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়?
- (ক) নীতিপাল
- (খ) ধীৰনাৰায়ণ
- (গ) নৰনাৰায়ণ
- (ঘ) চুকাফা
36. অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল?
- (ক) শংকৰদেৱ
- (খ) মাধৱদেৱ
- (গ) অনন্ত কন্দলি
- (ঘ) মাধৱ কন্দলি
37. প্রাচীন কামৰূপত হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা ৰজা এজনৰ নাম লিখা।
- (ক) কুমাৰ ভাস্কৰ বৰ্মা
- (খ) নৰনাৰায়ণ
- (গ) চক্ৰধ্বজ সিংহ
- (ঘ) বিশ্বসিংহ
38. আহোমসকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰি আছিল?
- (ক) অৰুণাচল প্রদেশ
- (খ) মাওলুং ৰাজ্যত
- (গ) ডিমাপুৰ
- (ঘ) গাৰো পাহাৰত
39. ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল?
- (ক) কবীৰ
- (খ) মাধৱদেৱ
- (গ) অনন্ত কন্দলি
- (ঘ) মাধৱ কন্দলি
40. কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল?
- (ক) চুহুংমুং
- (খ) চুকাফা
- (গ) মিলামুদ্দিন
- (ঘ) নিজামুদ্দিন
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇
41. শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল ?
- (ক) নৰনাৰায়ণ
- (খ) চুকাফা
- (গ) বিশ্বসিংহ
- (ঘ) চক্ৰধ্বজ সিংহ
42. নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল?
- (ক) শিৱ
- (খ) কৃষ্ণ
- (গ) গণেশ
- (ঘ) বিশ্বকর্মা
43. বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্র কি?
- (ক) সত্ৰসমূহ
- (খ) নামঘৰসমূহ
- (গ) দেৱালয়সমূহ
- (ঘ) মন্দিৰসমূহ
44. বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি?
- (ক) শৰাইঘাট দলং
- (খ) নৰনাৰায়ণ সেতু
- (গ) কলিয়াভোমোৰা দলং
- (ঘ) বুঢ়ীদিহিং
45. কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয় ?
- (ক) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে
- (খ) ১৮২৩ চনৰ পৰা ১৮২৮ চনলৈকে
- (গ) ১৮৪০ চনৰ পৰা ১৮৫৬ চনলৈকে
- (ঘ) ১৮৫৮ চনৰ পৰা ১৮৬৪ চনলৈকে
46. অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল?
- (ক) ১৮২৫ চনত
- (খ) ১৮২০ চনত
- (গ) ১৮৪০ চনত
- (ঘ) ১৮২১ চনত
47. কিমান চনত ইণ্ডো-বার্মা যুদ্ধ সংঘটিত হৈছিল?
- (ক) ১৮২১–১৮২৫ চনত
- (খ) ১৮২৪–১৮২৬ চনত
- (গ) ১৮৩০–১৮৩৬ চনত
- (ঘ) ১৮৩২–১৮৩৬ চনত
48. কিমান চনত লৰ্ড আমহাটে বংগদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ?
- (ক) ১৮৩০ খ্ৰীঃৰ ১২ মাৰ্চত
- (খ) ১৮২৪ খ্ৰীঃৰ ৫ মাৰ্চত
- (গ) ১৮৩৪ খ্ৰীঃৰ ২ এপ্ৰিলত
- (ঘ) ১৮৩৯ খ্ৰীঃৰ ৪ এপ্ৰিলত
49. মহাবীৰৰ আন এটা নাম কি আছিল?
- (ক) তথাগত
- (খ) জিন
- (গ) বর্ধমান
- (ঘ) ওপৰৰ এটাও নহয়
50. তৃতীয় বৌদ্ধ মেলা ক’ত অনুষ্ঠিত হৈছিল?
- (ক) পাটলিপুত্র
- (খ) বিক্রমশীলা
- (গ) কেভলিন
- (ঘ) সাক্যমুনি
Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)
100+ Assam Politics MCQ in Assamese
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
Assam Politics MCQ in Assamese
Assam History GK in Assamese
👇👇Check it 👇👇