সম্পর্ক/সম্বন্ধসূচক প্রশ্ন:
1. ৰাহুলৰ মাক হৈছে মণিকাৰ দেউতাকৰ একমাত্র কন্যা। মণিকাৰ স্বামী ৰাহুলৰ কোন হয়?
- (a) Father (পিতৃ)
- (b) Uncle (খুড়া)
- (c) Brother (ভাতৃ)
- (d) Grandfather (ককা)
2. সীমাই এজন মানুহক দেখুৱাই ক'লে- 'তেওঁ হৈছে মোৰ মাৰ মাকৰ একমাত্র পুত্র।' মানুহজন সীমাৰ কি হ'ব।
- (a) খুড়া
- (b) পেহা
- (c) ভতিজা
- (d) মামা
3. ৰামে যদুক দেখুৱাই দি ক'লে- 'তেওঁ মোৰ ভনীৰ একমাত্র ভায়েকৰ ল'ৰা।' বাম, যদুৰ কি হয়?
- (a) ভাই
- (b) পুত্র
- (c) ককা
- (d) দেউতা
4. 'A' 'B' ৰ গিৰিয়েক। 'C' 'D'ৰ পত্নী। 'D' 'A'ৰ জোঁৱাই। 'B' 'C'ৰ কি হয়?
- (a) মা
- (b) শাহু
- (c) দেউতা
- (d) মাহী
5. A হৈছে Bৰ ভগ্নী। C হৈছে Bৰ মাক। D হৈছে Cৰ দেউতাক। E হৈছে Dৰ মাক। তেন্তে A DA কোন হ'ব?
- (a) Grandfather (ককা)
- (b) Granddaughter (নাতিনী)
- (c) Grandmother (আইতা)
- (d) Daughter (কন্যা)
6. সীতা আৰু গীতা হৈছে গোলাপৰ পত্নী। ৰাণী হৈছে গীতাৰ সতীয়া জীয়েক। সীতা ৰাণীৰ কি হ'ব?
- (a) মাহী মাক
- (b) মাক
- (c) শাহু আই
- (d) ভগ্নী
7. ৰাজুৱে এজনী ছোৱালীক দেখুৱাই ক'লে- 'তাই মোৰ আইতাৰ একমাত্র পুত্ৰৰ জীয়েক।' ৰাজুৰ ছোৱালীজনীৰ লগত সম্পর্ক কি হ'ব?
- (a) খুড়া
- (b) দেউতা
- (c) ভাই
- (d) এটাও নহয়
8. দীপক হৈছে ৰবিৰ ভায়েক। ৰেখা হৈছে অতুলৰ ভনীয়েক। আনহাতে ৰবি হৈছে ৰেখাৰ পুতেক। সম্পৰ্কত দীপক ৰেখাৰ কোন হয়?
- (a) Father (দেউতাক)
- (b) Son (পুতেক)
- (c) Nephew (ভতিজা)
- (d) Brother (ভায়েক)